• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

5 years ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

43 minutes ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

1 hour ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

3 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

4 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

5 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

19 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

19 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

20 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

21 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

21 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

22 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

editor by editor
March 30, 2022
in অসম
0
অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?
0
SHARES
714
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰাহ হ’ব ১০ খন নতুন উৰণীয়া সেতু৷ ইতিমেধ্য কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত ১০ খন নতুন উৰণীয়া সেতু নিৰ্মাণৰ বাবে অনুমোদন জনাইছে৷

এই ১০ খন উৰণীয়া সেতুৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭৩৮ কোটি টকা অনুমোদন জনোৱা বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে৷

উল্লেখ্য যে দিল্লীলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাতৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁক এই কথা জনোৱা বুলি় সদৰী কৰিছে৷

লগতে পঢ়ক আৰিয়ান খান ড্ৰাগছ কেচ : ছমাহতো ব্যৰ্থ, NCBক লাগে আৰু ৯০ দিন!

ইফালে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাকো সাক্ষাৎ কৰে৷

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু কল্যাণমূলক আঁচনিৰ বিষয়ে অৱগত কৰে।

‘‘আমাৰ ৰাজ্যত বিকাশৰ গতি ত্বৰান্বিত কৰাৰ বাবে মই তেওঁৰ আশীৰ্বাদ আৰু নিৰ্দেশনাও বিচাৰিছিলো। মই প্ৰধানমন্ত্ৰীক অসমলৈ আমন্ত্ৰণ জনাইছো। আমাৰ কিছুমান প্ৰকল্প আছে যিবোৰ তেওঁৰ দ্বাৰা উদ্বোধন কৰিবলৈ অপেক্ষা কৰি আছে। সম্ভৱতঃ প্ৰধানমন্ত্ৰী মে’ মাহত অসমলৈ আহিব,’’ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়৷

লগতে পঢ়ক চলমানেৰে সোণাক্ষীৰ বিয়া! পিতৃ শত্ৰুঘ্ন সিনহাই দিলে কি প্ৰতিক্ৰিয়া?

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাক সাক্ষাৎ কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসমৰ মাজুলী উপ-নিৰ্বাচন আৰু পৌৰ পৰিষদৰ নিৰ্বাচনত তেওঁৰ পৰামৰ্শত বিজেপিয়ে সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে মই তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছো।’’

ইফালে নতুনকৈ অনুমোদিত উৰণীয়া সেঁতুৰ স্থানসমূহ হৈছে ক্ৰমে কাঠিয়াটালী, বৰঘাট, ডিমৌ, ৰহা, বাইহাটা চাৰিআলি, চিমলাগুৰি, বঙাইগাঁও শোধনাগাৰ, চাপ-আগুৰি, পাঠশালা আৰু জাগীৰোড।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcm himanta biswa sarmaNational Highway FlyoverNH in AssamPM ModiUnion Minister Nitin Gadkari
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান
অসম

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

October 3, 2026
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
Next Post
‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিৰুদ্ধে টিপ্পনী : কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ

‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিৰুদ্ধে টিপ্পনী : কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ

RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ

RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.