• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক ৰাশিফল, সপ্তাহটোৰ আৰম্ভণি কিদৰে যাব, মা লক্ষ্মীৰ আশীৰ্বাদত সম্পত্তি বৃদ্ধিৰ যোগ এই সকল ৰাশিৰ লোকৰ..

দৈনিক ৰাশিফল, সপ্তাহটোৰ আৰম্ভণি কিদৰে যাব, মা লক্ষ্মীৰ আশীৰ্বাদত সম্পত্তি বৃদ্ধিৰ যোগ এই সকল ৰাশিৰ লোকৰ..

2 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

55 minutes ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

1 hour ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

2 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

3 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

3 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

4 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

4 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

5 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

6 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

6 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক ৰাশিফল, সপ্তাহটোৰ আৰম্ভণি কিদৰে যাব, মা লক্ষ্মীৰ আশীৰ্বাদত সম্পত্তি বৃদ্ধিৰ যোগ এই সকল ৰাশিৰ লোকৰ..

editor by editor
May 13, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
দৈনিক ৰাশিফল, সপ্তাহটোৰ আৰম্ভণি কিদৰে যাব, মা লক্ষ্মীৰ আশীৰ্বাদত সম্পত্তি বৃদ্ধিৰ যোগ এই সকল ৰাশিৰ লোকৰ..
0
SHARES
384
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৈনিক ৰাশিফল, সপ্তাহটোৰ আৰম্ভণি কিদৰে যাব, মা লক্ষ্মীৰ আশীৰ্বাদত সম্পত্তি বৃদ্ধিৰ যোগ এই সকল ৰাশিৰ লোকৰ..

মেষ ৰাশি
আজিৰ দিনটো মধ্যমীয়া হ’ব আপোনাৰ বাবে। কৰ্মক্ষেত্ৰত পদোন্নতি অথবা দৰমহা বৃদ্ধিৰ যোগ। পত্নীৰফালৰ পৰা কোনো শুভ সংবাদ লাভ কৰিব। কিছু লোকে যাত্ৰাৰ ক্ষেত্ৰত সাৱধান হওক, সামগ্ৰী চুৰি হোৱাৰ সম্ভাৱনা।
শুভ সংখ্যা- ৩
শুভ ৰং- সেউজীয়া

বৃষ ৰাশি
আজি আপোনাৰ বাবে এটা ডাঙৰ দিন হ’ব । আপুনি আপোনাৰ জীৱনত এটা ডাঙৰ সিদ্ধান্ত লব যি ভৱিষ্যতে কামত আহিব। ডাঙৰৰ পৰামৰ্শ লব। আপোনাৰ স্বাস্থ্য ভালেই যাব , পাছে পিতৃ-মাতৃৰ ক্ষেত্ৰত কিছু নজৰ দিব। খৰচ বাঢ়িব।
শুভ সংখ্যা- ৮
শুভ ৰং- বগা

মিথুন ৰাশি
আজি আপুনি পৰিয়ালৰ সৈতে ক’ৰবাত ওলাই যাব পাৰে। স্বাস্থ্য ভাল হ’ব। ব্যৱসায়ত আৰ্থিক সুবিধা পাব। কিছু নতুন কাম আৰম্ভ কৰিব পাৰিব, পৰিয়ালত শুভ কাম হ’ব। নতুন বাহন অথবা ঘৰ কিনাৰ বাবে অতিকে শুভ দিন।
শুভ সংখ্যা- ১
শুভ ৰং- হালধীয়া

কৰ্কট ৰাশি
আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ’ব। আপোনাৰ পৰিকল্পিত কামবোৰ সম্পূৰ্ণ হ’ব। স্বাস্থ্যৰ কিছু উত্থান-পতন হ’ব পাৰে। ব্যৱসায়ৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটিব পাৰে। পৰিয়ালত মতানৈক্যৰ সৃষ্টি হব পাৰে।
শুভ সংখ্যা- ৭
শুভ ৰং- ৰঙা

সিংহ ৰাশি
আজি হয়তো সমস্যাৰে ভৰা দিন হব আপোনাৰ বাবে। অপ্ৰয়োজনীয় বিতৰ্কত আবদ্ধ হৈ পৰিব পাৰে। আপোনাৰ বিৰুদ্ধে কিছুমান মিছা অভিযোগ উত্থাপন হ’ব পাৰে। সাৱধানে চলিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভালে দেখা যায়।
শুভ সংখ্যা- ৪
শুভ ৰং- নীলা

