• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SOP-ও আহি আছে! কৰ’না কাললৈ ঘূৰি নাযাও ভাৱোতেই আহিছে আনটো ভয়ংকৰ খবৰ…

SOP-ও আহি আছে! কৰ’না কাললৈ ঘূৰি নাযাও ভাৱোতেই আহিছে আনটো ভয়ংকৰ খবৰ…

1 month ago
কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

12 hours ago
‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

13 hours ago
নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

16 hours ago
বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

17 hours ago
মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

18 hours ago
অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

18 hours ago
কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

2 days ago
খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

2 days ago
মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

3 days ago
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

3 days ago
দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

3 days ago
এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

3 days ago
  • About
  • Advertise
  • Careers
Sunday, February 5, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

SOP-ও আহি আছে! কৰ’না কাললৈ ঘূৰি নাযাও ভাৱোতেই আহিছে আনটো ভয়ংকৰ খবৰ…

editor by editor
December 29, 2022
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, বিশ্ব, ভাৰত
0
SOP-ও আহি আছে! কৰ’না কাললৈ ঘূৰি নাযাও ভাৱোতেই আহিছে আনটো ভয়ংকৰ খবৰ…
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ঘূৰি নাযাও ভাৱিলেও কৰ’না কাললৈ ঘূৰি যাবলৈ সাজু হওক৷ দেশত পুনৰ আৰম্ভ হৈছে কৰ’নাৰ সন্ত্ৰাস৷ বিশ্বৰ বিভিন্ন প্ৰান্ততো কভিডে পুনৰ গা কৰি উঠাৰ খবৰ ভাইৰেল হৈ পৰিছে৷ চুবুৰীয়া ৰাষ্ট্ৰ চীনত ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা৷ ভাৰততো কভিডৰ পূৰ্বৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সুকীয়া সুকীয়া বৈঠক। সকলোপ্ৰকাৰে কৰ’নাক ৰোধিবলৈ চৰকাৰ সাজু হোৱাৰ কথা জনাইছে স্বাস্থ্য মন্ত্ৰীয়েও৷ তাৰ মাজতেই শেহতীয়াকৈ তাজমহল চাবলৈ অহা এগৰাকী বিদেশী পৰ্যটকৰ শৰীৰত কভিডৰ উপস্থিতি ধৰা পৰাৰে পিছৰ পৰাই নিৰুদ্দেশ পৰ্যটক গৰাকী।

আৰ্জেন্টিনাৰ পৰা অহা পৰ্যটকৰ শৰীৰত ২৬ ডিচেম্বৰত ধৰা পৰিছিল কভিডৰ উপস্থিতি৷ আগ্ৰাৰ তাজমহল দৰ্শনৰ পূৰ্বে সকলোৰে বাবে কভিড টেষ্ট বাধ্যতামূলক৷ তাতেই পৰ্যটক গৰাকীৰ শৰীৰত কভিড ধৰা পৰাৰ পাছত তেখেতক তাজমহল দৰ্শনৰ অনুমতি দিয়া হোৱা নাছিল। আনহাতে, তেখেতৰ যোগাযোগৰ নম্বৰলৈ তেখেতক উভতাই পঠিওৱা হৈছিল যদিও ইচ্ছাকৃতভাৱে ভুল নম্বৰ দাখিল কৰাৰ বাবে পৰ্যটকগৰাকীক বিচাৰি পোৱাটো অসম্ভৱ হৈ উঠিছে প্ৰশাসনৰ বাবে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…
অপৰাধ

কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

February 4, 2023
‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ
অসম

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

February 4, 2023
নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা
বাণিজ্য

নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

February 4, 2023
বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট
জীৱনশৈলী

বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

February 4, 2023
Next Post
কফ ছিৰাপেই বিশ্বত বদনামী কৰিছে ভাৰতক! উজবেকিস্তানত ১৮ টা শিশুৰ মৃত্যুৰ সৈতে ভাৰতৰ সম্পৰ্ক কি?

কফ ছিৰাপেই বিশ্বত বদনামী কৰিছে ভাৰতক! উজবেকিস্তানত ১৮ টা শিশুৰ মৃত্যুৰ সৈতে ভাৰতৰ সম্পৰ্ক কি?

সপোন প্ৰত্যেকেই দেখিলেও দিঠকনো কিমানৰ সপোনে দেখে? এগৰাকী সৌভাগ্যবৰ্তী মাতৃৰ কাহিনীয়ে আপোনাকো কৰিব আপ্লুত…

সপোন প্ৰত্যেকেই দেখিলেও দিঠকনো কিমানৰ সপোনে দেখে? এগৰাকী সৌভাগ্যবৰ্তী মাতৃৰ কাহিনীয়ে আপোনাকো কৰিব আপ্লুত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.