• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলমানেৰে সোণাক্ষীৰ বিয়া! পিতৃ শত্ৰুঘ্ন সিনহাই দিলে কি প্ৰতিক্ৰিয়া?

চলমানেৰে সোণাক্ষীৰ বিয়া! পিতৃ শত্ৰুঘ্ন সিনহাই দিলে কি প্ৰতিক্ৰিয়া?

3 years ago
সু-সময় আৰম্ভ! চন্দ্ৰৰ ৰাশি কৰ্কটত গোচৰ বুধৰ, ভাগ্য উজ্বলি উঠিব এই ৩ৰাশিৰ জাতকৰ, হাতলৈ আহিব অৰ্থ

সু-সময় আৰম্ভ! চন্দ্ৰৰ ৰাশি কৰ্কটত গোচৰ বুধৰ, ভাগ্য উজ্বলি উঠিব এই ৩ৰাশিৰ জাতকৰ, হাতলৈ আহিব অৰ্থ

9 hours ago
বিবাহৰ এমাহ পাছতেই নিখোঁজ যুৱক, অৱশেষত এটা খাৱৈত উদ্ধাৰ যুৱকৰ দেহ, সোনমৰ দৰেই ঐশ্বৰ্যই শেষ কৰিলে স্বামীৰ জীৱন! ক’ত এই ঘটনা?

বিবাহৰ এমাহ পাছতেই নিখোঁজ যুৱক, অৱশেষত এটা খাৱৈত উদ্ধাৰ যুৱকৰ দেহ, সোনমৰ দৰেই ঐশ্বৰ্যই শেষ কৰিলে স্বামীৰ জীৱন! ক’ত এই ঘটনা?

10 hours ago
ভয়ানক দুৰ্ঘটনাৰ পাছৰে পৰাই অব্যাহত আছে এয়াৰ ইণ্ডিয়াৰ অথন্তৰ! এইবাৰ বাৰ্মিংহামৰ পৰা দিল্লীগামী বিমান পালেগৈ ৰিয়াদ, ঘটনা কি?

ভয়ানক দুৰ্ঘটনাৰ পাছৰে পৰাই অব্যাহত আছে এয়াৰ ইণ্ডিয়াৰ অথন্তৰ! এইবাৰ বাৰ্মিংহামৰ পৰা দিল্লীগামী বিমান পালেগৈ ৰিয়াদ, ঘটনা কি?

11 hours ago
ভগৱান শিৱৰ সৈতে সম্পৰ্কিত এইকেইপদ সামগ্ৰী সপোনত দেখিলে ঘূৰিব ভাগ্যৰ চকা! জানি থওক এই ৪ সামগ্ৰী কি কি?

ভগৱান শিৱৰ সৈতে সম্পৰ্কিত এইকেইপদ সামগ্ৰী সপোনত দেখিলে ঘূৰিব ভাগ্যৰ চকা! জানি থওক এই ৪ সামগ্ৰী কি কি?

11 hours ago
১৭০০০ টকা মাহিলী ভাড়া দি ফ্লেট বুক, প্ৰেমিকৰ সৈতে মিলি নতুন সংসাৰৰ প্লেন কৰিছিল সোনমে, গ্ৰেপ্তাৰ আন দুই অভিযুক্ত

১৭০০০ টকা মাহিলী ভাড়া দি ফ্লেট বুক, প্ৰেমিকৰ সৈতে মিলি নতুন সংসাৰৰ প্লেন কৰিছিল সোনমে, গ্ৰেপ্তাৰ আন দুই অভিযুক্ত

12 hours ago
সূৰ্য শনিৰ সংযোগত ৩ ৰাশিৰ অৰ্থসম্পদ বাঢ়িব, বাঢ়িব সন্মান আৰু প্ৰতিপত্তিও

সূৰ্য শনিৰ সংযোগত ৩ ৰাশিৰ অৰ্থসম্পদ বাঢ়িব, বাঢ়িব সন্মান আৰু প্ৰতিপত্তিও

13 hours ago
মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক

13 hours ago
জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ

জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ

14 hours ago
জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব, জানি থওক ছুটিৰ তালিকা

জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব, জানি থওক ছুটিৰ তালিকা

1 day ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

1 day ago
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

1 day ago
নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 24, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

চলমানেৰে সোণাক্ষীৰ বিয়া! পিতৃ শত্ৰুঘ্ন সিনহাই দিলে কি প্ৰতিক্ৰিয়া?

editor by editor
March 30, 2022
in চিনেমা, বিনোদন
0
চলমানেৰে সোণাক্ষীৰ বিয়া! পিতৃ শত্ৰুঘ্ন সিনহাই দিলে কি প্ৰতিক্ৰিয়া?
0
SHARES
783
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দাবাং গাৰ্ল ৰূপে খ্যাত বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিন্হা৷ বলিউদৰ ছবিজগতত অন্যতম মোহময়ী অভিনেত্ৰীগৰাকীয়ে দশকক উপহাৰ দিছে কে’বাখনম জনপ্ৰিয় ছবি৷

মাজে মাজে অভিনেত্ৰীগৰাকী অভিয়নৰ বাবে নহয়, অন্য একাধিক কাৰণতো সংবাদ শীৰ্ষলৈ আহিছে৷ ইয়াৰ মাজতে দিল্লীৰ এক অনুষ্ঠান বিৰুদ্ধে প্ৰতাৰণাৰ গোচৰো আছে৷ আনহাতে আন বিষয়ৰ বাবেও অভিনেত্ৰীগৰাকী সংবাদ শিৰোণামলৈ আহি থাকে৷

প্ৰায় এমাহ মান পূৰ্বে বলিউদৰ ম’ষ্ট ৱান্টেড বেচে’লৰ চলমান খানৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা বুলিও চৰ্চা লাভ কৰিছিল৷ দুয়োৰে মাজৰ বিশেষ ফ’টোগ্ৰাফকলৈ সেই চৰ্চাই সংবাদ মাধ্যমৰ শীৰ্ষত উঠিছিল৷ পিছত তেওঁলোক দুয়ো বিবাহপাশত আৱদ্ধ হোৱা নাই বুলি প্ৰকাশ পাইছে৷

 

লগতে পঢ়ক ইউক্ৰেইনৰ আকাশত উৰা বন্ধ হ’ব ৰাছিয়ান যুদ্ধ বিমান! কিন্তু কিয়?

কিন্তু তাৰ মাজতে আন এক বিষয়ে চৰ্চা লাভ কৰিছে৷ কডেমিয়ান কপিল শৰ্মাৰ শ্ব’ত পিতৃ শত্ৰুঘ্ন সিনহাই সোণাক্ষীক লৈ এক বিশেষ মন্তব্য কৰিছে৷

সোণাক্ষীও উপস্থিত থকা শ্ব’টোত শত্ৰুঘ্ন সিন্হাই একমাত্ৰ কন্যা সোণাক্ষীক সম্পত্তি ভাগ নিদিয়ে বুলি স্পষ্টৰূপে ঘোষণা কৰিছে৷ সিন্হাই দুই পুত্ৰৰ মাজত তেওঁৰ সকলো আৰ্জিত সম্পত্তি ভগাই দিয়া হ’ব বুলিও মন্তব্য কৰিছে৷

ইয়াৰ পিছতে সামাজিক মাধ্যমত পুনৰ অন্য এক গুঞ্জন শুনা গৈছে৷ সোণাক্ষীয়ে চলমান খানৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ থকাৰ বাবেই পিতৃয়ে সম্পত্তি ভাগ নিদিওঁ বুলি কৈছে৷ অৱশ্যে এই সম্ভাৱনাৰ কোনো সমৰ্থিত তথ্য নাই৷

 

লগতে পঢ়ক গাৰ নোম শিয়ঁৰি উঠা দৃশ্য! চলন্ত ৰে’লত বাগৰি পৰি মৃত্যু কনিষ্টবলৰ, চাওক ভিডিঅ’

আনহাতে, সোণাক্ষীয়ে অভিনয়েৰে নিজৰ নাম উজলাই তোলাৰ লগতে যথেষ্ট ধন সম্পত্তিও আৰ্জিছে৷ নিজৰ প্ৰতিভাৰ বলতে সোণাক্ষীয়ে এই সম্পত্তি আৰ্জন কৰিছে৷ তেনে ক্ষেত্ৰত এগৰাকী স্বাধীন নাৰী হিচাপে সোণাক্ষীক পিতৃৰ সম্পত্তিৰ হয়তো প্ৰয়োজনো নাই৷

অৱশ্যে চেলিব্ৰেটি জীৱনক লৈ এনেধৰণৰ বিভিন্ন চৰ্চা চলিয়ে থাকে, ইয়াৰে কিছুমান গ’ছিপ হৈয়ে ৰয় আৰু দুই এটা সত্যলৈ ৰূপান্তৰো হয়৷ এয়া গ’ছিপ নে সত্য সেয়া সময়ত পোহৰলৈ আহিব৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSalman Khansatrughna sinhasonaskhi sonha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাৰ্ভ আৰু মস্তিষ্কৰ বিৰল ৰোগত আক্ৰান্ত ছলমান খান! এই ৰোগৰ কোনো চিকিৎসা নাই নেকি? শৰীৰৰ যন্ত্ৰণাক লৈ কি কৈছে ভাইজানে?
জীৱনশৈলী

নাৰ্ভ আৰু মস্তিষ্কৰ বিৰল ৰোগত আক্ৰান্ত ছলমান খান! এই ৰোগৰ কোনো চিকিৎসা নাই নেকি? শৰীৰৰ যন্ত্ৰণাক লৈ কি কৈছে ভাইজানে?

June 22, 2025
একে ছাদৰ তলত থাকিলেও বেডৰুম পৃথক! নাই কোনো সম্পৰ্ক? ভঙাৰ পথত নেকি ছলমানৰ ভগ্নী অৰ্পিতা আৰু আয়ুষৰ সংসাৰ?
জীৱনশৈলী

একে ছাদৰ তলত থাকিলেও বেডৰুম পৃথক! নাই কোনো সম্পৰ্ক? ভঙাৰ পথত নেকি ছলমানৰ ভগ্নী অৰ্পিতা আৰু আয়ুষৰ সংসাৰ?

June 21, 2025
দুবাৰকৈ কেঞ্চাৰত আক্ৰান্ত, দুয়োটা বৃক্ক বিকল, তথাপি বলীউডত হাঁহি মুখে কৰি গৈছে কাম
চিনেমা

দুবাৰকৈ কেঞ্চাৰত আক্ৰান্ত, দুয়োটা বৃক্ক বিকল, তথাপি বলীউডত হাঁহি মুখে কৰি গৈছে কাম

June 17, 2025
ক্ৰিকেট জগতত চাঞ্চল্য, এইবাৰ বৈভৱৰ বন্ধুৰ কামাল, এটা ইনিংছতে ৪১ টা ৪, ২২ টা ৬
ক্ৰীড়া

ক্ৰিকেট জগতত চাঞ্চল্য, এইবাৰ বৈভৱৰ বন্ধুৰ কামাল, এটা ইনিংছতে ৪১ টা ৪, ২২ টা ৬

June 17, 2025
Next Post
গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!

গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!

অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.