• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

2 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

17 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

17 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

19 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

19 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

20 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

21 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

23 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

23 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

23 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

23 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

2 days ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

editor by editor
March 14, 2024
in জীৱনশৈলী, ভাৰত
0
১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
0
SHARES
328
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ । ১০০ বছৰৰ মূৰকত এইবাৰ হোলীত এই বিচিত্ৰ সংযোগ হ’বলৈ গৈ আছে। জ্যোতিষ গণনা অনুসৰি এই চন্দ্ৰগ্ৰহণ আৰু হোলীয়ে লগ লাগি কেইবাটাও ৰাশিৰ বাবে মুকলি কৰিব সৌভাগ্যৰ দুৱাৰ।

উল্লেখ্য যে, এইবাৰ ২৪ আৰু ২৫ মাৰ্চ তাৰিখে হোলী উৎসৱৰ দিন পৰিছে। তাৰে মাজতে আকৌ ২৫ তাৰিখে পুৱাই চন্দ্ৰ গ্ৰহণো লাগিব। পুৱা ১০ বাজি ২৪ মিনিটত আৰম্ভ হৈ ৩ বাজি ১ মিনিটলৈ থাকিব এই গ্ৰহণ। সম্পূৰ্ণ ৪ ঘণ্টা ৩৬ মিনিট থাকিব গ্ৰহণ। ১০০ বছৰৰ মূৰত হ’ব এনে ঘটনা। জ্যোতিষ গণনা অনুসাৰে ইয়াৰ পূৰ্বে ১৯২৪ চনত হোলীৰ সময়তে এইদৰে চন্দ্ৰগ্ৰহণ লাগিছিল।

পাছে এইবাৰৰ চন্দ্ৰগ্ৰহণ দিনৰ ভাগতে হোৱা বাবে ভাৰতবৰ্ষৰ কোনো ঠাইতে দেখা পোৱা নাযাব। লগতে এইবাৰ আংশিক গ্ৰহণ হে হ’ব। ইয়াৰ পূৰ্বৰ ১৯২৪ চনৰ গ্ৰহণ ভাৰতত দেখা পোৱাৰ লগতে সেইবাৰ পূৰ্ণ চন্দ্ৰ গ্ৰহণ আছিল।

জ্যোতিষশাস্ত্ৰই গণনা কৰি জানিবলৈ দিয়া অনুসাৰে এইবাৰৰ গ্ৰহণে ৫ ৰাশিৰ লোকৰ বাবে আনি আছে অতিকে সৌভাগ্যৰ দিন। হোলীৰ পাছৰে পৰা ৫ ৰাশিৰ লোকৰ জীৱনলৈ কেৰিয়াৰ , ব্যৱসায় আদিৰ ক্ষেত্ৰত সৌভাগ্য আনি আছে।

মেষ ৰাশিৰ লোকৰ বাবে ভাল দিনৰ আগমণ হ’ব। কেৰিয়াৰ গ্ৰাফ উন্নতি হোৱাৰ লগতে পাব লগা ধন হাতলৈ আহিব, যাৰ ফলত ব্যৱসায়ত উন্নতি হ’ব লগতে চাকৰিয়াল সকলৰ দৰমহা বৃদ্ধি পাব।

মিথুন ৰাশিৰ লোক সকলৰ বাবেও ধনৰ আগমণ হ’ব। ব্যৱসায়ৰ সৈতে জড়িত কাম কাজত উন্নতি হ’ব। সন্মান প্ৰাপ্তিৰ যোগ যথেষ্ট।

তুলা ৰাশিৰ লোকৰ বাবেও সকলো দিশ অনুকুল হৈ পৰিব। জীৱনলৈ বাহন ক্ৰয়ৰ সুবিধা আহিব পাৰে, নাইবা সম্পত্তিৰ দিশতো ভাল উন্নতি হোৱাৰ সম্ভাৱনা।

মকৰ ৰাশিৰ লোকৰ জীৱনতো সুখৰ প্ৰভাৱ বৃদ্ধি পাব। মনে বিচৰা ধৰণে ঠাইত কাম পোৱাৰ সম্ভাৱনা। লগতে হোলীৰ পাছতে বস্ত্ৰ অথবা আ-অলংকাৰ লাভ কৰিব পাৰে। বিদেশ ভ্ৰমণৰো যোগ দেখা যায়।

কুম্ভ ৰাশিৰ লোকৰ সন্মান বৃদ্ধিৰ যোগ। লগতে কৰ্ম ক্ষেত্ৰত উন্নতি। বিৰোধী সকলো হৈ পৰিব আপোনাৰ অনুগামী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: chandra grahanHoliHoli 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?
জীৱনশৈলী

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

January 16, 2026
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি
জীৱনশৈলী

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

January 16, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

January 16, 2026
Next Post
অভিনেত্ৰীৰ হাতত থুৱাই দিছিল আমিৰে, তালিকাত নাম আছে বহু কেইগৰাকীৰ

অভিনেত্ৰীৰ হাতত থুৱাই দিছিল আমিৰে, তালিকাত নাম আছে বহু কেইগৰাকীৰ

দুই যাত্ৰীৰে সৈতে স্কুটী গৈ পালে ঘৰৰ চাদ, সকলোতে ভাইৰেল হৈ পৰিছে ভিডিঅ’

দুই যাত্ৰীৰে সৈতে স্কুটী গৈ পালে ঘৰৰ চাদ, সকলোতে ভাইৰেল হৈ পৰিছে ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.