মুখ্যমন্ত্ৰীৰ ধমককো কেৰেপ নকৰে দালালে। শিলচৰ ছেটেলমেণ্ট কাৰ্যালয়ত অব্যাহত দালালৰাজ। ‘অসম লাইভ ২৪’ৰ sting operation। নিৰীহ লোকৰ ভূমি বিক্ৰীও কৰে দালালে। দালালৰাজৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী। দালালৰাজৰ কথা বৰ্ণনা কৰিলে ভুক্তভোগীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