• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়া কোনো অশুভ সংকেত নেকি? বদ্ৰীনাথ মন্দিৰৰ মূল গৃহতেই মেলিছে ফাট

3 years ago
কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

12 minutes ago
শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

44 minutes ago
8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

1 hour ago
এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

5 hours ago
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

6 hours ago
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

7 hours ago
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এয়া কোনো অশুভ সংকেত নেকি? বদ্ৰীনাথ মন্দিৰৰ মূল গৃহতেই মেলিছে ফাট

editor by editor
September 14, 2023
in জীৱনশৈলী, ভাৰত
0
এয়া কোনো অশুভ সংকেত নেকি? বদ্ৰীনাথ মন্দিৰৰ মূল গৃহতেই মেলিছে ফাট
0
SHARES
412
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এয়া ঘোৰ অশনি সংকেত! বদ্ৰীনাথ মন্দিৰৰ মূল মন্দিৰতেই ফাট মেলিছে। বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰিছে মন্দিৰ কৰ্তৃপক্ষ। সূত্ৰৰ খবৰ অনুসৰি কেইবা সপ্তাহ আগৰে পৰাই মূল মন্দিৰত ফাট মেলিছে। বদ্ৰীনাথ যাবলৈ হ’লে যোশীমঠ পাৰ হৈ যাব লাগে। বদ্ৰীনাথৰ পৰা যোশীমঠৰ দূৰত্ব মাত্ৰ ৪০ কিঃমিঃ। বিগত বৰ্ষৰ শেষৰফালে যোশীমঠৰ বিভিন্ন স্থানত ফাট মেলিছিল। ভয়াৱহভাৱে খহি পৰিছিল বৃহৎ বৃহৎ অট্টালিকাও। বহু ৰাস্তা খহি পৰিছিল। কিন্তু এইবাৰ বদ্ৰীনাথতো একেধৰণে ফাট মেলাক লৈ সংকিত হৈ পৰিছে বহুজন।

আৰ্কিওলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ এটা দলে এই বিষয়টোক লৈ পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে। আৰ্কিওলজিতকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ কৰ্মকৰ্তাসকলে এই সন্দৰ্ভত কয় যে বদ্ৰীনাথ মন্দিৰৰ সিংহ দুৱাৰৰ লোহাৰ পাতৰ ওপৰত তামৰ প্ৰলেপ আছে। সেই পাতসমূহেই ফাটিছে। পুনৰ মেৰামতি কৰা হৈছে যদিও পৰীক্ষা নিৰীক্ষা চলাই থকা হৈছে। বিষয়টোক লৈ পৰ্যটন মন্ত্ৰী সাতপাল মহাৰাজে কয়, ‘মাটিত ফাট মেলেই। মেৰামতি কৰিলেই ঠিক হৈ যাব।’ বদ্ৰীনাথ মন্দিৰৰ সিংহ দুৱাৰ ১৭০০ শতিকাতে নিৰ্মাণ কৰা হৈছিল। ১৯৯০ৰ দশকত সিংহ দুৱাৰক পুনঃনিৰ্মাণ কৰা হৈছিল। মন্দিৰৰ এই ফাট মেৰামতিৰ বাবে কমেও ৫ কোটি ধন খৰচ হ’ব পাৰে বুলি জনাইছে আৰ্কিওলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!
জীৱনশৈলী

May 9, 2026
শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!
জীৱনশৈলী

শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

May 9, 2026
কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?
জীৱনশৈলী

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

May 9, 2026
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?
জীৱনশৈলী

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

May 9, 2026
Next Post
বিবাহলৈ মাজত মাত্ৰ ১০ দিন! ৰাঘৱ-পৰিণীতিৰ বিবাহৰ থিম, পোছাকক লৈ আৰম্ভ হৈছে চৰ্চা

সনাতন ধৰ্মক বচাওক! সনাতন ধৰ্মক ধ্বংস কৰাত লাগিছে I.N.D.I.A জোটেঃ মোদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন