• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SOP-ও আহি আছে! কৰ’না কাললৈ ঘূৰি নাযাও ভাৱোতেই আহিছে আনটো ভয়ংকৰ খবৰ…

SOP-ও আহি আছে! কৰ’না কাললৈ ঘূৰি নাযাও ভাৱোতেই আহিছে আনটো ভয়ংকৰ খবৰ…

3 years ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

15 minutes ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

57 minutes ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

1 hour ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

2 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

2 hours ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

2 hours ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

3 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

5 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

7 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

8 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

8 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

SOP-ও আহি আছে! কৰ’না কাললৈ ঘূৰি নাযাও ভাৱোতেই আহিছে আনটো ভয়ংকৰ খবৰ…

editor by editor
December 29, 2022
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, বিশ্ব, ভাৰত
0
SOP-ও আহি আছে! কৰ’না কাললৈ ঘূৰি নাযাও ভাৱোতেই আহিছে আনটো ভয়ংকৰ খবৰ…
0
SHARES
290
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ঘূৰি নাযাও ভাৱিলেও কৰ’না কাললৈ ঘূৰি যাবলৈ সাজু হওক৷ দেশত পুনৰ আৰম্ভ হৈছে কৰ’নাৰ সন্ত্ৰাস৷ বিশ্বৰ বিভিন্ন প্ৰান্ততো কভিডে পুনৰ গা কৰি উঠাৰ খবৰ ভাইৰেল হৈ পৰিছে৷ চুবুৰীয়া ৰাষ্ট্ৰ চীনত ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা৷ ভাৰততো কভিডৰ পূৰ্বৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সুকীয়া সুকীয়া বৈঠক। সকলোপ্ৰকাৰে কৰ’নাক ৰোধিবলৈ চৰকাৰ সাজু হোৱাৰ কথা জনাইছে স্বাস্থ্য মন্ত্ৰীয়েও৷ তাৰ মাজতেই শেহতীয়াকৈ তাজমহল চাবলৈ অহা এগৰাকী বিদেশী পৰ্যটকৰ শৰীৰত কভিডৰ উপস্থিতি ধৰা পৰাৰে পিছৰ পৰাই নিৰুদ্দেশ পৰ্যটক গৰাকী।

আৰ্জেন্টিনাৰ পৰা অহা পৰ্যটকৰ শৰীৰত ২৬ ডিচেম্বৰত ধৰা পৰিছিল কভিডৰ উপস্থিতি৷ আগ্ৰাৰ তাজমহল দৰ্শনৰ পূৰ্বে সকলোৰে বাবে কভিড টেষ্ট বাধ্যতামূলক৷ তাতেই পৰ্যটক গৰাকীৰ শৰীৰত কভিড ধৰা পৰাৰ পাছত তেখেতক তাজমহল দৰ্শনৰ অনুমতি দিয়া হোৱা নাছিল। আনহাতে, তেখেতৰ যোগাযোগৰ নম্বৰলৈ তেখেতক উভতাই পঠিওৱা হৈছিল যদিও ইচ্ছাকৃতভাৱে ভুল নম্বৰ দাখিল কৰাৰ বাবে পৰ্যটকগৰাকীক বিচাৰি পোৱাটো অসম্ভৱ হৈ উঠিছে প্ৰশাসনৰ বাবে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

April 6, 2026
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

April 6, 2026
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট
জীৱনশৈলী

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

April 6, 2026
Next Post
কফ ছিৰাপেই বিশ্বত বদনামী কৰিছে ভাৰতক! উজবেকিস্তানত ১৮ টা শিশুৰ মৃত্যুৰ সৈতে ভাৰতৰ সম্পৰ্ক কি?

কফ ছিৰাপেই বিশ্বত বদনামী কৰিছে ভাৰতক! উজবেকিস্তানত ১৮ টা শিশুৰ মৃত্যুৰ সৈতে ভাৰতৰ সম্পৰ্ক কি?

সপোন প্ৰত্যেকেই দেখিলেও দিঠকনো কিমানৰ সপোনে দেখে? এগৰাকী সৌভাগ্যবৰ্তী মাতৃৰ কাহিনীয়ে আপোনাকো কৰিব আপ্লুত…

সপোন প্ৰত্যেকেই দেখিলেও দিঠকনো কিমানৰ সপোনে দেখে? এগৰাকী সৌভাগ্যবৰ্তী মাতৃৰ কাহিনীয়ে আপোনাকো কৰিব আপ্লুত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.