• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিআইডি অনুৰাগীৰ বাবে বিশেষ খবৰ! ২৭ বছৰৰ পাছত অন্ত পৰিব এচিপি প্ৰদ্যুমনৰ যাত্ৰা?

10 months ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

4 minutes ago
CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026

32 minutes ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

1 hour ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

2 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

20 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

21 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

22 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

23 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

1 day ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চিআইডি অনুৰাগীৰ বাবে বিশেষ খবৰ! ২৭ বছৰৰ পাছত অন্ত পৰিব এচিপি প্ৰদ্যুমনৰ যাত্ৰা?

editor by editor
April 4, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
চিআইডি অনুৰাগীৰ বাবে বিশেষ খবৰ! ২৭ বছৰৰ পাছত অন্ত পৰিব এচিপি প্ৰদ্যুমনৰ যাত্ৰা?
0
SHARES
546
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিআইডি অনুৰাগীৰ বাবে বিশেষ খবৰ! ২৭ বছৰৰ পাছত অন্ত পৰিব এচিপি প্ৰদ্যুমনৰ যাত্ৰা?

৯০ দশকৰ জনপ্ৰিয় ক্ৰাইম থ্ৰিলাৰ টিভি শ্ব’ চিআইডি পুনৰ দ্বিতীয় ছিজনৰ সৈতে দৰ্শকৰ মাজলৈ। ইয়াৰ খণ্ডসমূহ অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত ষ্ট্ৰীম কৰা হৈছে। চিআইডি পুনৰ উভতি অহাৰ পিছৰে পৰা অনুৰাগীয়ে এই অনুষ্ঠান আকৌ আগৰ দৰে আকোৱালী লৈছে।

পাছে এতিয়া শ্ব’টোৰ সৈতে জড়িত এটা আচৰিত খবৰ আহিছে। ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি এচিপি প্ৰদ্যুমনৰ যাত্ৰা শেষ হ’বলৈ ওলাইছে।

প্ৰদ্যুমনৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা শিৱাজী সতমে। শ্ব’টোত আগন্তুক খণ্ডত বোমা বিস্ফোৰণত মৃত্যু হ’ব এচিপি প্ৰদ্যুমনৰ। ইয়াৰ লগে লগে চি আই ডিৰ পৰা শেষ হ’ব এচিপি প্ৰদ্যুমানৰ যাত্ৰা তথা চৰিত্ৰ।

ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি চি আই ডিৰ আগন্তুক খণ্ডত দেখা যাব যে বাৰ্বোছাৰ চৰিত্ৰত অভিনয় কৰা টিগমাংশু ঢুলীয়াই চি আই ডিৰ দলটোক আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ কৰিব। এই আক্ৰমণৰ পৰা দলৰ আন সদস্যসকল বাচিব কিন্তু এচিপি প্ৰদ্যুমনৰ মৃত্যু হ’ব।

ইণ্ডিয়া টুডেৰ সৈতে হোৱা কথা-বতৰাত চিআইডিৰ এক সূত্ৰই কয় যে, ‘চিআইডিৰ দলটোৱে শেহতীয়াকৈ এই খণ্ডটোৰ শ্বুটিং কৰিছে। কিছুদিনৰ পিছত এই খণ্ডটো টেলিকাষ্ট কৰা হ’ব। কিন্তু শ্ব’টোৰ সৈতে জড়িত বহু তথ্য এতিয়াও শ্বেয়াৰ কৰা হোৱা নাই কাৰণ মেকাৰসকলে বিচাৰে যে শ্ব’টো টেলিকাষ্ট হ’লেহে অনুৰাগীসকলে এই খবৰ লাভ কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ACP PradyoumancidCID ShowTelevision Show
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?
জীৱনশৈলী

January 17, 2026
CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026
জীৱনশৈলী

CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026

January 17, 2026
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে
জীৱনশৈলী

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

January 17, 2026
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?
জীৱনশৈলী

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

January 17, 2026
Next Post
ৰে’ল যাত্ৰাৰ সময়ত যদিহে ভংগ কৰে এই নিয়ম, তেন্তে হ’ব পাৰে ১ বছৰৰ কাৰাদণ্ড

ৰে'ল যাত্ৰাৰ সময়ত যদিহে ভংগ কৰে এই নিয়ম, তেন্তে হ'ব পাৰে ১ বছৰৰ কাৰাদণ্ড

কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- পঢ়ক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন