• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বেংকত টকা আছে নেকি, এতিয়া আৰু টকা উলিয়াব নোৱাৰিব, RBIয়ে বন্ধ কৰাই দিলে

এই বেংকত টকা আছে নেকি, এতিয়া আৰু টকা উলিয়াব নোৱাৰিব, RBIয়ে বন্ধ কৰাই দিলে

2 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

9 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

9 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

9 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

11 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

11 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

12 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

13 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

13 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

14 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

15 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

16 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এই বেংকত টকা আছে নেকি, এতিয়া আৰু টকা উলিয়াব নোৱাৰিব, RBIয়ে বন্ধ কৰাই দিলে

editor by editor
April 12, 2024
in ভাৰত
0
এই বেংকত টকা আছে নেকি, এতিয়া আৰু টকা উলিয়াব নোৱাৰিব, RBIয়ে বন্ধ কৰাই দিলে
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই বেংকত টকা আছে নেকি, এতিয়া আৰু টকা উলিয়াব নোৱাৰিব, RBIয়ে বন্ধ কৰাই দিলে

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এটা চৰকাৰী বেংকত বহু ক্ষেত্ৰত প্ৰতিবন্ধ লগাই দিলে। যাৰ ফলত এতিয়া সেই বেংকত একাইণ্ট থাকিলেও, টকা থাকিলেও, বহু ইমাৰজেঞ্চি হ’লেও টকা উলিয়াব নোৱাৰিব।

গ্ৰাহক সকলে এতিয়া অহা ৬ মাহ পৰ্যন্ত টকা উলিয়াব নোৱাৰিব এই বেংকৰ পৰা। ৬ মাহলৈ বেংকৰ সকলো লেনদেনৰ ক্ষেত্ৰত প্ৰতিবন্ধ লগাই দিছে আৰ বি আই-এ।

অৱশ্যে এই ক্ষেত্ৰত অসমৰ ৰাইজে ভয় খাব লগা একো নাই। কিয়নো এই বেংক মহাৰাষ্ট্ৰৰৰ ৰাজ্য চৰকাৰৰ । মহাৰাষ্ট্ৰৰ শিৰপুৰ মাৰ্চেণ্ট কো-অপাৰেটিভ বেংকক এই প্ৰতিবন্ধ লগাইছে।

অৱশ্যে আৰ বি আই য়ে এনেদৰে প্ৰতিবন্ধ লগোৱা এইয়ে প্ৰথম বেংক নহয়, ইয়াৰ পূৰ্বে পি এম চি বেংক আৰু য়েছ বেংকৰ ক্ষেত্ৰত এনেদৰে প্ৰতিবন্ধ লগাইছিল।

বেংকৰ বিত্তীৰ পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিয়ে এইদৰে প্ৰতিবন্ধ লগাই টকাৰ লেনদেন সম্পূৰ্ণ বন্ধ কৰি থয় কেইবামাহৰ বাবে।

এই ক্ষেত্ৰত গ্ৰাহকে কি কৰিব পাৰিব, সেই বিধানো দিয়া আছে আৰ বি আইৰ ফালৰ পৰা। সেই সম্বন্ধে গ্ৰাহকে নিজ নিজ জমা ধন সম্পৰ্কে বেংক কৰ্তৃপক্ষৰ সৈতে কথা পাতি ল’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bank Banbank CrisisCrisisMoney withdrawalrbireserve bank of india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা
অপৰাধ

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

September 19, 2026
Next Post
গ্ৰহৰ ৰজাই সলনি কৰিব নিজৰ স্থান, লাভ কৰিব শুভ কাৰক

গ্ৰহৰ ৰজাই সলনি কৰিব নিজৰ স্থান, লাভ কৰিব শুভ কাৰক

পাকঘৰতে আছে নিমখ, আনক আৰু ব্যৱহাৰ কৰি লাভ কৰক মনোমোহা ছাল

পাকঘৰতে আছে নিমখ, আনক আৰু ব্যৱহাৰ কৰি লাভ কৰক মনোমোহা ছাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.