• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!

গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!

3 months ago
পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

1 hour ago
বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

2 hours ago
ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

3 hours ago
আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

4 hours ago
দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

5 hours ago
কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

7 hours ago
জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

7 hours ago
ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

8 hours ago
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

1 day ago
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

1 day ago
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

1 day ago
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

1 day ago
  • About
  • Advertise
  • Careers
Wednesday, July 6, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!

editor by editor
March 30, 2022
in অসম, বাণিজ্য, ভাৰত
0
গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!
0
SHARES
245
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰু বা গৰুৰ গাখীৰ বিক্ৰী কৰি নহয়, গৰুৰ গোবৰ বিক্ৰী কৰি এজন উদ্যোগীয়ে বছৰি ৩৬ লাখ টকা উপাৰ্জন কৰিছে৷

এই উদ্যোগীজন হৈছে ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰৰ গকুল নগৰৰ নিৱাসী ৰীতেশ আগৰৱালা৷ ২০০৩ চনত স্নাতক ডিগ্ৰী লাভ কৰা ৰীতেশ আগৰৱালাই কে’বাবছৰ ধৰি বিভিন্ন প্ৰতিষ্ঠানত কাম কৰাৰ পিছত ২০১৫ চনত এখন গোশালাত কাম কৰিবলৈ আৰম্ভ কৰে৷

গোশালখনত যোগদান কৰাৰ পিছতে ৰীতেশ গোবৰৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে৷ ৰীতেশে গোবৰৰ পৰা জোতা, আবিৰ অৰ্থাৎ বিভিন্ন ৰং, মোনা, চটি, ইটা আদি তৈয়াৰ কৰিবলৈ ধৰে৷ এই সামগ্ৰীসমূহ তেওঁ ব্যৱসায়িকভাৱে বিপণনৰ ব্যৱস্থাও কৰে৷

 

লগতে পঢ়ক চলমানেৰে সোণাক্ষীৰ বিয়া! পিতৃ শত্ৰুঘ্ন সিনহাই দিলে কি প্ৰতিক্ৰিয়া?

এইদৰেই ৰীতেশে ব্যৱসায়িক ভিত্তিত গোবৰৰ পৰা বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি এতিয়া প্ৰতি মাহে প্ৰায় ৩ লাখ টকাকৈ উপাৰ্জন কৰে৷

ৰীতেশে ‘এক পাহেল’ নামৰ গোবৰৰ সামগ্ৰী তৈয়াৰ কৰা এটা কোম্পানী প্ৰতিষ্ঠা কৰিছে৷ তেওঁৰ এই প্ৰতিষ্ঠানটোত এতিয়া মুঠ ২৩ গৰাকী কৰ্মচাৰী আছে৷

ৰীতেশে গোবৰ পৰা কেৱল নিজ পৰিয়ালকে পোহপাল দিয়া নাই, ২৩ টা পৰিয়ালৰো জীৱিকা উৎস হৈ পৰিছে তেওঁৰ গোবৰৰ পৰা সামগ্ৰী তৈয়াৰ কৰা প্ৰতিষ্ঠানটো৷ ৰীতেশে তেওঁৰ এই প্ৰতিষ্ঠানটো এতিয়া সম্প্ৰসাৰিত কৰিব খোজে৷

 

লগতে পঢ়ক পাক প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ পতন অনিবাৰ্য! সংগ ত্যাগ সহযোগী দলৰ

উদ্যোগী ৰীতেশ দাবী কৰিছে যে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে বাজেট অধিবেশনলৈ প্ৰয়োজনীয় নথি পত্ৰ নিয়া বেগটো তেৱেঁ তৈয়াৰ কৰা৷

ৰীতেশ আগৰৱালে এই উদ্যোগ দেশ ব্যাপি সম্প্ৰসাৰিত হ’লে বহু নিবনুৱাৰ কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব আশা কৰিব পাৰিব৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcattle dung
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ
ভাৰত

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

July 6, 2022
বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল
চিনেমা

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 6, 2022
ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ
ভাৰত

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

July 6, 2022
দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…
ভাৰত

দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

July 6, 2022
Next Post
অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিৰুদ্ধে টিপ্পনী : কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ

‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিৰুদ্ধে টিপ্পনী : কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.