• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজ্ঞানীৰ মনোবল বাঢ়িছে! সফলভাৱে পৃথিৱীৰ পঞ্চমটো কক্ষপথত ভৰি দিলে চন্দ্ৰযান৩য়ে

বিজ্ঞানীৰ মনোবল বাঢ়িছে! সফলভাৱে পৃথিৱীৰ পঞ্চমটো কক্ষপথত ভৰি দিলে চন্দ্ৰযান৩য়ে

3 years ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

2 hours ago
মাহেকীয়াৰ সময়ত শাওনৰ সোমবাৰৰ ব্ৰত পালন কৰা উচিত নে অনুচিত?

মাহেকীয়াৰ সময়ত শাওনৰ সোমবাৰৰ ব্ৰত পালন কৰা উচিত নে অনুচিত?

2 hours ago
বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

বলীডত চুম্বনৰ দৃশ্য! অন্তৰংগ দৃশ্যৰ বাবে আজিও চৰ্চাত এইকেইখন ছবি

4 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ গুৰুত্বপূৰ্ণ কাম!

4 hours ago
ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

ফাইনেলৰ প্ৰথম ৫৫ মিনিট মেছিৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

5 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

খাদ্য খোৱাৰ পিছত পেট বিষ? সজাগ হওক, অৱহেলা নকৰিব এনে লক্ষণক

5 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

6 hours ago
আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

7 hours ago
হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

8 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

9 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

পুনৰ হ্ৰাস পালে নেকি সোণৰ মূল্য? ক্ৰয় কৰাৰ পূৰ্বে জানি লওক মূল্য

10 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

বিজ্ঞানীৰ মনোবল বাঢ়িছে! সফলভাৱে পৃথিৱীৰ পঞ্চমটো কক্ষপথত ভৰি দিলে চন্দ্ৰযান৩য়ে

editor by editor
July 25, 2023
in বিজ্ঞান, ভাৰত
0
0
SHARES
316
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সফলভাৱে চন্দ্ৰৰ দিশে আগবাঢ়িছে চন্দ্ৰযান-৩। চন্দ্ৰযান-৩ য়ে পৃথিৱীৰ চতুৰ্থটো কক্ষপথ সফলভাৱে প্ৰদক্ষিণ কৰি ৫ নম্বৰ কক্ষপথত প্ৰৱেশ কৰিছে। ২৫ জুলাইৰ দুপৰীয়া প্ৰায় ২ৰ পৰা ৩ বজাৰ ভিতৰত পৃথিৱীৰ পঞ্চমটো কক্ষপথত প্ৰৱেশ কৰিছে চন্দ্ৰযান-৩য়ে। মঙলবাৰে এই তথ্য প্ৰকাশ কৰিছে ইছৰোয়ে।

কি কৈছে ইছৰোৰ তৰফৰ পৰা?
মহাকাশ গৱেষণা সংস্থা ইছৰোৱে জনোৱা অনুসৰি পৃথিৱীৰ পঞ্চম কক্ষপথত সফলভাৱে প্ৰৱেশ কৰিছে চন্দ্ৰযান-৩। ফলত স্বাভাৱিকভাৱেই চন্দ্ৰৰ আৰু কাষ পাইছেগৈ চন্দ্ৰযান-৩। উল্লেখ্য যে ১৪ জুলাইত শ্ৰী হৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা LVM3-M4 ৰকেটত উঠি চন্দ্ৰলৈ যাত্ৰা কৰিছে চন্দ্ৰযান-৩য়ে। উৎক্ষেপণৰ ১৭মিনিটৰ ভিতৰতেই পৃথিৱীৰ কক্ষপথত ভৰি দিয়ে চন্দ্ৰযান-৩য়ে। চন্দ্ৰযান-৩ অভিযানৰ দায়িত্বত থকা ডাইৰেক্টৰ পি ভিৰামুথুভেলে এই সন্দৰ্ভত কয়, ‘ISRO য়ে চন্দ্ৰযান-৩ ৰ প্ৰতিটো মুহূৰ্ততেই নজৰ ৰাখিছে।’

কেতিয়া চন্দ্ৰৰ কক্ষপথত ভৰি দিব চন্দ্ৰযান-৩য়ে?
আগন্তুক ৫ ৰ পৰা ৬ আগষ্টত চন্দ্ৰৰ কক্ষপথত ভৰি দিব চন্দ্ৰযান-৩য়ে। ২৩ আগষ্টত চন্দ্ৰযান-৩য়ে লেণ্ডিং কৰিব চন্দ্ৰপৃষ্ঠত। চন্দ্ৰপৃষ্ঠত সোমোৱাৰ লগে লগেই বাহিৰলৈ ওলাই আহিব ৰোভাৰ। চন্দ্ৰৰ পোহৰ নাপালে কিন্তু চন্দ্ৰপৃষ্ঠত নামিব নোৱাৰিব চন্দ্ৰযান-৩। ২৩-২৪ তাৰিখে চন্দ্ৰত অৱতৰণ কাৰ পাছতেই চন্দ্ৰযান-৩য়ে পৃথিৱীলৈ পঠিয়াব ছবি। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব ইছৰোৱে পঠোৱা যানখনে। ইয়াৰ পূৰ্বে ২০১৯ চনতো চন্দ্ৰযান-২ চন্দ্ৰলৈ পঠিয়াইছিল বিজ্ঞানীৰ দলটোৱে। কিন্তু সেইবাৰ সফল হ’ব নোৱাৰিলে বিজ্ঞানীৰ দলটো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!
প্ৰযুক্তি

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

July 18, 2026
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ
অপৰাধ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

July 18, 2026
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি
অপৰাধ

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

July 18, 2026
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!
বিনোদন

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

July 18, 2026
Next Post
পিন্ধনত এখন গেৰুৱা কাপোৰ, যাত্ৰা কৰিছে ১.৫ কোটি দামী Land Rover Defender 130ত, নেট খুলিলেই চলিছে কেৱল বাবা ৰামদেৱৰ চৰ্চা…

পিন্ধনত এখন গেৰুৱা কাপোৰ, যাত্ৰা কৰিছে ১.৫ কোটি দামী Land Rover Defender 130ত, নেট খুলিলেই চলিছে কেৱল বাবা ৰামদেৱৰ চৰ্চা...

দেশৰ প্ৰায় ৪৭ লাখ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ! দৰমহা কিমান বাঢ়িব, চাওক সম্পূৰ্ণ তথ্য

দেশৰ প্ৰায় ৪৭ লাখ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ! দৰমহা কিমান বাঢ়িব, চাওক সম্পূৰ্ণ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.