• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল! সভাপতি কোন হ’ল?

কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল! সভাপতি কোন হ’ল?

3 years ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

17 minutes ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

1 hour ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

2 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

2 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

3 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

3 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

4 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

4 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

5 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

6 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

6 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল! সভাপতি কোন হ’ল?

editor by editor
November 11, 2022
in অসম, ৰাজনীতি
0
কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল! সভাপতি কোন হ’ল?
0
SHARES
336
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘আজি কটনীয়ানে যি ভাৱে কাইলৈ অসমবাসীয়ে সেই কথা চিন্তা কৰে।’ কটনে এই কথা পূৰ্বৰে পৰাই প্ৰমাণ কৰিয়েই আহিছে। ৰাজ্যৰ বিভিন্ন কোণৰ পৰা আহি কটনত ভৰি দিয়ে একাংশ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে। কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত চকু ৰাখে অসমৰ সমূহ ৰাজনৈতিক সচেতন ব্যক্তিয়েই। কটনৰ ছাত্ৰ একতা সভাৰ ৰাজনীতিৰ পৰাই ভৱিষ্যত অসমৰ ৰাজনীতিত ভৰি দিবলৈ উত্তৰ পুৰুষ ওলায় আহে। যিদৰে ওলাইছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যিদৰে ওলাইছিল বিধায়ক অখিল গগৈ।

আজি ঘোষণা হ’ল কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল। সভাপতি পদত আছু সমৰ্থিত প্ৰাৰ্থী ত্ৰিদীপ ভাগৱতীয়ে জয়লাভ কৰিছে। উপসভাপতিৰ পদত জয়লাভ কৰিছে হিমপৰ্ণা দাসে। সাধাৰণ সম্পাদক পদত জয়লাভ কৰিছে আছু সমৰ্থিত প্ৰাৰ্থী ঋতুৰাজ শইকীয়াই, সহকাৰী সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰিছে নয়না বৰাই।
সম্পাদক কটনীয়ানৰ পদত অংকুৰজ্যোতি শৰ্মা, তৰ্ক সম্পাদকৰ পদত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী বিনয় কলিতাই জয়লাভ কৰিছে। আনহাতে সাংস্কৃতিক সম্পাদকৰ পদত জয়লাভ কৰিছে অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী ৰিমলিম ভুঞাই।

একাদিক্ৰমে ছাত্ৰ জিৰণি কোঠা পদত একমাত্ৰ নিৰ্দলীয় প্ৰাৰ্থী হৃদয়া নন্দ কলিতাই জয় লাভ কৰে। ছাত্ৰী জিৰণি কোঠা পদত জয়ী হয় বিপাশা দাস। ক্ৰিকেট সম্পাদকৰ পদত অসম ছাত্ৰ পৰিষদ সমৰ্থিত দ্বীপজ্যোতি বৈশ্যই জয় লাভ কৰে। সংগীত সম্পাদক পদত বহ্নিমান গোহাঁইৰ জয় লাভ। টেনিছ, চুইমিং আৰু জিমনেজিয়ামৰ সম্পাদক পদত অসম ছাত্ৰ পৰিষদ সমৰ্থিত দেৱজ্ঞান বৰুৱাৰ জয় লাভ। লঘূ ক্ৰীড়া শাখাৰ সম্পাদক পদত আছু সমৰ্থিত লিছা মেধিয়ে জয় লাভ কৰে। সমাজ সেৱা সম্পাদক পদত অসম ছাত্ৰ পৰিষদ সমৰ্থিত বিতোপন দলেৰ জয় লাভ। এথলেটিকছৰ সম্পাদক পদত আন্না টিমুংপীয়ে জয়লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
Next Post
চিত্ৰশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান

চিত্ৰশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান

এতিয়া কি হ’ব? ১১ জ্যোতিষীক কিয় লাগে ভাৰতীয় ক্ৰিকেট অনুৰাগীক?

এতিয়া কি হ’ব? ১১ জ্যোতিষীক কিয় লাগে ভাৰতীয় ক্ৰিকেট অনুৰাগীক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.