• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কফ ছিৰাপেই বিশ্বত বদনামী কৰিছে ভাৰতক! উজবেকিস্তানত ১৮ টা শিশুৰ মৃত্যুৰ সৈতে ভাৰতৰ সম্পৰ্ক কি?

কফ ছিৰাপেই বিশ্বত বদনামী কৰিছে ভাৰতক! উজবেকিস্তানত ১৮ টা শিশুৰ মৃত্যুৰ সৈতে ভাৰতৰ সম্পৰ্ক কি?

4 years ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

6 minutes ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

1 hour ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

3 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

4 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

4 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

6 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

6 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

6 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

7 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

8 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কফ ছিৰাপেই বিশ্বত বদনামী কৰিছে ভাৰতক! উজবেকিস্তানত ১৮ টা শিশুৰ মৃত্যুৰ সৈতে ভাৰতৰ সম্পৰ্ক কি?

editor by editor
December 29, 2022
in বিশ্ব, ভাৰত, স্বাস্থ্য
0
কফ ছিৰাপেই বিশ্বত বদনামী কৰিছে ভাৰতক! উজবেকিস্তানত ১৮ টা শিশুৰ মৃত্যুৰ সৈতে ভাৰতৰ সম্পৰ্ক কি?
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গাম্বিয়াৰ পাছতেই এইবাৰ উজবেকিস্তান৷ আকৌ ভাৰতৰ কফ ছিৰাপ খাই মৃত্যু হৈছে ১৮ টা শিশুৰ৷ উজবেকিস্তান চৰকাৰে অনা অভিযোগ অনুসৰি ১৮ টা শিশুৰ মৃত্যুৰ কাৰণেই ভাৰতীয় কফ ছিৰাপ৷

উজবেকিস্তান চৰকাৰে শিশুৰ মৃত্যুৰ পাছতেই ভাৰতীয় সংস্থাৰ সমূহ কফ ছিৰাপ বাজেয়াপ্ত কৰিছে৷ এই ঘটনাক লৈ বৰ্তমানলৈকে ভাৰত চৰকাৰে কোনো মন্তব্য প্ৰকাশ কৰা নাই যদিও উজবেকিস্তানৰ চৰকাৰে ভাৰতীয় স্বাস্থ্য মন্ত্ৰণালয়ক এই বিষয়ে জাননী প্ৰেৰণ কৰিছে৷ ভাৰতত তৈয়াৰ কৰা Doc-1 Max পুনৰ পৰীক্ষা কৰিছে উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰণালয়ে৷ পৰীক্ষাত বিশেষ কফ ছিৰাপত পোৱা গৈছে ইথাইল গ্লাইকল৷

উল্লেখ্য যে উজবেক চৰকাৰে প্ৰকাশ কৰা মতে বিশেষ কফ চিৰাপবিধ খাবলৈ চিকিৎসকেই পৰামৰ্শ দিছিল৷ এই কফ ছিৰাপ তৈয়াৰ হৈছিল নয়ডাৰ মাৰিয়ান বায়োটেকত৷ নয়ডাত তৈয়াৰ কৰা কফ ছিৰাপ খায়েই পূৰ্বেও আফ্ৰিকাৰ গম্বিয়াৰ ৬৬ টা শিশুৰ মৃত্যু হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!
প্ৰযুক্তি

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

September 10, 2026
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!
বিশ্ব

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

September 10, 2026
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
Next Post
সপোন প্ৰত্যেকেই দেখিলেও দিঠকনো কিমানৰ সপোনে দেখে? এগৰাকী সৌভাগ্যবৰ্তী মাতৃৰ কাহিনীয়ে আপোনাকো কৰিব আপ্লুত…

সপোন প্ৰত্যেকেই দেখিলেও দিঠকনো কিমানৰ সপোনে দেখে? এগৰাকী সৌভাগ্যবৰ্তী মাতৃৰ কাহিনীয়ে আপোনাকো কৰিব আপ্লুত...

আসক্তি সকলোতে বেয়া! ‘Free Fire’ গেম খেলিবলৈ নাপায় ১৫ বছৰীয়া নাবালকে কৰিলে এই কাণ্ড…

আসক্তি সকলোতে বেয়া! ‘Free Fire’ গেম খেলিবলৈ নাপায় ১৫ বছৰীয়া নাবালকে কৰিলে এই কাণ্ড...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.