• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানে আৰম্ভ কৰিছে প্ৰত্যাক্ৰমণ! ভাৰতৰ S-400 য়ে আকাশতে ধ্বংস কৰিলে ৮খন পাকিস্তানী ড্ৰোণ

পাকিস্তানে আৰম্ভ কৰিছে প্ৰত্যাক্ৰমণ! ভাৰতৰ S-400 য়ে আকাশতে ধ্বংস কৰিলে ৮খন পাকিস্তানী ড্ৰোণ

1 year ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

23 minutes ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

2 hours ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

2 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

3 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

4 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

5 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

5 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

14 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

16 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

16 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

17 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পাকিস্তানে আৰম্ভ কৰিছে প্ৰত্যাক্ৰমণ! ভাৰতৰ S-400 য়ে আকাশতে ধ্বংস কৰিলে ৮খন পাকিস্তানী ড্ৰোণ

পাকিস্তানে আৰম্ভ কৰিছে প্ৰত্যাক্ৰমণ! ভাৰতৰ S-400 য়ে আকাশতে ধ্বংস কৰিলে ৮খন পাকিস্তানী ড্ৰোণ

editor by editor
May 8, 2025
in বিশ্ব
0
পাকিস্তানে আৰম্ভ কৰিছে প্ৰত্যাক্ৰমণ! ভাৰতৰ S-400 য়ে আকাশতে ধ্বংস কৰিলে ৮খন পাকিস্তানী ড্ৰোণ
0
SHARES
770
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে (৮ মে’, ২০২৫) জম্মুৰ বিমানবন্দৰত আক্ৰমণৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছে পাকিস্তানে। ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই পুনৰবাৰ পাকিস্তানী ড্ৰোন নিক্ষেপ কৰিছে। জম্মুৰ কেইবাটাও অঞ্চলত ড্ৰ’ন আক্ৰমণৰ বিফল চেষ্টা চলাইছে পাকিস্তানে, ভাৰতৰ এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেমে আটাইকেইটা ড্ৰ’ন ধ্বংস কৰিছে। সমগ্ৰ জম্মু-কাশ্মীৰতেই এতিয়া ব্লেক আউট৷

বৃহস্পতিবাৰে কিছু সময়ৰ পূৰ্বেই বিস্ফোৰণৰ শব্দ শুনা গৈছে জম্মুত৷ আখনুৰ, ছাম্বাৰ দৰে স্থানত ছাইৰেণ বাজিছে৷ পাকিস্তানৰ দিশৰ পৰা আন্তৰ্জাতিক সীমান্তৰ সিপাৰৰ পৰা একাধিক ৰকেট উৰি অহা দেখা গৈছে৷ সম্পূৰ্ণ ব্লেকআউট কৰি দিয়া হৈছে সমগ্ৰ এলেকা৷ অৰ্থাৎ সমগ্ৰ এলেকাতেই পোহৰ সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে৷ সূত্ৰৰ খবৰ অনুসৰি ভাৰতৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থাই পাক আক্ৰমণ প্ৰতিহত কৰাৰ বাবে সক্ৰিয় হৈ উঠিছে৷

নিৰাপত্তা সংস্থা সূত্ৰৰ খবৰ অনুসৰি বৃহস্পতিবাৰে নিশা পাকিস্তানৰ মুঠ ৮টা ক্ষেপণাস্ত্ৰ ভাৰতে ধ্বংস কৰিছে৷ পাক আক্ৰমণকাৰী ড্ৰোণৰ টাৰ্গেট আছিল মূলত জম্মু বিমানবন্দৰ, ছাম্বা, আৰ এছ পুৰা. আৰিনাৰ চুবুৰীয়া অঞ্চল৷ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা S-400 য়ে এই ক্ষেপণাস্ত্ৰসমূহ ধ্বংস কৰিছে৷ জম্মু বিশ্ববিদ্যালয়ৰ নিচেই কাষত দুখন পাকিস্তানী আক্ৰমণকাৰী ড্ৰোণ গুলিয়াই নমোৱা হৈছে৷

সমগ্ৰ জম্মু চহৰত মোবাইল নেটৱৰ্ক বন্ধ কৰি দিয়া হৈছে৷ জম্মু বিমানবন্দৰ, পাঠানকোটৰ বায়ুসেৱাৰ ঘাটিত ছাইৰেনৰ শব্দ শুনা গৈছে৷ ছাইৰেনৰ শব্দ শুনা গৈছে বাৰামুলা, কুপৱাৰাৰ দৰে এলেকাসমূহতো৷ ইয়াৰোপৰি চহৰৰ নানান প্ৰান্তৰ পৰা বিস্ফোৰণৰ শব্দ শুনা গৈছে৷

কেৱল জম্মু নহয়, সীমান্ত সংলগ্ন পঞ্জাৱৰ বিভিন্ন অংশতো ব্লেকআউট কৰা হৈছে৷ পঞ্জাৱৰ হোছিয়াৰপুৰৰ ডেপুটি কমিছনৰ আছিকা জৈনে জনাইছে যে বায়ুসেনা কৰ্তৃপক্ষৰ নিৰ্দেশৰ চহৰত ব্লেকআউট কৰা হৈছে৷ পৰবৰ্তী নিৰ্দেশ নহা পৰ্যন্ত ব্লেকআউট চলিব৷ অমৃতচৰতো ব্লেকআউট কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ
ভাৰত

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

September 16, 2026
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড
বিশ্ব

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

September 16, 2026
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা
বিশ্ব

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

September 16, 2026
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য
ভাৰত

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

September 14, 2026
Next Post
ধৰ্মশালাত পঞ্জাৱ কিংছ বনাম দিল্লী কেপিটেলছৰ মেচ বাতিল! ব্লেক আউট ষ্টেডিয়াম, হঠাৎ দৰ্শকক গেলাৰী এৰাৰ নিৰ্দেশ

ধৰ্মশালাত পঞ্জাৱ কিংছ বনাম দিল্লী কেপিটেলছৰ মেচ বাতিল! ব্লেক আউট ষ্টেডিয়াম, হঠাৎ দৰ্শকক গেলাৰী এৰাৰ নিৰ্দেশ

পাকিস্তানৰ F-16 আৰু JF-17 যুদ্ধবিমান আকাশতে ধ্বংস কৰিলে ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে! ড্ৰোণ আক্ৰমণকো প্ৰতিহত কৰিছে ভাৰতৰ S-400য়ে

পাকিস্তানৰ F-16 আৰু JF-17 যুদ্ধবিমান আকাশতে ধ্বংস কৰিলে ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে! ড্ৰোণ আক্ৰমণকো প্ৰতিহত কৰিছে ভাৰতৰ S-400য়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.