• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৭ লাখ মুছলমান ছাত্ৰক সকাহ উচ্চতম ন্যায়ালয়ৰ, দিলে ঐতিহাসিক ৰায়

১৭ লাখ মুছলমান ছাত্ৰক সকাহ উচ্চতম ন্যায়ালয়ৰ, দিলে ঐতিহাসিক ৰায়

2 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

38 minutes ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

2 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

3 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

4 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

4 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

5 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

5 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

6 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

6 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

7 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

8 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১৭ লাখ মুছলমান ছাত্ৰক সকাহ উচ্চতম ন্যায়ালয়ৰ, দিলে ঐতিহাসিক ৰায়

editor by editor
April 5, 2024
in ভাৰত, ৰাজনীতি
0
১৭ লাখ মুছলমান ছাত্ৰক সকাহ উচ্চতম ন্যায়ালয়ৰ, দিলে ঐতিহাসিক ৰায়
0
SHARES
380
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৭ লাখ মুছলমান ছাত্ৰক সকাহ উচ্চতম ন্যায়ালয়ৰ, দিলে ঐতিহাসিক ৰায়

আজি দেশৰ সৰ্বোচ্চ ন্যায়াৱয় উচ্চতম ন্যায়ালয়ৰ এক উল্লেখনীয় ৰায় প্ৰদান। ২৫ হাজাৰ মাদ্ৰাছাৰ ১৭ লাখ মুছলমান ছাত্ৰক সকাহ উচ্চতম ন্যায়ালয়ৰ। ‘উত্তৰ প্ৰদেশ ব’ৰ্ড অৱ মাদ্ৰাছা শিক্ষা আইন ২০০৪’ক অসাংবিধানিক বুলি ঘোষণা কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ২২ মাৰ্চৰ সিদ্ধান্তক স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে।

স্থগিত ৰাখি আদালতে কয় যে মাদ্ৰাছা ব’ৰ্ড স্থাপন কৰাটো ধৰ্মনিৰপেক্ষতাৰ নীতি উলংঘা বুলি এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া সিদ্ধান্ত সঠিক হ’ব নোৱাৰে। ইয়াৰ পূৰ্বে এলাহাবাদ উচ্চ ন্যায়ালয়ে এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ইউ পি ব’ৰ্ড অৱ মাদ্ৰাছা শিক্ষা আইন ২০০৪ক অসাংবিধানিক বুলি ঘোষণা কৰিছিল।

উচ্চতম ন্যায়ালয়ে ২২ মাৰ্চৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই এই আবেদন সন্দৰ্ভত জাননী জাৰি কৰিছিল। লগতে উচ্চতম ন্যায়ালয়ে কয় যে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তই ১৭ লাখ ছাত্ৰ-ছাত্ৰীক প্ৰভাৱিত কৰিব। আদালতে কয় যে, ছাত্ৰ-ছাত্ৰীসকলক আন এখন বিদ্যালয়লৈ বদলি কৰিবলৈ নিৰ্দেশ দিয়াটো উপযুক্ত নহয়।

উল্লেখ্য যে, ২২ মাৰ্চত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে অংশুমান সিং ৰাথোৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰি থাকোঁতে ইউ পি ব’ৰ্ড অৱ মাদ্ৰাছা শিক্ষা আইন ২০০৪ক অসাংবিধানিক বুলি ঘোষণা কৰিছিল। লগতে আদালতে কৈছিল যে এই কাৰ্য্য ধৰ্মনিৰপেক্ষতাৰ নীতিৰ বিৰুদ্ধে।

সেই নিৰ্দেশনাকে আজি সৰ্বোচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰি মাদ্ৰাছা খোলা থাকিব আৰু ছাত্ৰ-ছাত্ৰী সকলে বৰ্তমানে শিক্ষগ্ৰহণ কৰি থাকিব বুলি সদৰি কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam liveIndian CourtMadrasasupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা
অপৰাধ

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

September 19, 2026
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য
জীৱনশৈলী

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

September 19, 2026
Next Post
ভুমিকম্পই জোকাৰি গ’ল অসম, সন্ধিয়া অহা এই কম্পনৰ অভিকেন্দ্ৰ কাৰ্বি আংলং

ভুমিকম্পই জোকাৰি গ'ল অসম, সন্ধিয়া অহা এই কম্পনৰ অভিকেন্দ্ৰ কাৰ্বি আংলং

কাইলৈ শনিবাৰে এই তিনি ৰাশিৰ উজলি উঠিব ভাগ্য, বিষ্ণু আৰু মা লক্ষ্মীয়ে পূৰণ কৰিব মনোকামনা

কাইলৈ শনিবাৰে এই তিনি ৰাশিৰ উজলি উঠিব ভাগ্য, বিষ্ণু আৰু মা লক্ষ্মীয়ে পূৰণ কৰিব মনোকামনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.