• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্কুলতে সন্তান প্ৰসৱ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ! জোপোহাত পেলাই দিয়া নৱজাতকৰ মৃত্যু, দশম শ্ৰেণীৰ প্ৰেমিকক গ্ৰেপ্তাৰ

স্কুলতে সন্তান প্ৰসৱ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ! জোপোহাত পেলাই দিয়া নৱজাতকৰ মৃত্যু, দশম শ্ৰেণীৰ প্ৰেমিকক গ্ৰেপ্তাৰ

4 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

7 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

8 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

8 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

9 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

10 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

10 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

11 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

11 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

12 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

12 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

13 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

স্কুলতে সন্তান প্ৰসৱ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ! জোপোহাত পেলাই দিয়া নৱজাতকৰ মৃত্যু, দশম শ্ৰেণীৰ প্ৰেমিকক গ্ৰেপ্তাৰ

editor by editor
September 4, 2022
in অপৰাধ, ভাৰত
0
স্কুলতে সন্তান প্ৰসৱ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ! জোপোহাত পেলাই দিয়া নৱজাতকৰ মৃত্যু, দশম শ্ৰেণীৰ প্ৰেমিকক গ্ৰেপ্তাৰ
0
SHARES
83.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে সন্তান জন্ম দিয়াৰ পাছতে বিদ্যালয়ৰ সমীপত থকা জোপোহাৰ মাজত নৱজাতক পেলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই জঘন্য ঘটনাটো তামিলনাডুৰ৷

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে, বৃহস্পতিবাৰে তামিলনাডুৰ কুদ্দালোৰ জিলাৰ এখন গাঁৱৰ এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা জোপোহাত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷

নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে বিদ্যালয়খনৰ অধ্যক্ষই আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কামৰাজ হাস্পতাললৈ প্ৰেৰণ কৰে৷

লগতে পঢ়ক কি মাহত মানুহে বেছিকৈ বিবাহ বৰ্হিভূত সম্পৰ্কত জড়িত হৈ পৰে? সমীক্ষাই কি কয়?

ইয়াৰ পাছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে বিদ্যালয়খনৰ এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে ৱাশ্বৰুমতে এটা সন্তান দি জোপোহাতে এৰি তৈ যায়৷ ইতিমধ্যে ১৬ বছৰীয়া কিশোৰী ছাত্ৰীগৰাকীয়ে সন্তানটো তেওঁৰে আছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে৷

আৰক্ষীয়ে জনোৱা মতে, শিশুটিৰ পিতৃ আন এখন ব্যক্তিগত বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ। দুয়োৰে মাজত ঘনিষ্ঠতা থকা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ছাত্ৰজনে। ইয়াৰ পাছতে আৰক্ষীয়ে কিশোৰ ছাত্ৰগৰাকীক গ্ৰেপ্তাৰ কৰে।

ছাত্ৰজনৰ বিৰুদ্ধে POCSOকে ধৰি একাধিক ধাৰাত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে। ইফালে ছাত্ৰীগৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assammurder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা
অসম

সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

April 9, 2026
Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?
অসম

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

April 9, 2026
Next Post
চাইৰাছ মিষ্ট্ৰীৰ মৃত্যু; ভাৰতৰ কৰ্প’ৰেট জগতত হাহাকাৰ! পতন ঘটিব নেকি শ্বেয়াৰ মাৰ্কেটৰ?

চাইৰাছ মিষ্ট্ৰীৰ মৃত্যু; ভাৰতৰ কৰ্প’ৰেট জগতত হাহাকাৰ! পতন ঘটিব নেকি শ্বেয়াৰ মাৰ্কেটৰ?

বেকাৰিত্বত হতাশ যুৱক! মাতৃকো ৰেহাই নিদিলে হতাশাগ্ৰস্ত যুৱকে! কি কাণ্ড সংঘটিত কৰিলে?

বেকাৰিত্বত হতাশ যুৱক! মাতৃকো ৰেহাই নিদিলে হতাশাগ্ৰস্ত যুৱকে! কি কাণ্ড সংঘটিত কৰিলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.