• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বজুৰি ইণ্টাৰনেট বিপৰ্যয়! X, ChatGPT-সহ ডাউন বহু ৱেবচাইট, আঁৰত কি বৃহৎ কাৰণ?

বিশ্বজুৰি ইণ্টাৰনেট বিপৰ্যয়! X, ChatGPT-সহ ডাউন বহু ৱেবচাইট, আঁৰত কি বৃহৎ কাৰণ?

8 months ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

39 minutes ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

1 hour ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

2 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

4 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

5 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

5 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

18 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

19 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

19 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

20 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

21 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশ্বজুৰি ইণ্টাৰনেট বিপৰ্যয়! X, ChatGPT-সহ ডাউন বহু ৱেবচাইট, আঁৰত কি বৃহৎ কাৰণ?

বিশ্বজুৰি ইণ্টাৰনেট বিপৰ্যয়! X, ChatGPT-সহ ডাউন বহু ৱেবচাইট, আঁৰত কি বৃহৎ কাৰণ?

editor by editor
November 18, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
বিশ্বজুৰি ইণ্টাৰনেট বিপৰ্যয়! X, ChatGPT-সহ ডাউন বহু ৱেবচাইট, আঁৰত কি বৃহৎ কাৰণ?
0
SHARES
469
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মঙলবাৰে বিয়লি ভাৰতসহ বিশ্বৰ কেইবাখনো দেশত ইণ্টাৰনেট ব্যৱহাৰত সমস্যা হৈছে৷ X, ChatGPT, Letterboxd, Canva, Uber-সহ বিশ্বৰ কেইবাটাও প্ৰধান ৱেবচাইট আৰু অনলাইন এপ্লিকেছন অচল হৈ পৰিছে৷ বহুতেই প্ৰথমে ভাৱিছিল হয়তো তেওঁলোকৰ ব্যক্তিগত ইণ্টাৰনেট সংযোগত সমস্যা হৈছে৷ কিন্তু ইয়াৰ কাৰণ বিশ্বজুৰি ঘটা এক ডাঙৰ ইণ্টাৰনেট বিপৰ্যয়৷

এই ইণ্টাৰনেট বিভ্ৰাটৰ মূল কাৰণ হিচাপে ধাৰণা কৰা হৈছে ক্লাউডফ্লেয়াৰৰ চিষ্টেমৰ ডাঙৰ প্ৰযুক্তিগত ত্ৰুটি৷ ইণ্টাৰনেটৰ কণ্টেণ্ট ডেলিভাৰি আৰু সুৰক্ষা পৰিসেৱাৰ এক ডাঙৰ অংশ আছে ক্লাউডফ্লেয়াৰৰ নিয়ন্ত্ৰণত৷ কামত তেওঁলোকৰ চিষ্টেম ব্যৰ্থ হলে তাৰ প্ৰভাৱ কোনো এক পৰিসেৱাৰ মাজত ৰৈ নাথাকে৷ তেওঁলোকৰ পৰিকাঠামোৰ ওপৰত নিৰ্ভৰশীল সকলো প্লেটফৰ্মতেই তাৰ প্ৰভাৱ পৰে৷

ভাৰতসহ বিশ্বব্যাপী হাজাৰ হাজাৰ ইণ্টাৰনেট ইউজাৰে ইয়াৰ চিকাৰ হোৱাৰ পাছতেই এই বিষয়ে এক বিবৃতি প্ৰকাশ কৰিছে ক্লাউডফ্লেয়াৰে৷ তেওঁলোকে জনাইছে যে তেওঁলোকৰ চিষ্টেমত এক সমস্যা হৈছিল৷ যাৰ সাম্ভাৱ্য প্ৰভাৱ পৰিছে বহু গ্ৰাহকৰ ওপৰত৷ পৰিসেৱাসমূহ দ্ৰুত পুনৰুদ্ধাৰ কৰাৰো কাম চলিছে৷

ইণ্টাৰনেটৰ যিকোনো বিভ্ৰাট ট্ৰেক কৰে ডাউনডিটেক্টৰে৷ এই সংস্থাই জনাইছে যে বিয়লি ৫.২০ পৰ্যন্ত কেৱলমাত্ৰ X-ৰ ক্ষেত্ৰতেই ৫৬০০ টাতকৈ বেছি সমস্যাৰ ৰিপৰ্ট জমা হৈছে৷ ভাৰততো ১৩০০ৰো বেছি ইউজাৰে ইণ্টাৰনেট বিভ্ৰাটৰ ৰিপৰ্ট কৰিছে৷ আনকি ডাউনডিটেক্টৰৰ নিজৰ ৱেবচাইটতো প্ৰথমে লোডিঙৰ সমস্যা হৈছিল৷ কাৰণ তেওঁলোকো ক্লাউডফ্লেয়াৰৰ ওপৰত নিৰ্ভৰশীল৷

কিন্তু এই ঘটনাৰ অন্য এক আলোচনাও আৰম্ভ হৈছে৷ প্ৰযুক্তি বিশ্লেষকসকলৰ একাংশই জনাইছে যে ইণ্টাৰনেট খুব কম সংখ্যক মূল সৰবৰাহকাৰীৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে৷ এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিছে যে ইয়াৰ ফলত যিকোনো মুহূৰ্তত এনে বিপৰ্যয় হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন
বাণিজ্য

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

July 5, 2026
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী
বিনোদন

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

July 5, 2026
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

July 5, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

July 5, 2026
Next Post
২০২৬ চনত শুক্ৰাদিত্য ৰাজযোগ, এই ৩টা ৰাশিৰ বাবে উপকাৰী হ’ব এই যোগ

২০২৬ চনত শুক্ৰাদিত্য ৰাজযোগ, এই ৩টা ৰাশিৰ বাবে উপকাৰী হ’ব এই যোগ

৫০০ বছৰৰ পাছত একেলগে মাৰ্গী হ’ব বুধ আৰু শনি, বিৰল যোগত সোণৰ দৰে চমকিব ৩ৰাশিৰ ভাগ্য

৫০০ বছৰৰ পাছত একেলগে মাৰ্গী হ’ব বুধ আৰু শনি, বিৰল যোগত সোণৰ দৰে চমকিব ৩ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.