• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিপদত নেকি শিশুৰ সুৰক্ষা, চৰকাৰে নিষিদ্ধ কৰিলে কাহৰ এই কেইবিধ ঔষধ

বিপদত নেকি শিশুৰ সুৰক্ষা, চৰকাৰে নিষিদ্ধ কৰিলে কাহৰ এই কেইবিধ ঔষধ

10 months ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

8 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

9 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

9 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

11 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

11 hours ago
সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

12 hours ago
৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

13 hours ago
প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

13 hours ago
শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

14 hours ago
বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

1 day ago
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

1 day ago
এপিষ্টনৰ প্ৰমোদ দ্বীপত কি চলিছিল, দ্বীপত চলা ঘটনা সম্পৰ্কে জানিলে হতচকিত হৈ উঠিব আপুনি

এপিষ্টনৰ প্ৰমোদ দ্বীপত কি চলিছিল, দ্বীপত চলা ঘটনা সম্পৰ্কে জানিলে হতচকিত হৈ উঠিব আপুনি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

বিপদত নেকি শিশুৰ সুৰক্ষা, চৰকাৰে নিষিদ্ধ কৰিলে কাহৰ এই কেইবিধ ঔষধ

editor by editor
April 19, 2025
in খাদ্য, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
বিপদত নেকি শিশুৰ সুৰক্ষা, চৰকাৰে নিষিদ্ধ কৰিলে কাহৰ এই কেইবিধ ঔষধ
0
SHARES
659
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিপদত নেকি শিশুৰ সুৰক্ষা, চৰকাৰে নিষিদ্ধ কৰিলে কাহৰ এই কেইবিধ ঔষধ

শিশুৰ সুৰক্ষাৰ বাবে চৰকাৰে পুনৰ পদক্ষেপ গ্ৰহণ কৰিছে। এইবাৰ চৰকাৰে নিষিদ্ধ কৰিলে শিশুৰ কেইবাবিধো কাহৰ ঔষধ। ৪ বছৰৰ তলৰ শিশুৰ বাবে কিছু ঔষধ নিষিদ্ধ কৰিছে চৰকাৰে। চৰকাৰে নিষিদ্ধ কৰা ঔষধবোৰ কাহৰ চিকিৎসাত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল।

ভাৰত চৰকাৰৰ ঔষধ নিয়ন্ত্ৰকে ঔষধ কোম্পানীসমূহক লেবেল আৰু পেকেজত সতৰ্কবাণী স্পষ্টকৈ লিখিবলৈও নিৰ্দেশ দিছে। কাহৰ চিকিৎসাৰ বাবে চৰকাৰে নিষিদ্ধ কৰা কাহৰ চিৰাপসমূহৰ ভিতৰত আছে কেইবাটাও নামী-দামী কোম্পানীৰ ঔষধ।

আচলতে এই ঔষধবোৰ যিবোৰ প্ৰস্তুতিৰে তৈয়াৰ কৰা হয়, সেইবোৰ ৪ বছৰৰ তলৰ শিশুৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। যাৰ বাবে এই কথা আগত ৰাখি এই পদক্ষেপ লৈছে চৰকাৰে।

চৰকাৰী অধিসূচনা অনুসৰি ক্ল’ৰফেনিৰামাইন মেলেট আৰু ফেনাইলফ্ৰিন হাইড্ৰ’ক্লৰাইডৰ ফিক্সড ড’জ কম্বিনেচন (এফডিচি)ৰ সকলো প্ৰস্তুতিৰ বিক্ৰী, উৎপাদন আৰু বিতৰণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ১৫ এপ্ৰিলৰ এক অধিসূচনাত কোৱা হৈছে যে ঔষধ নিৰ্মাতাসকলে যদি তেওঁলোকৰ লেবেল আৰু পেকেজ ইনছাৰ্টত “চাৰি বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত নিৰ্দিষ্ট মাত্ৰাৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিব নালাগে” বুলি সতৰ্কবাণী উল্লেখ কৰাৰ লগতে ইয়াৰ প্ৰচাৰৰ সময়তো তেওঁলোকৰ কাৰ্য্যকলাপ অব্যাহত ৰাখিব পাৰিব।

ইটিৰ প্ৰতিবেদন অনুসৰি ড্ৰাগছ টেকনিকেল এডভাইজাৰী ব’ৰ্ড (ডিটিএবি) আৰু বিষয় বিশেষজ্ঞ সমিতিয়ে এফডিচি পৰীক্ষা কৰি একে সংমিশ্ৰণৰ সকলো প্ৰস্তুতি ৪ বছৰৰ তলৰ শিশুৰ ব্যৱহাৰৰ বাবে নিষিদ্ধ কৰিব লাগে বুলি পৰামৰ্শ দিয়াৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।

নিষিদ্ধ এফ ডি চি হৈছে চৰ্দি আৰু এলাৰ্জীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা বহুতো অভাৰ দ্য কাউণ্টাৰ (OTC) ঔষধ আৰু চিৰাপত পোৱা এটা সাধাৰণতে ব্যৱহৃত সূত্ৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cough MedicineGovt band medicinemedicine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?
জীৱনশৈলী

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

February 4, 2026
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত
জীৱনশৈলী

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

February 4, 2026
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

February 4, 2026
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ
জীৱনশৈলী

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

February 4, 2026
Next Post
মঙল গ্ৰহৰ অস্তই আৰ্থিক লাভ কৰিব ৩ ৰাশিৰ, ৰৈ থকা কামত সফলতা পাব

মঙল গ্ৰহৰ অস্তই আৰ্থিক লাভ কৰিব ৩ ৰাশিৰ, ৰৈ থকা কামত সফলতা পাব

উপ-ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশৰ বিৰুদ্ধে FIRৰ নিৰ্দেশ দিব পাৰেনে? কিয় ন্যায়ালয়ৰ বিৰুদ্ধে খং জগদীপ ধনখৰৰ

উপ-ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশৰ বিৰুদ্ধে FIRৰ নিৰ্দেশ দিব পাৰেনে? কিয় ন্যায়ালয়ৰ বিৰুদ্ধে খং জগদীপ ধনখৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.