• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনাৰ ঔষধ মুকলি আয়ুৰ্বেদিক প্ৰতিষ্ঠান ‘পতঞ্জলি’ৰ

ক’ৰোনাৰ ঔষধ মুকলি আয়ুৰ্বেদিক প্ৰতিষ্ঠান ‘পতঞ্জলি’ৰ

6 years ago
দিনৰ এই সময়ত আমাৰ জিভাত অৱস্থান কৰে সৰস্বতীয়ে, সঁচা হয় মুখৰ কথা

দিনৰ এই সময়ত আমাৰ জিভাত অৱস্থান কৰে সৰস্বতীয়ে, সঁচা হয় মুখৰ কথা

31 minutes ago
বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

1 hour ago
সূৰ্যৰ তিনিবাৰ ৰাশি পৰিবৰ্তনে ৫ৰাশিলৈ আনিছে ভাল খবৰ, ফেব্ৰুৱাৰীত সৌভাগ্য উজলি উঠিব কাৰ কাৰ?

সূৰ্যৰ তিনিবাৰ ৰাশি পৰিবৰ্তনে ৫ৰাশিলৈ আনিছে ভাল খবৰ, ফেব্ৰুৱাৰীত সৌভাগ্য উজলি উঠিব কাৰ কাৰ?

4 hours ago
আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী

আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী

5 hours ago
শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

23 hours ago
ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

24 hours ago
নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

1 day ago
বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

1 day ago
কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

1 day ago
সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

1 day ago
মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

1 day ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

ক’ৰোনাৰ ঔষধ মুকলি আয়ুৰ্বেদিক প্ৰতিষ্ঠান ‘পতঞ্জলি’ৰ

‘৭ দিনৰ ঔষধত হ’ব ক’ৰোনামুক্ত’

editor by editor
June 23, 2020
in ভাৰত, স্বাস্থ্য
0
ক’ৰোনাৰ ঔষধ মুকলি আয়ুৰ্বেদিক প্ৰতিষ্ঠান ‘পতঞ্জলি’ৰ
10
SHARES
233
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘কোভিড-১৯’ৰ সংক্ৰমণে বিশ্বজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে আয়ুৰ্বেদিক প্ৰতিষ্ঠান ‘পতঞ্জলি’য়ে বজাৰত মুকলি কৰিলে ক’ৰোনাৰ ঔষধ। ঔষধটোৰ নাম ‘Coronil & Swasari’। দেশজুৰি ২৮০ গৰাকী ক’ৰোনা ৰোগীৰ শৰীৰত ‘ক্লিনিকেল ট্ৰায়েল’ সফলতাৰে সম্পন্ন কৰি ঔষধবিধ বজাৰত মুকলি কৰি দিয়া হয় বুলি দাবী ‘পতঞ্জলি’ৰ প্ৰতিষ্ঠাপক যোগগুৰু ৰামদেৱৰ। ‘পতঞ্জলি’ৰ মতে ‘ক্লিনিকেল ট্ৰায়েল’ত পোহৰলৈ আহে যে ৩দিন ঔষধবিধ ব্যৱহাৰ কৰি ৬৯শতাংশ ৰোগী আৰোগ্য হৈছে। আনহাতে, ঔষধবিধ ৭দিন ব্যৱহাৰ কৰি ১০০শতাংশ ৰোগীয়ে আৰোগ্য লাভ কৰিছে। সেয়ে ‘Coronil & Swasari’ৰ ৭দিনীয়া ক’ৰ্ছৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে। দেশজুৰি ঔষধবিধ প্ৰয়োগ কৰা ২৮০গৰাকী ৰোগীয়ে ইতিমধ্যে ৰোগমুক্ত হোৱা বুলি দাবী প্ৰতিষ্ঠানটোৰ।

National Institute of Medical Sciences (NIMS), জয়পুৰৰ সহযোগত ‘পতঞ্জলি’ৰ গৱেষকে এক বৃহৎ সফলতা লাভ কৰা বুলি দাবী কৰে ৰামদেৱে। বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমোদন লাভ কৰাৰ পাছতহে ‘ক্লিনিকেল ট্ৰায়েল’ সম্পন্ন কৰা হয় বুলি উল্লেখ কৰে ৰামদেৱে। ঔষধ মুকলি অনুষ্ঠানটোত ৰামদেৱৰ সৈতে উপস্থিত থাকে ‘পতঞ্জলি’ৰ CEO আচাৰ্য বালকৃষ্ণ।

এইপৰ্যন্ত ক’ৰোনা প্ৰতিৰোধী ঔষধ উদ্ভাৱনৰ বাবে বিশ্বজুৰি প্ৰচেষ্টা অব্যাহত আছে। উল্লেখ্য যে পশ্চিমীয়া, পৰম্পৰাগত অথবা ঘৰুৱা চিকিৎসা পদ্ধতিত ক’ৰোনা ৰোগ নিৰাময় হয় বুলি সহজে পতিয়ন নাযাবলৈ বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কতাবাণী জাৰি কৰি থৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: corona medicinepatanjaliramdev
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ
জীৱনশৈলী

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

January 22, 2026
এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত
জীৱনশৈলী

এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত

January 21, 2026
বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?
জীৱনশৈলী

বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?

January 20, 2026
ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?
ক্ৰীড়া

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

January 20, 2026
Next Post
ৰঙা চীনৰ হাতোৰাত এইবাৰ বাংলাদেশ

ৰঙা চীনৰ হাতোৰাত এইবাৰ বাংলাদেশ

সুশান্তৰ হ’ব পুনৰ জনম!

সুশান্তৰ হ’ব পুনৰ জনম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.