• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অযোধ্যাবাসীৰ জৱাব কেনে পাইছে? ৰাহুলে ক’লে মোদীবাহিনীয়ে অযোধ্যাত কিয় পৰাজয়বৰণ কৰিলে?

অযোধ্যাবাসীৰ জৱাব কেনে পাইছে? ৰাহুলে ক’লে মোদীবাহিনীয়ে অযোধ্যাত কিয় পৰাজয়বৰণ কৰিলে?

2 years ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

52 minutes ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

10 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

11 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

11 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

11 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

12 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

12 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

13 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

14 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

15 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

15 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অযোধ্যাবাসীৰ জৱাব কেনে পাইছে? ৰাহুলে ক’লে মোদীবাহিনীয়ে অযোধ্যাত কিয় পৰাজয়বৰণ কৰিলে?

অযোধ্যাবাসীৰ জৱাব কেনে পাইছে? ৰাহুলে ক’লে মোদীবাহিনীয়ে অযোধ্যাত কিয় পৰাজয়বৰণ কৰিলে?

editor by editor
June 12, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
অযোধ্যাবাসীৰ জৱাব কেনে পাইছে? ৰাহুলে ক’লে মোদীবাহিনীয়ে অযোধ্যাত কিয় পৰাজয়বৰণ কৰিলে?
0
SHARES
294
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলে বিজেপিক দিছে ভাৱিব নোৱাৰা আঘাত৷  কাৰণ বিজেপিয়ে ৪০০খন আসন লাভ কৰাৰ দাবী কৰিছিল যদিও ফলাফলত আহিল মাত্ৰ ২৪০খন আসনহে৷ অযোধ্যাতেই বিজেপিয়ে পালে আটাইতকৈ ডাঙৰ আঘাত। ফৈজাবাদ লোকসভাৰ আসনত বিজেপিৰ লাল্লু সিঙক পৰাস্ত কৰিলে সমাজবাদী পাৰ্টীৰ আৱাধেশ প্ৰসাদে। কিয় অযোধ্যাত বিজেপিয়ে পৰাজয়বৰণ কৰিলে সেই সম্পৰ্কে কংগ্ৰেছ নেতা ৰাহুলে দাঙি ধৰিছে  কেইবাটাও কাৰণ৷

কেৰালাৰ ৱায়ানাডত উপস্থিত হৈ ৰাহুলে কৈছে অযোধ্যাত বিজেপি পৰাজয়ৰ কাৰণ৷ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ভাষণত কয় যে, বিগত দহ বছৰত নৰেন্দ্ৰ মোদীয়ে এটা সম্প্ৰদায়ক আন এটা সম্প্ৰদায়ৰ বিৰুদ্ধে যুঁজ লগোৱা কাম কৰি আহিছে৷  নিৰ্বাচনত মোদীজীয়ে সংবিধান বিলুপ্ত কৰাৰ কথা কৈছিল সেই কথাৰেই প্ৰত্তত্বৰ দেশৰ জনসাধাৰণে তেওঁক দিছে৷ মোদীয়ে কেৱল আদানী আৰু আম্বানীৰ বাবে কাম কৰে, দেশৰ দুখীয়াৰ বাবে কাম নকৰে সেই কথাৰ প্ৰমাণ বাৰে বাৰে দিয়াটোৱেই বিজেপিৰ আসন কমাৰ প্ৰধান কাৰণ৷ ইয়াৰোপৰি উচিত জৱাব প্ৰধানমন্ত্ৰীয়ে অযোধ্যাৰ পৰা পাইছে৷ অযোধ্যাবাসীয়ে দেখুৱাই দিছে তেওঁলোকে জাতিসংঘাত, ধৰ্মৰ ৰাজনীতিৰ বিপক্ষে সদায়ে ঠিয় হয় আৰু হ’ব৷ মোদীয়ে আম্বানী আদানীক মাতি ৰামমন্দিৰ উদঘাটন কৰিছিল, ৰামৰ প্ৰাণপ্ৰতিষ্ঠা নিজ হাতে কৰিব গৈছিল, দেশৰ ৰাষ্ট্ৰপতি আদিবাসী হোৱাৰ বাবে এই উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ জনোৱা হোৱা নাছিল৷ এই সকলোবোৰ কাৰ্যকলাপৰ প্ৰতুত্ত্বৰ মোদীয়ে অযোধ্যাত পাইছে৷

অযোধ্যাত জৱাব কেনে পাইছে?

ৰাহুল গান্ধীয়ে ভাষণত কয়, “অযোধ্যাত বিজেপি পৰাস্ত হৈছে৷  উত্তৰ প্ৰদেশত, ৰাম মন্দিৰ নিৰ্মাণ কৰা ৰাজ্যত আসন কমিছে৷  বাৰে বাৰে দেশৰ গণতন্ত্ৰক আক্ৰমণ কৰি থকাৰ বাবেই এইবাৰ বিজেপিয়ে আসন হেৰুৱাইছে৷  আমাৰ সংবিধানত ভাৰতৰ সকলো ভাষা, সংস্কৃতি, ভিন্ন পৰম্পৰাক সামৰিয়েই এই দেশ গঠিত বুলি উল্লেখ আছে৷ নৰেন্দ্ৰ মোদীয়ে সংবিধানখন ধৰি শপত খোৱা আপোনালোকে দেখিছে কিন্তু তেওঁ সেই সংবিধানেই সলাই পেলোৱাৰ কথা কয়৷ দেশৰ জনসাধাৰণে এই সংবিধান সলোৱাৰ কথা কৈ থকাৰ বাবেই জনসাধাৰণে দেশৰ প্ৰধানমন্ত্ৰীক বাৰ্তা দিছে যে আপুনি সংবিধানৰ লগত খেলা কৰিব নোৱাৰিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

September 30, 2026
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
Next Post
লক্ষ্য ৩০০ কোটিৰ সম্পত্তি হস্তগত কৰা, নাটকীয় ৰূপত বোৱাৰীয়েকে শেষ কৰিলে শহুৰেকক

লক্ষ্য ৩০০ কোটিৰ সম্পত্তি হস্তগত কৰা, নাটকীয় ৰূপত বোৱাৰীয়েকে শেষ কৰিলে শহুৰেকক

১৩ জুনৰ ৰাশিফলঃ আজি মেষ, মিথুন, সিংহ আৰু মীন ৰাশিৰ লোকসকল কিছু সাৱধানে থাকিব, বিশেষ ৰাশিৰ ওপৰত থাকিব লক্ষ্মীৰ আশীৰ্বাদ

১৩ জুনৰ ৰাশিফলঃ আজি মেষ, মিথুন, সিংহ আৰু মীন ৰাশিৰ লোকসকল কিছু সাৱধানে থাকিব, বিশেষ ৰাশিৰ ওপৰত থাকিব লক্ষ্মীৰ আশীৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.