• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘প্ৰধানমন্ত্ৰী মোদীৰ দৰে নৱাব শ্বৰীফৰ অনুষ্ঠানত কেক কটা নাই ৰাহুলে’ বিজেপিক আক্ৰমণ

‘প্ৰধানমন্ত্ৰী মোদীৰ দৰে নৱাব শ্বৰীফৰ অনুষ্ঠানত কেক কটা নাই ৰাহুলে’ বিজেপিক আক্ৰমণ

4 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

1 hour ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

2 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

2 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

3 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

3 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

3 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

4 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

4 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

5 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

5 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

5 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘প্ৰধানমন্ত্ৰী মোদীৰ দৰে নৱাব শ্বৰীফৰ অনুষ্ঠানত কেক কটা নাই ৰাহুলে’ বিজেপিক আক্ৰমণ

editor by editor
May 3, 2022
in ভাৰত, ৰাজনীতি
0
‘প্ৰধানমন্ত্ৰী মোদীৰ দৰে নৱাব শ্বৰীফৰ অনুষ্ঠানত কেক কটা নাই ৰাহুলে’ বিজেপিক আক্ৰমণ
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ নেপালী বন্ধুৰ বিবাহৰ উপলক্ষ্যে কাঠমাণ্ডুত উপস্থিত থকাকলৈ বিজেপিয়ে তীব্ৰ আক্ৰমণ কৰা পৰিলক্ষিত হৈছে৷

বিজেপিয়ে ৰাহুল গান্ধীয়ে কংগ্ৰেছ শাসিত ৰাজস্থান হিংসাত্মক ঘটনাত জৰ্জৰিত হৈ থকাৰ সময়তো বিদেশী ৰাষ্ট্ৰৰ নাইট ক্লাৱত পাৰ্টি কৰা বুলি ৰাহুল গান্ধীক আক্ৰমণ কৰা দেখা গৈছে৷

ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিজেপিয়ে এইদৰে কংগ্ৰেছ নেতাগৰাকীক আক্ৰমণ কৰা দেখা গৈছে৷ বিজেপিয়ে দাবী কৰিছে যে ৰাহুল গান্ধীয়ে কাঠমাণ্ডুৰ এখন নাইট ক্লাৱত নৈশ পাৰ্টিত ব্যস্ত আছে৷

লগতে পঢ়ক দূৰাৰোগ্য ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন : হস্তান্তৰ কৰিব ৰাজ ক্ষমতা!

ইয়াৰ পিছতে কংগ্ৰেছেও বিজেপিৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিছে৷ কংগ্ৰেছে ৰাহুল গান্ধীক সমৰ্থন কৰি কয় যে বন্ধুৰ বিয়াত উপস্থিত থকাটো কোনো অপৰাধ হ’ব নোৱাৰে৷

কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুৰণি প্ৰসংগ টানি আনি বিজেপিক তীব্ৰ প্ৰত্যাক্ৰমণ কৰা দেখা গৈছে৷ কংগ্ৰেছে কৈছে যে পাকিস্তানৰ পূৰ্ব প্ৰধানমন্ত্ৰী নৱাব শ্বৰীফৰ কন্যাৰ বিবাহ অনুষ্ঠানত হঠাতে উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেক কটাতকৈ ই কম বিপদজনক৷

‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনিমন্ত্ৰিত অতিথি হৈ নৱাজ শ্বৰীফৰ সৈতে কেক কাটিবলৈ যোৱাৰ দৰে ৰাহুল গান্ধীয়ে পাকিস্তানলৈ যোৱা নাই আৰু পাঠানকোটত কি হৈছিল সেয়া আমি জানো৷’’ কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সুৰজেৱালাই বিজেপিক প্ৰত্যাক্ৰমণ কৰি এইদৰে কয়৷

লগতে পঢ়ক প্ৰদেশ কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত : কোন কোন জ্যেষ্ঠ নেতাই লেং মাৰিলে ভূপেন বৰাক?

‘‘ৰাহুল গান্ধীয়ে এজন সাংবাদিকৰ বিয়াত উপস্থিত থাকিবলৈ নেপাললৈ গৈছে আৰু ইয়াত কোনো ভুল নাই, দৰাচলতে এয়া আমাৰ সংস্কৃতিৰে অংশ। প্ৰধানমন্ত্ৰী আৰু বিজেপিয়ে কাৰোবাৰ বিয়াত উপস্থিত থকাটোকো অপৰাধ বুলি গণ্য কৰিব পাৰে৷ ই কোনো ধৰণৰ অপৰাধ নহয়।’’ বুলি কৈ সুৰজেৱালাই বিজেপিৰ মুখপাত্ৰ অমিত মালব্যৰ টুইটৰ প্ৰত্যুত্তৰ দি এইদৰে বিজেপিৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো তীব্ৰ আক্ৰমণ কৰে৷

বিজেপিৰ মুখপাত্ৰ এই অমিত মালব্যই ৰাহুল গান্ধীৰ উক্ত ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল কৰি আক্ৰমণ কৰিছিল৷ অৱশ্যে মালৱ্যৰ এই টুইটৰ পিছতে কংগ্ৰেছৰ বাহিৰেও বহু টুইটাৰ ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীৰ সমৰ্থনতো টুইট কৰা দেখা গৈছে৷ তেওঁলোকৰ মতে ৰাহুল গান্ধীয়ে বিবাহ অনুষ্ঠানত উপস্থিত ssথকাটো তেওঁৰ ব্যক্তিগত বিষয়৷

লগতে পঢ়ক আকৌ ক্লীণ ব’ল্ড অৰুণ লাল, ৩৮ বছৰীয়া যুৱতীৰে দ্বিতীয় বিবাহ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ

নেপালৰ সংবাদ পত্ৰ কাঠমাণ্ডু পোষ্ট-এ মঙলবাৰে এক সূত্ৰৰ উদ্ধৃতি দি কয় যে ৰাহুল গান্ধী সোমবাৰে আন তিনিজন লোকৰ সৈতে কাঠমাণ্ডুত উপস্থিত হোৱা গৈছিল।

ৰাহুল গান্ধীয়ে তেওঁৰ নেপালী বন্ধু চিএনএনৰ প্ৰাক্তন সাংবাদিক আৰু বৰ্তমান লুম্বিনী সংগ্ৰহালয়ৰ কাৰ্যবাহী সঞ্চালকৰ বিয়াত উপস্থিত থাকিবলৈ কাঠমাণ্ডুত উপস্থিত আছে। সংবাদ পত্ৰখনৰ মতে মঙলবাৰ আৰু বৃহস্পতিবাৰে বিবাহৰ দুটা অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamnarendra-modiPM Modirahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
Next Post
পঢ়ক কণমানি ছাত্ৰ কালুৱাৰ ছুটিৰ আবেদন; পঢ়ি আপোনাৰো নৰ’ব হাঁহি!

পঢ়ক কণমানি ছাত্ৰ কালুৱাৰ ছুটিৰ আবেদন; পঢ়ি আপোনাৰো নৰ’ব হাঁহি!

তিনি প্ৰেমিকাৰে ১৫ বছৰীয়া লিভ-ইন, একেটা মণ্ডপতে বিয়া তিনি প্ৰেমিকাক

তিনি প্ৰেমিকাৰে ১৫ বছৰীয়া লিভ-ইন, একেটা মণ্ডপতে বিয়া তিনি প্ৰেমিকাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.