• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা মহিলা বিশ্বকাপ, কেতিয়া খেলপথাৰত নামিব ভাৰতীয় দল

1 year ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

14 minutes ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

26 minutes ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

3 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

4 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

5 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

7 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

8 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজিৰে পৰা মহিলা বিশ্বকাপ, কেতিয়া খেলপথাৰত নামিব ভাৰতীয় দল

editor by editor
October 3, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আজিৰে পৰা মহিলা বিশ্বকাপ, কেতিয়া খেলপথাৰত নামিব ভাৰতীয় দল
0
SHARES
214
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা মহিলা বিশ্বকাপ, কেতিয়া খেলপথাৰত নামিব ভাৰতীয় দল

আজি ৩ অক্টোবৰৰ পৰা মহিলা বিশ্বকাপ ২০২৪। টুৰ্নামেণ্টৰ প্ৰথম দিনটোতেই দুখন কৈ খেল। দুবাইত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ আজিৰ প্ৰথম দিনটোৰ খেলত অৱতীৰ্ণ হব বাংলাদেশ বনাম স্কটলেণ্ড আৰু পাকিস্তান বনাম শ্ৰীলংকা।

প্ৰথমখন খেল বিয়লি ৩.৩০ বজাত বাংলাদেশ বনাম স্কটলেণ্ডৰ মাজত অনুষ্ঠিত হয়, য’ত বাংলাদেশে ১৬ ৰানত বিজয় সাব্যস্ত কৰে। আনহাতে দ্বিতীয়খন খেল সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হব পাকিস্তান বনাম শ্ৰীলংকাৰ মাজত।

এই প্ৰতিযোগিতাত টিম ইণ্ডিয়াৰ প্ৰথমখন খেল ৪ অক্টোবৰ দেওবাৰে অনুষ্ঠিত হ’ব। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰতীয় দলটোৱে। খেল খন সন্ধিয়া ৭.৩০বজাত হব।

আজিৰ পৰা আৰম্ভ হোৱা মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলখন অহা ২০ অক্টোবৰ দেওবাৰে অনুষ্ঠিত হ’ব। ১৮ দিনৰ ভিতৰত খেলা যাব মুঠ ২৩খন মেচ। ইয়াৰ পূৰ্বে এই প্ৰতিযোগিতাখন বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া আছিল যদিও তাত থকা পৰিস্থিতি বিবেচনা কৰি আইচিচিয়ে ইয়াৰ পৰা স্থানান্তৰ কৰাৰ সিদ্ধান্ত লয়। এই প্ৰতিযোগিতাৰ নৱম সংস্কৰণ।

দুটা গ্ৰুপত বিভক্ত এই প্ৰতিযোগিতাত মুঠ ১০ টা দলে অংশগ্ৰহণ কৰিছে। অষ্ট্ৰেলিয়া, ভাৰত, নিউজিলেণ্ড, পাকিস্তান আৰু শ্ৰীলংকাক গ্ৰুপ এত স্থান দিয়া হৈছে। আনহাতে বাংলাদেশ, ইংলেণ্ড, স্কটলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজক গ্ৰুপ বিত ৰখা হৈছে।

ভাৰতীয় দলটোৱে দুবাৰকৈ মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে যদিও দুয়োবাৰেই পৰাজয়ৰ সন্মুখীন হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে চেম্পিয়ন হোৱাৰ উদ্দেশ্যেৰে প্ৰৱেশ কৰিব হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cricket world Cupindian teamIndian Women CricketWomen CricketWomen Cricket World Cupworld cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

March 19, 2026
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ
অসম

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
Next Post
বিধ্বংসকাৰী হেলেন ! বৰ্তমানলৈকে প্ৰাণ হেৰুৱালে ১৫০ৰো অধিক লোকে

আজিৰে পৰা নৱৰাত্ৰি, দেৱী দুৰ্গাক ভুলতো অৰ্পণ নকৰিব এই সামগ্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন