• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আয়ুস্মানক প্ৰত্যাহ্বান চিৰঞ্জীৱীৰ, আয়ুস্মানে দিব ৫ লাখ-চিৰঞ্জীৱীয়ে দিব ২৫ লাখ- কংগ্ৰেছ

আয়ুস্মানক প্ৰত্যাহ্বান চিৰঞ্জীৱীৰ, আয়ুস্মানে দিব ৫ লাখ-চিৰঞ্জীৱীয়ে দিব ২৫ লাখ- কংগ্ৰেছ

2 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

2 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

2 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

3 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

3 hours ago
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

4 hours ago
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

5 hours ago
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

6 hours ago
অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

7 hours ago
হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

8 hours ago
চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

9 hours ago
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আয়ুস্মানক প্ৰত্যাহ্বান চিৰঞ্জীৱীৰ, আয়ুস্মানে দিব ৫ লাখ-চিৰঞ্জীৱীয়ে দিব ২৫ লাখ- কংগ্ৰেছ

editor by editor
April 5, 2024
in ভাৰত, ৰাজনীতি
0
আয়ুস্মানক প্ৰত্যাহ্বান চিৰঞ্জীৱীৰ, আয়ুস্মানে দিব ৫ লাখ-চিৰঞ্জীৱীয়ে দিব ২৫ লাখ- কংগ্ৰেছ
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আয়ুস্মানক প্ৰত্যাহ্বান চিৰঞ্জীৱীৰ, আয়ুস্মানে দিব ৫ লাখ-চিৰঞ্জীৱীয়ে দিব ২৫ লাখ- কংগ্ৰেছ

বিজেপিৰ আয়ুস্মান কাৰ্ডক (Ayushman Bharat Scheme) প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছৰ ফালৰ পৰা আহিব চিৰঞ্জীৱী যোজনা (Chiranjeevi Swasthya Bima Yojana) । বৰ্তমানে বিজেপিয়ে আয়ুস্মান কাৰ্ডত দিয়ে ৫ লাখ টকাৰ জীৱন বীমা। সেই জীৱন বীমাক প্ৰত্যাহ্বান জনাই কংগ্ৰেছে আজি ঘোষণা কৰে চিৰঞ্জীৱী যোজনা। এই যোজনাত থাকিব ২৫ লাখ টকাৰ বীমা।

বিজেপিৰ আঁচনিক প্ৰত্যাহ্বান জনাই আজি কংগ্ৰেছৰ ফালৰ পৰা ঘোষণাপত্ৰ সদৰি কৰে। লোকসভা নিৰ্বাচনক আগত ৰাখি এই ঘোষণাপত্ৰ সদৰি কৰে কংগ্ৰেছ দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই। এই ঘোষণাপত্ৰতেই থকা অন্য বহু প্ৰতিশ্ৰুতিৰ মাজৰ সবাতোকৈ উল্লেখনীয় হৈছে জীৱন বীমাৰ যোজনা।

কংগ্ৰেছে দিয়া এই প্ৰতিশ্ৰুতি তেতিয়া লগে লগেই কাৰ্যকৰী কৰিব , যেতিয়া লোকসভাৰ এই নিৰ্বাচনত তেঁওলোক যদি জয়ী হৈ শাসনলৈ আহে। আজি সদৰি কৰা ঘোষণাপত্ৰত কংগ্ৰেছে কয় যে, এই ঘোষণাপত্ৰত থকা চিৰঞ্জীৱী যোজনাৰ অধীনত নাগৰিকে চৰকাৰী হাস্পতাল, ক্লিনিক, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, মোবাইল হেল্থ ইউনিট, মেডিকেল ষ্টোৰ্চ, স্বাস্থ্য শিবিৰ আদিত বিনামুলীয়া চিকিৎসা সেৱা লাভ কৰিব।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ অংশ হিচাপে শুকুৰবাৰে কংগ্ৰেছ দলে ন্যায় পত্ৰৰ নামত এখন ইস্তাহাৰ প্ৰকাশ কৰে, য’ত ৰাহুল গান্ধী, ছোনিয়া গান্ধী, কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু দলৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল উপস্থিত থাকে।

এইবাৰৰ ইস্তাহাৰত কংগ্ৰেছে ২৫ টা নিশ্চয়তা দিছে। কংগ্ৰেছৰ মতে, এই ঘোষণাপত্ৰত কংগ্ৰেছে ৫ প্ৰকাৰৰ ন্যায় সংলগ্ন কৰিছে – ‘অধিকাৰ ন্যায়’, ‘কৃষকৰ ন্যায়’, ‘মহিলাৰ ন্যায়’, ‘শ্ৰমিক ন্যায়’ আৰু ‘যুৱ ন্যায়’।

লগতে ইয়াকো কয় যে, যদিহে কংগ্ৰেছ ক্ষমতালৈ আহে, তেন্তে দলটোৱে “জাতি আৰু উপজাতি আৰু ইয়াৰ আৰ্থ-সামাজিক অৱস্থা চিনাক্ত কৰিবলৈ” দেশজুৰি জাতিগত লোকপিয়ল কৰিব। কংগ্ৰেছে কয় যে তথ্যৰ ভিত্তিত যিবোৰ জাতিক সঁহাৰিমূলক ব্যৱস্থাৰ প্ৰয়োজন হয়, সেইবোৰৰ বাবে এজেণ্ডা শক্তিশালী কৰিব। কংগ্ৰেছে জাতি লোকপিয়ল কৰি সংৰক্ষণৰ ওপৰত ৫০ শতাংশ সীমা আঁতৰাই পেলাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bjpCongresselectionloksabha election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য
প্ৰযুক্তি

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

August 7, 2026
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?
বাণিজ্য

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

August 7, 2026
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?
বাণিজ্য

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

August 7, 2026
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে
নিয়োগ

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

August 7, 2026
Next Post
১৭ লাখ মুছলমান ছাত্ৰক সকাহ উচ্চতম ন্যায়ালয়ৰ, দিলে ঐতিহাসিক ৰায়

১৭ লাখ মুছলমান ছাত্ৰক সকাহ উচ্চতম ন্যায়ালয়ৰ, দিলে ঐতিহাসিক ৰায়

ভুমিকম্পই জোকাৰি গ’ল অসম, সন্ধিয়া অহা এই কম্পনৰ অভিকেন্দ্ৰ কাৰ্বি আংলং

ভুমিকম্পই জোকাৰি গ'ল অসম, সন্ধিয়া অহা এই কম্পনৰ অভিকেন্দ্ৰ কাৰ্বি আংলং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.