• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিৰুদ্ধে টিপ্পনী : কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ

‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিৰুদ্ধে টিপ্পনী : কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ

5 years ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

22 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

3 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

5 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

6 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

7 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

8 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

8 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

9 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

9 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিৰুদ্ধে টিপ্পনী : কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ

editor by editor
March 30, 2022
in ভাৰত, ৰাজনীতি
0
‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিৰুদ্ধে টিপ্পনী : কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ
0
SHARES
118
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰা ছবি দ্য কাশ্মীৰ ফাইলছৰ বিৰুদ্ধে মন্তব্য কৰি আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপি কৰ্মীৰ ৰোষত পৰিছে৷

বুধবাৰে দ্য কাশ্মীৰ ফাইলছৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ তুলি কিছুসংখ্যক বিজেপি কৰ্মীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনত আক্ৰমণ কৰে৷

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোডিয়াই সামাজিক মাধ্যমত কয় যে বিজেপি কৰ্মীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী বাসভৱনত আক্ৰমণ সংঘটিত কৰিছে৷ উপ মুখ্যমন্ত্ৰী চিচোডিয়াই সমাজ বিৰোধী চক্ৰই নিৰাপত্তাৰক্ষীৰ বেহু ফালি মুখ্যমন্ত্ৰীগৰাকীৰ বাসভৱত আক্ৰমণ সংঘটিত কৰা বুলিও অভিযোগ কৰিছে৷

লগতে পঢ়ক গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!

আনহাতে, আম আদমি পাৰ্টিয়েও উক্ত ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰি আৰক্ষী উপস্থিতিতে নিৰাপত্তা বেহু ভাঙি মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসভৱনত আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ কৰিছে৷

আপ-এ শ্বেয়াৰ কৰা ৩৫ ছেকেণ্ডৰ এটা ভিডিঅ’ ক্লীপটোত কিছুসংখ্যক লোকে নিৰাপত্তাৰক্ষীৰ বাধাকো উপেক্ষা কৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনৰ গেটত আক্ৰমণ কৰা দেখা গৈছে৷

বিজেপিয়ে দিল্লী বিধানসভা বাজেট অধিবেশনত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে বিবেক অগ্নিহোত্ৰীৰ দ্য কাশ্মীৰ ফাইলছ ছবিখনকলৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ কৰি আহিছে৷ বিজেপিৰ মতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল দ্য কাশ্মীৰ ফাইলছৰ বিৰুদ্ধেই আপত্তিজনক মন্তব্য কৰা নাই, কেৰজিৱালে কাশ্মীৰৰ নিৰ্যাতিত পণ্ডিতসকলৰ লগতে হিন্দুসকলকো অপমান কৰিছে৷

লগতে পঢ়ক আৰিয়ান খান ড্ৰাগছ কেচ : ছমাহতো ব্যৰ্থ, NCBক লাগে আৰু ৯০ দিন!

স্মৰ্তব্য যে দিল্লী বিধানসভাৰ বাজেট অধিবেশনৰ উপ ৰাজ্যপালৰ ভাষণৰ সময়ত বিজেপিৰ বিধায়কে দিল্লীত দ্য কাশ্মীৰ ফাইলছৰ কৰ ৰেহাই দিবলৈ দাবী জনাইছিল৷

ইয়াৰ পত্যুত্তৰ দিবলৈ গৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দ্য কাশ্মীৰ ফাইলছক এখন ভুৱা ছবি বুলি অভিহিত কৰি ইউটিউবত আপলোড কৰি দেশৰ জনতাক বিনামূলীয়াকৈ দেখুওৱালৈ বিজেপিৰ বিৰুদ্ধে টিপ্পনী মাৰে৷

ইমানেই নহয়, কেজৰিৱালে বিজেপি কৰ্মীসকলে দ্য কাশ্মীৰ ফাইলছৰ পোষ্টাৰ লগাই ফুৰা বুলিও কটাক্ষ কৰে৷ বিজেপি কৰ্মীসকলৰ বিবেক নাই বুলি তাচ্ছিল্যসূচক মন্তব্য কৰি কেজৰিৱালে কৈছিল ‘‘আপোনালোকে আগৰ বিবেকটো খুলি থৈ আম আদমি পাৰ্টিত যোগ দিয়ক’’৷

এই কথাতে ক্ষুণ্ণ হৈ দিল্লীৰ একাংশ বিজেপি কৰ্মীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনত আক্ৰমণ কৰা বুলি ধাৰণা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aapasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Channel of Assambest news channel in assamBest News Portal in Assambjpbjp workersCM Aravind KejriwalDehli CMDelhi BJPthe kashmir files
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
Next Post
RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ

RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ : মহঙা দিনত কৰ্মচাৰী বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ : মহঙা দিনত কৰ্মচাৰী বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.