• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ

RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ

5 years ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

38 minutes ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

1 hour ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

3 hours ago
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

3 hours ago
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

3 hours ago
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

4 hours ago
‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

4 hours ago
চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

চিঞৰিলেই মানুহৰ কিয় কমি যায় খং?

5 hours ago
দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

6 hours ago
অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

6 hours ago
সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

7 hours ago
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ

editor by editor
March 30, 2022
in চিনেমা, ভাৰত
0
RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ
0
SHARES
304
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এছ এছ ৰাজামৌলীৰ দক্ষিণৰ ছবি RRRৰ হিন্দী সংস্কৰণে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ আৰু গংগোবাই কাঠিয়াৱাড়ীক চেৰ পেলাইছে৷ হিন্দী বলয়ত মাত্ৰ পাঁচটা দিনতে দক্ষিণৰ ছবিখনৰ হিন্দী সংস্কৰণে ১০০ কোটি টকা সংগ্ৰহ কৰিছে৷

দেশত বিতৰ্কৰ ধুমুহাৰ কৰা সৃষ্টি বিবেক অগ্নিহোত্ৰী দ্য কাশ্মীৰ ফাইলছ আৰু আলিয়া ভাটৰ অভিনীত ছবি গংগোবাই কাঠিয়াৱাড়ীকো চেৰ পেলাই ৰাজামৌলীৰ দক্ষিণৰ ছবিখনে অভিলেখ সৃষ্টি কৰিছে৷ দক্ষিণৰ ছবিখনে অতি কমদিনৰ ভিতৰতে ১০০ কোটি টকা সংগ্ৰহৰ ইতিহাস ৰচিছে৷

 

লগতে পঢ়ক অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

উল্লেখ্য যে হিন্দী বলয়ত  ১০০ কোটি টকা সংগ্ৰহ কৰা এইখন হৈছে পঞ্চমখন দক্ষিণৰ ছবি৷ ইয়াৰ পূৰ্বে ৰাজামৌলীৰ নিজৰে চিকুৱেল ছবি দুয়োখন বাহুৱলী, ২.০ আৰু পুষ্পা : দ্য ৰাইজ-এ  উত্তৰ ভাৰতত ১০০ কোটি টকা সংগ্ৰহ কৰিছিল৷

বিশ্লেষকে দেখুওৱাইছে যে দক্ষিণৰ ছবি RRRএ কেনেকৈ এই মাইলষ্টোন স্পৰ্শ কৰিছে৷ ইয়াৰ পূৰ্বে হিন্দী বলয়ত গংগোবাই কাঠিয়াৱাড়ীয়ে ১৩ দিনত আৰু দ্য কাশ্মীৰ ফাইলছ-এ ৮ টা দিনত ১০০ কোটি সংগ্ৰহ কৰিছিল৷

বাণিজ্যিক বিশ্লেষক ৰমেশ বালাই টুইট কৰি লিখিছে যে, মাত্ৰ পাঁচটা দিনতে RRRৰ হিন্দী সংস্কৰণে ১০০ কোটি টকা সংগ্ৰহ কৰি ইতিহাস ৰচিছে৷

 

লগতে পঢ়ক গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!

বাণিজ্যিক বিশ্লেষক তৰণ আৰ্দশই টুইটত কয় যে উত্তৰ মহামাৰী কালত RRRৰ হিন্দী সংস্কৰণেও দেশত কালেকশ্যনৰ ক্ষেত্ৰত ধুমুহাৰ সৃষ্টি কৰিছে৷ তেওঁ উল্লেখ কৰা মতে ছবিখনৰ হিন্দী সংস্কৰণে হিন্দী বলয়ত যোৱা শুকুৰবাৰে ১৯ কোটি, শনিবাৰে ২৪ কোটি, দেওবাৰে ৩১.৫০ কোটি, সোমবাৰে ১৭ কোটি টকা সংগ্ৰহ কৰিছে৷

RRR ছবিখন ভাৰতৰ স্বাধীনতা আন্দোলনৰ ১৯২০ চনৰ দুজন মুক্তিযোদ্ধা কুমাৰাম ভীম আৰু আল্লুৰী সীতাৰামাৰাজুৱে হায়দৰাবাদৰ নিজাম আৰু ব্ৰিটিছৰাজৰ বিৰুদ্ধে যুঁজাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷

 

লগতে পঢ়ক আৰিয়ান খান ড্ৰাগছ কেচ : ছমাহতো ব্যৰ্থ, NCBক লাগে আৰু ৯০ দিন!

দক্ষিণৰ ৰাম চৰণ, জুনিয়ৰ এনটিআৰে আদিয়ে অভিনয় কৰা ছবিখনৰ দৈৰ্ঘ্য ৩ ঘণ্টা ৫৬ মিনিটৰ হ’লেও পিছত ইয়াৰ দৈৰ্ঘ্য ৩ ঘণ্টা ১ মিনিটলৈ হ্ৰাস কৰা হয়৷

বলিউদৰ অজয় দেৱগন আৰু আলিয়া ভাটে অভিনয় কৰা ছবিখন নিৰ্মাণ ব্যয় হৈছে ৩৩৬  কোটি টকা৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGangubai KathiawadiRRRthe kashmir files
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ
বিনোদন

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

October 25, 2026
‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’
বিনোদন

‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

October 25, 2026
দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ
ভাৰত

দুই সন্তানৰ মাতৃৰ যুৱকৰ সৈতে দুৰ্ঘোৰ প্ৰেম, প্ৰেমিকৰ সৈতে স্বামীয়ে বিয়া পাতি দিলে পত্নীৰ

October 25, 2026
অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?
ভাৰত

অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

October 25, 2026
Next Post
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ : মহঙা দিনত কৰ্মচাৰী বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ : মহঙা দিনত কৰ্মচাৰী বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

আজিয়ে আধাৰ আৰু পান কাৰ্ডৰ সংযোগ কৰক : অন্যথা ভৰিব লাগিব জৰমিনা!

আজিয়ে আধাৰ আৰু পান কাৰ্ডৰ সংযোগ কৰক : অন্যথা ভৰিব লাগিব জৰমিনা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.