কন্যা ৰাশি
আজি আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ আচৰণৰ বাবে আপুনি অশান্তি পাব পাৰে। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। পৰিয়ালত পূৰ্বপুৰুষৰ সম্পত্তি বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ’ব। বাহন আদি সাৱধানে ব্যৱহাৰ কৰক আৰু আপোনাৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক।
শুভ সংখ্যা- ১
শুভ ৰং- আকাশী নীলা

তুলা ৰাশি
আজি আপোনাৰ বাবে বহুত ভাল দিন হ’ব। কিছুমান বিশেষ কামৰ বাবে ভ্ৰমণলৈ যোৱাৰ যোগ। ব্যৱসায়ত উপাৰ্জনৰ নতুন উৎসৰ সৃষ্টি হ’ব। পৰিয়ালত সন্মান বাঢ়িব। কিছুমান ডাঙৰ সমস্যাৰ পৰা সকাহ লাভ কৰি শুভ সংবাদ লাভ কৰিব।
শুভ সংখ্যা- ৭
শুভ ৰং- মেৰুণ

বৃশ্চিক ৰাশি
আজি আপোনাৰ বাবে বহুত ভাল দিন হ’ব। আপোনাৰ পৰিকল্পিত কামবোৰ সম্পূৰ্ণ হ’ব। আপুনি আজি কিছু নতুন কামৰ দায়িত্ব পাব। ব্যৱসায়ত লাভজনক পৰিস্থিতি হ’ব । পৰিয়ালত শুভ কাম কৰাৰ সম্ভাৱনা থাকিব লগতে সন্মান বৃদ্ধিৰ যোগ।
শুভ সংখ্যা- ৫
শুভ ৰং- সোণালী

ধনু ৰাশি
আজি আপুনি কোনো বিশেষ কামৰ বাবে ওলাই যাব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থন পাব। পত্নীৰ সৈতে থকা মতানৈক্য দূৰ হৈ সম্পৰ্ক ভাল হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু নজৰ দিব।
শুভ সংখ্যা- ৯
শুভ ৰং- বেঙুনীয়া

মকৰ ৰাশি
আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব। আপুনি যিটো কামৰ বাবে বহুদিনৰ পৰা চেষ্টা কৰি আহিছে তাতেই লাভৰ সম্ভাৱনা থাকিব । আজি আপুনি নতুন ঘৰ, বাহন আদি কিনিব পাৰিব। সমাজত সন্মান বাঢ়িব।
শুভ সংখ্যা- ২
শুভ ৰং- গুলপীয়া

কুম্ভ ৰাশি
আজি উত্থান-পতনেৰে ভৰা দিন হ’ব পাৰে আপোনাৰ বাবে। ব্যৱসায়ত লোকচানৰ সন্মুখীন হ’ব পাৰে, সাৱধানে চলিব। পৰিয়ালৰ কাৰোবাৰ পৰা কোনো শুভ সংবাদ লাভ কৰিব পাৰে। বিয়া তথা প্ৰেমৰ ক্ষেত্ৰত ভাল দেখা যায়।
শুভ সংখ্যা- ১
শুভ ৰং- বগা

মীন ৰাশি
আজি হয়তো কিছু সমস্যাৰে ভৰা দিন হব। কোনো অপ্ৰয়োজনীয় বিবাদত সোমাই পৰিব পাৰে। ব্যৱসায়ত চলি থকা আপোনাৰ কামত ব্যাঘাত জন্মিব পাৰে, সেয়ে দিনটো সাৱধানে ভাৱি-চিন্তি কামত আগবাঢ়িব।
শুভ সংখ্যা- ৯
শুভ ৰং- নীলা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 13 May13 may 2024daily horoscopehoroscoperashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
Next Post
আজি দেশত চতুৰ্থ পৰ্যায়ৰ ভোট, ৯৬ আসনৰ যুঁজ, ১৯ লাখ নিৰ্বাচনী বিষয়া, ১৭ কোটি ভোটাৰ, ভাগ্য নিৰ্ণয় হ’ব অখিলেশ যাদৱ-আছাদুদ্দিন ওৱেছি…

আজি দেশত চতুৰ্থ পৰ্যায়ৰ ভোট, ৯৬ আসনৰ যুঁজ, ১৯ লাখ নিৰ্বাচনী বিষয়া, ১৭ কোটি ভোটাৰ, ভাগ্য নিৰ্ণয় হ'ব অখিলেশ যাদৱ-আছাদুদ্দিন ওৱেছি...

পুনৰ প্ৰজ্বল কাণ্ড, পীড়িতাই নিজে সমুখলৈ আহি কলে, মোৰ সমুখতে মাক…, মোৰ লগতো…

পুনৰ প্ৰজ্বল কাণ্ড, পীড়িতাই নিজে সমুখলৈ আহি কলে, মোৰ সমুখতে মাক..., মোৰ লগতো...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.