• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰে’ল যাত্ৰাৰ সময়ত যদিহে ভংগ কৰে এই নিয়ম, তেন্তে হ’ব পাৰে ১ বছৰৰ কাৰাদণ্ড

ৰে’ল যাত্ৰাৰ সময়ত যদিহে ভংগ কৰে এই নিয়ম, তেন্তে হ’ব পাৰে ১ বছৰৰ কাৰাদণ্ড

1 year ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

30 minutes ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

51 minutes ago
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

2 hours ago
জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

5 hours ago
প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

6 hours ago
ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

7 hours ago
ডিমেনচিয়াৰ আশংকা কমাবলৈ গঢ়ি তোলক এই অভ্যাস

বয়সৰ লগে লগে বাঢ়ি আহে ডিমেনচিয়াৰ আশংকা! গঢ়ি তোলক এই অভ্যাস

8 hours ago
চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

8 hours ago
এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

9 hours ago
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

10 hours ago
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰে’ল যাত্ৰাৰ সময়ত যদিহে ভংগ কৰে এই নিয়ম, তেন্তে হ’ব পাৰে ১ বছৰৰ কাৰাদণ্ড

editor by editor
April 4, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ৰে’ল যাত্ৰাৰ সময়ত যদিহে ভংগ কৰে এই নিয়ম, তেন্তে হ’ব পাৰে ১ বছৰৰ কাৰাদণ্ড
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰে’ল যাত্ৰাৰ সময়ত যদিহে ভংগ কৰে এই নিয়ম, তেন্তে হ’ব পাৰে ১ বছৰৰ কাৰাদণ্ড

ভাৰত বুলিলেই কোটি কোটি লোকৰ দৈনন্দিন যাত্ৰাৰ ব্যৱস্থা ৰে’ল যাত্ৰা। যাৰ বাবে ভাৰতীয় ৰেলৱেক দেশৰ জীৱনৰেখা বুলি কোৱা হয়।

ভাৰতীয় ৰেলৱেই যাত্ৰীসকলৰ বাবে বহু নিয়ম-নীতি বনাইছে। যদি কোনো যাত্ৰীয়ে এই নিয়ম আৰু আইন উলংঘা কৰা দেখা যায় তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। ৰেলৱেৰ নিয়ম উলংঘা কৰা যাত্ৰীসকলে কেৱল জৰিমনা ভৰিবলগীয়া হোৱাই নহয়, কিছুমান ক্ষেত্ৰত জেললৈও যাবলগীয়া হ’ব পাৰে।

ৰে’ল যাত্ৰীৰ সুৰক্ষাৰ কথা মনত ৰাখি ৰে’লৰ সকলো ডবাত জৰুৰীকালীন এলাৰ্ম চেইন লগোৱা হৈছে। এই জৰুৰীকালীন এলাৰ্ম চেইন যিকোনো ধৰণৰ জৰুৰীকালীন পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰি। কিন্তু যদি আপুনি এই জৰুৰীকালীন এলাৰ্ম চেইনটো কোনো কাৰণ নোহোৱাকৈ ব্যৱহাৰ কৰে তেন্তে আপুনিও জেললৈ যাব লাগিব পাৰে।

১৯৮৯ চনৰ ৰেলৱে আইনৰ ১৪১ নং ধাৰাত কোনো যুক্তিসংগত অজুহাত নোহোৱাকৈ জৰুৰীকালীন এলাৰ্ম চেইন টানি দিয়াটো শাস্তিযোগ্য অপৰাধ। এই আইন উলংঘা কৰা সকলক ১০০০ টকা জৰিমনা বা ১ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হব পাৰে। কিছুমান ক্ষেত্ৰত জৰিমনা ভৰিব লাগিব আৰু লগতে জেললৈও যাব লাগিব পাৰে।

জৰুৰীকালীন এলাৰ্ম চেইন কেৱল জৰুৰীকালীন পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি। যাত্ৰাৰ সময়ত চলন্ত ৰে’লত অগ্নিকাণ্ড সংঘটিত হ’লে, কোনো শিশু বা বৃদ্ধ ব্যক্তিয়ে ৰে’লত উঠিব নোৱাৰিলে, যাত্ৰাৰ সময়ত কোনো লোক অসুস্থ হৈ পৰিলে, বা যাত্ৰাৰ সময়ত চুৰি বা ডকাইতি হ’লে চেইন টানিব পাৰি। অন্যথা শাস্তি অনিবাৰ্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian RailwayIndian Railway ServicerailwayRailway Service
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!
জীৱনশৈলী

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

July 2, 2026
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?
জীৱনশৈলী

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

July 2, 2026
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক
জীৱনশৈলী

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

July 2, 2026
জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস
জীৱনশৈলী

জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

July 2, 2026
Next Post
কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- পঢ়ক সবিশেষ

কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত- পঢ়ক সবিশেষ

মেষ-সিংহসহ ৩ ৰাশিৰ জিলিকিব ভাগ্য, বুধৰ ট্ৰেনজিতে কৰিব সকলো সলনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.