• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

5 months ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

26 minutes ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

1 hour ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

1 hour ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

2 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

3 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

3 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

4 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

6 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

7 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

9 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

editor by editor
May 6, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি
0
SHARES
198
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আঞ্চলিক ৰাজনীতিত এম কে ষ্টেলিনৰ দল ডিএমকেৰ সৈতে সম্পৰ্ক ছিন্ন কৰিলে কংগ্ৰেছে৷ দক্ষিণী তাৰকা থালাপতি বিজয়ৰ তামিলাগা ভেট্টি কাজগমক সমৰ্থনৰ সিদ্ধান্ত লৈছে তেওঁলোকে৷ এইবাৰৰ নিৰ্বাচনত তামিলনাডুৰ পাঁচখন আসন জয় কৰিছে কংগ্ৰেছে৷ বুধবাৰে তামিলনাডুৰ কংগ্ৰেছ নেতাসকলে চেন্নাইত টিভিকেৰ সদৰ দফতৰলৈ গৈ বিজয়ৰ সৈতে দেখা কৰে৷ চৰকাৰ গঠনৰ বাবেও টিভিকেক পূৰ্ণ সমৰ্থনৰ বাৰ্তা দিছে তেওঁলোকে৷

কংগ্ৰেছে জনাইছে যে টিভিকেৰ সৈতে তেওঁলোকৰ এই জোঁট কেৱল এইবাৰ চৰকাৰ গঠনৰ বাবেই নহয়৷ ভৱিষ্যতে পৌৰসভা, পঞ্চায়ত নিৰ্বাচন, লোকসভা আৰু ৰাজ্যসভা নিৰ্বাচনৰ ক্ষেত্ৰতো তেওঁলোকৰ এই জোঁট থাকিব৷ তামিলনাডুৰ প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত নেতা গিৰীশ চোডণকৰে বুধবাৰে এক বিবৃত্তিযোগে জনাইছে যে তেওঁলোকে টিভিকেক চৰ্তসাপেক্ষে সমৰ্থন কৰিব৷ এই চৰ্ত হৈছে কোনো সাম্প্ৰদায়িক শক্তি, যিয়ে দেশৰ সংবিধানত বিশ্বাসী নহয় তেনে কোনো দলক জোটত ল’ব নোৱাৰিব টিভিকে৷ তেওঁ আৰু জনাইছে যে টিভিকে প্ৰধান বিজয়েই তেওঁলোকৰ ওচৰত সমৰ্থন বিচাৰি যোগাযোগ কৰিছিলষ সেই অনুৰোধতেই তামিলনাডুৰ প্ৰদেশ কংগ্ৰেছ কমিটি আৰু কংগ্ৰেছ পৰিষদীয় দলে একেলগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷

উল্লেখ কৰা প্ৰয়োজন যে তামিলনাডুত একক দল হিচাপে সকলোতকৈ বেছি ভোট লাভ কৰিছে বিজয়ৰ টিভিকে৷ জয় কৰিছে ১০৭ খন আসন৷ চৰকাৰ গঠনৰ বাবে সেয়া পৰ্যাপ্ত নহয়৷ চৰকাৰ গঢ়িবলৈ হ’লে ১১৮ খন আসন লাগে৷ এই অৱস্থাত কংগ্ৰেছ বিধায়কৰ সমৰ্থনো বিজয়ৰ বাবে যথেষ্ট নহয়৷ কংগ্ৰেছৰ সমৰ্থন পালে বিজয়ৰ পক্ষত থাকিব ১১২ বিধায়ক৷ কিন্তু চৰকাৰ গঠনৰ বাবে আৰু ৬ বিধায়কৰ সমৰ্থন লাগিব৷ এই অৱস্থাত জোটসংগী বিচাৰি চিপিআই, চিপিআইএম আৰু ভিচিকেৰ দৰে দলসমূহৰ সৈতে যোগাযোগ ৰাখিছে বিজয়ে৷ এই দলসমূহৰ সমৰ্থন পালেই টিভিকে চৰকাৰ গঠনৰ বাবে মুঠ ১১৯ বিধায়ক যোগাৰ হ’ব৷

বিজয়ৰ সৈতে কংগ্ৰেছৰ হাত মিলোৱা বিষয়টোক লৈ অসন্তুষ প্ৰকাশ কৰিছে ডিএমকে শিবিৰে৷ কংগ্ৰেছক বিশ্বাসঘাতক বুলি আক্ৰমণ কৰিছে ডিএমকেৰ মুখপাত্ৰ ছাৰাভানন আন্নাদুৰাই৷ তেওঁ কয়, ‘কংগ্ৰেছৰ কোনো এক অতিচালাক ব্যক্তিয়ে সমগ্ৰ পৰিস্থিতি ধ্বংস কৰিছে৷ কংগ্ৰেছৰ সমৰ্থনেও টিভিকেক চৰকাৰ গঠন কৰাব নোৱাৰে৷ কংগ্ৰেছে এনেকৈ ডিএমকে ত্যাগ কৰি নিজকে হাঁহিয়াতৰ পাত্ৰহে কৰিছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা
অসম

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

September 19, 2026
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ
বাণিজ্য

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!
বাণিজ্য

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

September 19, 2026
Next Post
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.