• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিয়ন্ত্ৰণলৈ আহিছে দেশৰ কোভিড পৰিস্থিতি; ৪৫ দিনৰ ভিতৰত সৰ্বনিম্ন হৈছে আক্ৰান্তৰ সংখ্যা

নিয়ন্ত্ৰণলৈ আহিছে দেশৰ কোভিড পৰিস্থিতি; ৪৫ দিনৰ ভিতৰত সৰ্বনিম্ন হৈছে আক্ৰান্তৰ সংখ্যা

5 years ago
চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে

চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে

17 hours ago
মাতৃ হ’বলৈ সাজু নেকি ৰশ্মিকা? বিয়াৰ ডেৰমাহ পিছতে দিব ওলাইছে ভাল খবৰ

মাতৃ হ’বলৈ সাজু নেকি ৰশ্মিকা? বিয়াৰ ডেৰমাহ পিছতে দিব ওলাইছে ভাল খবৰ

18 hours ago
হাতত ক’লা সূতা বান্ধিছে নেকি? সফলতা পাবলৈ পালন কৰক সঠিক নিয়ম

হাতত ক’লা সূতা বান্ধিছে নেকি? সফলতা পাবলৈ পালন কৰক সঠিক নিয়ম

19 hours ago
দেশ এৰিলে ছানী লিয়নে! বলীউড এৰি ক’ত ব্যস্ত অভিনেত্ৰীগৰাকী?

দেশ এৰিলে ছানী লিয়নে! বলীউড এৰি ক’ত ব্যস্ত অভিনেত্ৰীগৰাকী?

19 hours ago
পত্নীৰ সফলতা সহ্য হোৱা নাই স্বামীৰ! পুনৰ চৰ্চাত ঐশ্বৰ্য-অভিষেকৰ সম্পৰ্ক

পত্নীৰ সফলতা সহ্য হোৱা নাই স্বামীৰ! পুনৰ চৰ্চাত ঐশ্বৰ্য-অভিষেকৰ সম্পৰ্ক

20 hours ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

21 hours ago
নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক লং, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক লং, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

21 hours ago
ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, এপ্ৰিল মাহত পাব সোণালী সুযোগ!

ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, এপ্ৰিল মাহত পাব সোণালী সুযোগ!

22 hours ago
ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!

ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!

22 hours ago
কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

23 hours ago
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

23 hours ago
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

নিয়ন্ত্ৰণলৈ আহিছে দেশৰ কোভিড পৰিস্থিতি; ৪৫ দিনৰ ভিতৰত সৰ্বনিম্ন হৈছে আক্ৰান্তৰ সংখ্যা

editor by editor
May 29, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
নিয়ন্ত্ৰণলৈ আহিছে দেশৰ কোভিড পৰিস্থিতি; ৪৫ দিনৰ ভিতৰত সৰ্বনিম্ন হৈছে আক্ৰান্তৰ সংখ্যা
0
SHARES
387
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নিয়ন্ত্ৰণলৈ আহিছে দেশৰ কোভিড পৰিস্থিতি। বিগত ৪৫ দিনৰ পাছত সৰ্বনিম্ন হৈছে কোভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত ২ লাখ ৮৪ হাজাৰ ৬০১ গৰাকী কোভিড ৰোগী সুস্থ হৈছে ভাৰতত। ১ লাখ ৭৩ হাজাৰ লোক নতুনকৈ আক্ৰান্ত হৈছে যদিও পূৰ্বৰ তুলনাত হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে টুইটযোগে প্ৰকাশ কৰিছে এই তথ্য। স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি বৰ্তমানলৈকে দেশত ২ কোটি ৫১ লাখ ৭৮ হাজাৰ ১১ গৰাকী লোক সুস্থ হৈ উঠিছে। ইতিমধ্যে দেশৰ বিভিন্ন স্থানত লকডাউন, মিনি লকডাউন আৰু সান্ধ্য আইনৰ নীতি নিৰ্দেশনা বলবৎ কৰা হৈছে। প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰিছে জনসাধাৰণলৈ। সমান্তৰালকৈ অসমতো কিছু হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ হাৰ। অহা ৭ দিনৰ ভিতৰত ৰাজ্যবাসীয়ে ভাল খবৰ লাভ কৰিব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom ive 24corona updatecovid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে
স্বাস্থ্য

চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে

April 4, 2026
নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক লং, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক লং, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

April 4, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা
ভাৰত

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

April 3, 2026
Next Post
ক’ৰোনাক ৰুধিবলৈ ৭০ শতাংশ লোকক টীকাকৰণৰ প্ৰয়োজনঃ WHO

ক’ৰোনাক ৰুধিবলৈ ৭০ শতাংশ লোকক টীকাকৰণৰ প্ৰয়োজনঃ WHO

মাচুল নিদিয়াকৈ পাৰ হ’ব পাৰিব ট’ল প্লাজা! কেনেকৈ?

মাচুল নিদিয়াকৈ পাৰ হ’ব পাৰিব ট’ল প্লাজা! কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.