• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপোন প্ৰত্যেকেই দেখিলেও দিঠকনো কিমানৰ সপোনে দেখে? এগৰাকী সৌভাগ্যবৰ্তী মাতৃৰ কাহিনীয়ে আপোনাকো কৰিব আপ্লুত…

সপোন প্ৰত্যেকেই দেখিলেও দিঠকনো কিমানৰ সপোনে দেখে? এগৰাকী সৌভাগ্যবৰ্তী মাতৃৰ কাহিনীয়ে আপোনাকো কৰিব আপ্লুত…

4 years ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

18 minutes ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

1 hour ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

10 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

11 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

11 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

11 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

11 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

12 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

14 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

14 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

15 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সপোন প্ৰত্যেকেই দেখিলেও দিঠকনো কিমানৰ সপোনে দেখে? এগৰাকী সৌভাগ্যবৰ্তী মাতৃৰ কাহিনীয়ে আপোনাকো কৰিব আপ্লুত…

editor by editor
December 29, 2022
in জীৱনশৈলী, ভাৰত
0
সপোন প্ৰত্যেকেই দেখিলেও দিঠকনো কিমানৰ সপোনে দেখে? এগৰাকী সৌভাগ্যবৰ্তী মাতৃৰ কাহিনীয়ে আপোনাকো কৰিব আপ্লুত…
0
SHARES
730
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিজ সন্তানক লৈ প্ৰতিগৰাকী পিতৃ-মাতৃৰে সপোন থাকে। নিজৰ সন্তানে জীৱনত গৈ সফলতা অৰ্জন কৰাৰ বাবে অভিভাৱকে সৰুৰে পৰা চেষ্টা কৰে। আৰু যেতিয়া সেই সপোনে পূৰ্ণতা লাভ কৰে তেতিয়া সেই পিতৃ-মাতৃৰ সুখৰ কোনো সীমা নাথাকে। পিতৃ-মাতৃৰ দৰে সন্তানেও সৰুৰে পৰা নিজৰ লগতে পিতৃ-মাতৃৰ সপোন পূৰাবলৈ অহৰহ চেষ্টা কৰে। আৰু এদিন নিজৰ সেই চেষ্টাৰ বলত যেতিয়া সপোন পূৰ হয়, তেতিয়া সন্তানেও সুখ লাভ কৰে। বিভিন্ন সময়ত সামাজিক মাধ্যমত এনেধৰণৰ হৃদয়স্পৰ্শী ঘটনাই ব্যাপক চৰ্চা লাভ কৰে। বৰ্তমান ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে এনে এটা ঘটনাই।

এগৰাকী পুত্ৰই মাতৃৰ সপোন পূৰ কৰি টুইটাৰত প্ৰকাশ কৰা কিছু ফটোয়ে বৰ্তমান সময়ত চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। মাতৃৰ কঠোৰ পৰিশ্ৰম আৰু পুত্ৰৰ চেষ্টাৰ ফলতে আজি পুত্ৰ হলগৈ পাইলট। পুত্ৰই সফল হৈ পূৰণ কৰিলে মাতৃৰ সপোন। এজন টুইটাৰ ব্যৱহাৰকাৰী আমিৰ ৰছিদ বানীয়ে টুইট কৰিছে এখন ফটো। যি ফটোত তেঁও লিখিছে, ‘মোৰ মায়ে মোক স্কুলত পঢ়ি থকা সময়ত এখন কাগজত এটা কথা লিখি মোৰ বুকুত আঁৰি দিছিল । য’ত লিখা আছিল যে, যেতিয়া তুমি ডাঙৰ হ’বা। তেতিয়া তুমি এজন পাইলট হ’বা। আৰু তুমি চলোৱা বিমানখনতে মোক মক্কালৈ লৈ যাবা’ । মাতৃৰ সপোনক নিজৰ সপোন কৰি যুৱকজনে নিজৰ অধ্যয়ন চলাই গৈছিল আৰু আজি তেঁও মক্কালৈ যোৱা বিমানৰ আসনত আছে পুত্ৰ আৰু চালকৰ আসনত আছে মাতৃ। সেই টুইট টুইটাৰত প্ৰকাশ হোৱাৰ লগতে ভাইৰেল হৈ পৰিছে সেই বিশেষ টুইট।

মাতৃৰ সেই সপোন পূৰ কৰি আমিৰ ৰছিদে লিখিছে- আজি মই চলোৱা বিমানৰ এগৰাকী যাত্ৰী মোৰ মাতৃ। এই টুইটত ইতিমধ্যে ২০,০০০ ৰৰো অধিকলোকে লাইক কৰাৰ লগতে, ২৩ হাজাৰৰ অধিক লোকে ৰীটুইট কৰিছে। সকলোয়ে আমিৰ ৰছিদ বানীক প্ৰশংসাৰে উপচাই পেলাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক
ভাৰত

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

September 18, 2026
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

September 18, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

September 17, 2026
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!
জীৱনশৈলী

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

September 17, 2026
Next Post
আসক্তি সকলোতে বেয়া! ‘Free Fire’ গেম খেলিবলৈ নাপায় ১৫ বছৰীয়া নাবালকে কৰিলে এই কাণ্ড…

আসক্তি সকলোতে বেয়া! ‘Free Fire’ গেম খেলিবলৈ নাপায় ১৫ বছৰীয়া নাবালকে কৰিলে এই কাণ্ড...

দুবছৰতেই দেশৰ ৫ শতাংশ লোক আক্ৰান্ত হৈছে কৰ্কটত৷ ’২৫ চনলৈ ১২.৭ শতাংশলৈ বাঢ়িব আক্ৰান্তৰ সংখ্যা, আঁৰত কি কাৰণ?

দুবছৰতেই দেশৰ ৫ শতাংশ লোক আক্ৰান্ত হৈছে কৰ্কটত৷ ’২৫ চনলৈ ১২.৭ শতাংশলৈ বাঢ়িব আক্ৰান্তৰ সংখ্যা, আঁৰত কি কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.