• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুবছৰতেই দেশৰ ৫ শতাংশ লোক আক্ৰান্ত হৈছে কৰ্কটত৷ ’২৫ চনলৈ ১২.৭ শতাংশলৈ বাঢ়িব আক্ৰান্তৰ সংখ্যা, আঁৰত কি কাৰণ?

দুবছৰতেই দেশৰ ৫ শতাংশ লোক আক্ৰান্ত হৈছে কৰ্কটত৷ ’২৫ চনলৈ ১২.৭ শতাংশলৈ বাঢ়িব আক্ৰান্তৰ সংখ্যা, আঁৰত কি কাৰণ?

4 years ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

5 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

5 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

6 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

7 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

7 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

8 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

8 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

9 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

10 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

10 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

12 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দুবছৰতেই দেশৰ ৫ শতাংশ লোক আক্ৰান্ত হৈছে কৰ্কটত৷ ’২৫ চনলৈ ১২.৭ শতাংশলৈ বাঢ়িব আক্ৰান্তৰ সংখ্যা, আঁৰত কি কাৰণ?

editor by editor
December 29, 2022
in অসম, উত্তৰ-পূব, জীৱনশৈলী, ভাৰত
0
দুবছৰতেই দেশৰ ৫ শতাংশ লোক আক্ৰান্ত হৈছে কৰ্কটত৷ ’২৫ চনলৈ ১২.৭ শতাংশলৈ বাঢ়িব আক্ৰান্তৰ সংখ্যা, আঁৰত কি কাৰণ?
0
SHARES
138
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতত প্ৰতিদিনেই বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কটত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ কেন্দ্ৰই দিয়া পৰিসংখ্যাত উল্লেখ থকা মতে দুবছৰতেই দেশৰ ৫% লোক আক্ৰান্ত হৈছে হাওঁফাওঁৰ কৰ্কটত৷ কেৱল ধুমপান কৰা ব্যক্তিৰেই হাওঁফাওঁৰ কৰ্কট হয় এনে নহয়৷ এই ৰোগত আক্ৰান্ত হয় ধুমপান নকৰা ব্যক্তিও৷ গৱেষণা কৰি থকা একাংশ গৱেষকে দাঙি ধৰা তথ্যত প্ৰকাশ কোৱামতে দৈনিক এই ৰোগত আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি হোৱাৰ মূলতে হৈছে প্ৰদূষণ৷ ভাৰতৰ বৃহৎ মহানগৰসমূহত প্ৰতিদিনেই বাঢ়িছে প্ৰদূষণ৷

ICMRৰ পৰিসংখ্যাত উল্লেখ থকা মতে দেশৰ মুঠ ৩৮ হাজাৰ মানুহ হাওঁফাওঁৰ কৰ্কটত আক্ৰান্ত৷ ইয়াৰে অধিক আক্ৰান্তৰ তালিকাত আছে অসম, পশ্চিমবংগ, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ৷ দক্ষিণৰ ৰাজ্যসমূহত আক্ৰান্তৰ সংখ্যাৰে শীৰ্ষত আছে তামিলনাডু৷ তাৰপাছতেই আছে কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু কেৰালা৷

৯ জন ভাৰতীয়ৰ মাজত এজনেই কৰ্কটত আক্ৰান্ত
হাওঁফাওঁৰ কৰ্কটত আক্ৰান্তৰ সংখ্যাত প্ৰথমেই আছে উত্তৰপ্ৰদেশ৷ ২০২২ চনত কৰ্কট আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ১ লাখ ১০ হাজাৰ ৯৫৮ জন৷ ICMR-ৰ ৰিপৰ্টত প্ৰকাশ পোৱামতে ৯ জন ভাৰতীয়ৰ মাজত কমেও এজন আক্ৰান্ত কৰ্কটত৷ বিশেষজ্ঞই জনোৱামতে ২০২০ ৰ পৰা ২০২৫ চনৰ মাজত দেশৰ ১২.৮ শতাংশ লোকেই আক্ৰান্ত হ’ব কৰ্কটত৷ অধিকাংশ আক্ৰান্তৰ বয়স হ’ব ৪০ ৰ পৰা ৬৮ বছৰ৷

হাওঁফাওঁৰ কৰ্কটৰ লক্ষণসমূহৰ ভিতৰত আছে-
দীৰ্ঘদিন ধৰি কাঁহ হৈ থকা, ঔষধ খালেও কাঁহ নকমা৷
কাঁহত তেজ বাহিৰ হোৱা
শ্বাস-প্ৰশ্বাসত কষ্ট
বুকুৰ বিষ
ডিঙি বহি যোৱা
ওজন কমা
হাঁড়ৰ বিষ
সঘনাই মূৰৰ বিষ হৈ থকা আদি লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷

ধূমপান, প্ৰদুষণৰ ওপৰিও ৰেডিয়েছন থেৰাপীৰ পৰাও কৰ্কট হোৱাৰ সম্ভাৱনা থাকে৷ যিসকল লোকে কেমিকেল, ধাতুৰ গুৰি আদিৰ সৈতে নিয়মিতভাৱে কাম কৰি থাকে তেওঁলোকৰো হাওঁফাওঁ কৰ্কটৰ আশংকা থাকে৷ ইয়াৰোপৰি জিনগত কাৰণতো হাওঁফাওঁৰ কৰ্কট হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

October 18, 2026
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক
জীৱনশৈলী

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

October 18, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

October 18, 2026
Next Post
পিকনিক প্লেন কৰিছে? পূৰ্বেই জানি লওক ১৭ টা নিয়ম অন্যথা কঠোৰ হ’ব প্ৰশাসন

পিকনিক প্লেন কৰিছে? পূৰ্বেই জানি লওক ১৭ টা নিয়ম অন্যথা কঠোৰ হ’ব প্ৰশাসন

সাজু অসম আৰক্ষী! আপুনি সাজুনে? ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ বাবে আৰক্ষীৰ ১৮ টা নিয়ম…

সাজু অসম আৰক্ষী! আপুনি সাজুনে? ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ বাবে আৰক্ষীৰ ১৮ টা নিয়ম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.