• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিআইডি অনুৰাগীৰ বাবে বিশেষ খবৰ! ২৭ বছৰৰ পাছত অন্ত পৰিব এচিপি প্ৰদ্যুমনৰ যাত্ৰা?

চিআইডি অনুৰাগীৰ বাবে বিশেষ খবৰ! ২৭ বছৰৰ পাছত অন্ত পৰিব এচিপি প্ৰদ্যুমনৰ যাত্ৰা?

1 year ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

30 minutes ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

54 minutes ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

1 hour ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

2 hours ago
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

2 hours ago
২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

3 hours ago
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

3 hours ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

17 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

18 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

19 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

19 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চিআইডি অনুৰাগীৰ বাবে বিশেষ খবৰ! ২৭ বছৰৰ পাছত অন্ত পৰিব এচিপি প্ৰদ্যুমনৰ যাত্ৰা?

editor by editor
April 4, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
চিআইডি অনুৰাগীৰ বাবে বিশেষ খবৰ! ২৭ বছৰৰ পাছত অন্ত পৰিব এচিপি প্ৰদ্যুমনৰ যাত্ৰা?
0
SHARES
555
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিআইডি অনুৰাগীৰ বাবে বিশেষ খবৰ! ২৭ বছৰৰ পাছত অন্ত পৰিব এচিপি প্ৰদ্যুমনৰ যাত্ৰা?

৯০ দশকৰ জনপ্ৰিয় ক্ৰাইম থ্ৰিলাৰ টিভি শ্ব’ চিআইডি পুনৰ দ্বিতীয় ছিজনৰ সৈতে দৰ্শকৰ মাজলৈ। ইয়াৰ খণ্ডসমূহ অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত ষ্ট্ৰীম কৰা হৈছে। চিআইডি পুনৰ উভতি অহাৰ পিছৰে পৰা অনুৰাগীয়ে এই অনুষ্ঠান আকৌ আগৰ দৰে আকোৱালী লৈছে।

পাছে এতিয়া শ্ব’টোৰ সৈতে জড়িত এটা আচৰিত খবৰ আহিছে। ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি এচিপি প্ৰদ্যুমনৰ যাত্ৰা শেষ হ’বলৈ ওলাইছে।

প্ৰদ্যুমনৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা শিৱাজী সতমে। শ্ব’টোত আগন্তুক খণ্ডত বোমা বিস্ফোৰণত মৃত্যু হ’ব এচিপি প্ৰদ্যুমনৰ। ইয়াৰ লগে লগে চি আই ডিৰ পৰা শেষ হ’ব এচিপি প্ৰদ্যুমানৰ যাত্ৰা তথা চৰিত্ৰ।

ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি চি আই ডিৰ আগন্তুক খণ্ডত দেখা যাব যে বাৰ্বোছাৰ চৰিত্ৰত অভিনয় কৰা টিগমাংশু ঢুলীয়াই চি আই ডিৰ দলটোক আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ কৰিব। এই আক্ৰমণৰ পৰা দলৰ আন সদস্যসকল বাচিব কিন্তু এচিপি প্ৰদ্যুমনৰ মৃত্যু হ’ব।

ইণ্ডিয়া টুডেৰ সৈতে হোৱা কথা-বতৰাত চিআইডিৰ এক সূত্ৰই কয় যে, ‘চিআইডিৰ দলটোৱে শেহতীয়াকৈ এই খণ্ডটোৰ শ্বুটিং কৰিছে। কিছুদিনৰ পিছত এই খণ্ডটো টেলিকাষ্ট কৰা হ’ব। কিন্তু শ্ব’টোৰ সৈতে জড়িত বহু তথ্য এতিয়াও শ্বেয়াৰ কৰা হোৱা নাই কাৰণ মেকাৰসকলে বিচাৰে যে শ্ব’টো টেলিকাষ্ট হ’লেহে অনুৰাগীসকলে এই খবৰ লাভ কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ACP PradyoumancidCID ShowTelevision Show
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

May 14, 2026
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?
জীৱনশৈলী

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

May 14, 2026
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?
জীৱনশৈলী

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

May 14, 2026
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব
জীৱনশৈলী

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

May 14, 2026
Next Post
ৰে’ল যাত্ৰাৰ সময়ত যদিহে ভংগ কৰে এই নিয়ম, তেন্তে হ’ব পাৰে ১ বছৰৰ কাৰাদণ্ড

ৰে'ল যাত্ৰাৰ সময়ত যদিহে ভংগ কৰে এই নিয়ম, তেন্তে হ'ব পাৰে ১ বছৰৰ কাৰাদণ্ড

কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- পঢ়ক সবিশেষ

কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- পঢ়ক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.