• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পঞ্চমীত মঙলৰ ৰাজযোগত কঁপাল খুলিব, পূজাৰ বতৰতে সুখবৰ পাব এই ৪ৰাশিৰ জাতকে

পঞ্চমীত মঙলৰ ৰাজযোগত কঁপাল খুলিব, পূজাৰ বতৰতে সুখবৰ পাব এই ৪ৰাশিৰ জাতকে

7 months ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

3 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

4 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

4 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

4 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

5 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

5 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

6 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

6 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

7 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

7 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

8 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পঞ্চমীত মঙলৰ ৰাজযোগত কঁপাল খুলিব, পূজাৰ বতৰতে সুখবৰ পাব এই ৪ৰাশিৰ জাতকে

পঞ্চমীত মঙলৰ ৰাজযোগত কঁপাল খুলিব, পূজাৰ বতৰতে সুখবৰ পাব এই ৪ৰাশিৰ জাতকে

editor by editor
September 27, 2025
in অসম, বিবিধ
0
পঞ্চমীত মঙলৰ ৰাজযোগত কঁপাল খুলিব, পূজাৰ বতৰতে সুখবৰ পাব এই ৪ৰাশিৰ জাতকে
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰাশি নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ৷ কেতিয়াবা কেতিয়াবা গ্ৰহৰ ঘৰ সলনিয়ে ১২ ৰাশিৰ জীৱনত শুভ অশুভ প্ৰভাৱ পৰে৷ যেনেকৈ আজি মঙলৰ গোচৰত চাৰি ৰাশিৰ জীৱনলৈ ইতিবাচক সাল সলনি আহিব৷ জ্যোতিষশাস্ত্ৰত মঙলক সাহস, শক্তি আৰু বীৰত্বৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ কোষ্ঠীত মঙল অৰ্থাৎ সেনাপতি গ্ৰহ শক্তিশালী হ’লে ভাগ্য সকলো সময়তে কাষত থাকে৷ আৰু মঙলৰ অৱস্থান যদি শুভ হয় তেতিয়া জীৱনত উন্নতিৰ পথ প্ৰশস্ত হয়৷

আজি ২৭ ছেপ্টেম্বৰত পঞ্চমী৷ দেৱী দুৰ্গাৰ বোধনৰ পূৰ্বে গ্ৰহৰ অধিপতি মঙলে তাৰ নিজস্ব ৰাশি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব৷ ফলত ৰুচক ৰাজযোগ তৈয়াৰ হ’ব৷ জ্যোতিষশাস্ত্ৰত এই ৰাজযোগক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কোৱা হয়৷ ৰুচক ৰাজযোগৰ প্ৰভাৱত ভাগ্যৰ চকা ঘুৰিব পাঁচ ৰাশিৰ৷ অৰ্থ যশ, খ্যাতিৰে ভৰিব সেইসমূহ ৰাশিৰ জাতক জাতিকাৰ জীৱন৷ তালিকাত আপুনিও আছে নেকি?

কৰ্কট ৰাশি

ৰুচক ৰাজযোগে কৰ্কট ৰাশিৰ জাতকৰ জীৱনলৈ শুভ সময় কঢ়িয়াই আনিব৷ ব্যক্তিগত আৰু পেছাগত জীৱনত উন্নতিৰ সুযোগ পাব৷ কৰ্মজীৱনত সাফল্য আহিব৷ অফিচত ঊৰ্ধতন কৰ্মকৰ্তাসকলৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷ ব্যৱসায়ীয়ে ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে৷ অৰ্থ উপাৰ্জনৰ নতুন সুযোগ তৈয়াৰ হব৷ পুৰণি বিনিয়োগৰ পৰা লাভৱান হব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷

সিংহ ৰাশি

মঙলৰ গোচৰ সিংহ ৰাশিৰ বাবে লাভজনক হব৷ যিকোনো কামত সাফল্যৰ যোগ আছে৷ সুখ স্বাচ্ছন্দ্য বৃদ্ধি পাব৷ বাহন ক্ৰয়ৰ পৰিকল্পনা বাস্তবায়িত হব পাৰে৷ নিজৰ কাম আৰু আচৰণেৰে সকলোৰে মন জয় কৰিব৷ সমাজত সন্মান বাঢ়িব৷ পৈতৃক সম্পত্তিৰ উত্তৰাধিকাৰ হব পাৰে৷ সংগীৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷

বৃশ্চিক ৰাশি

ৰুচক ৰাজযোগত বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনলৈ সুদিন আহিব৷ আত্মবিশ্বাস ব্যাপকভাৱে বাঢ়িব৷ ব্যক্তিগত আৰু পেছাগত জীৱনত উন্নতিৰ ৰাস্তা খুলিব৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব৷ বিবাহিত জীৱনলৈ সুখ আহিব৷ সন্তান সম্পৰ্কীয় সুখবৰ পাব৷

মকৰ ৰাশি

পূজা ৰুচক ৰাজযোগৰ প্ৰভাৱত মকৰ ৰাশিয়ে ভাল সময় কটাব৷ যিসকলে নতুন চাকৰি বিচাৰিছে তেওঁলোকৰ যোগ্যতা আৰু প্ৰত্যাশাৰ সৈতে সংগতিপূৰ্ণ চাকৰি লাভ কৰিব৷ চাকৰি সলনিৰো সুযোগ আহিব পাৰে৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সহায়তা লাভ কৰিব৷ ব্যৱসায়ীয়ে লাভৰ মুখ দেখিব৷ নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ কৰ্মসূত্ৰে বিদেশলৈ যোৱাৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?
জীৱনশৈলী

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

April 13, 2026
Next Post
তীব্ৰগতিত আগুৱাইছে জুবিন গাৰ্গৰ মৃত্যু তদন্ত, ৬ অক্টোবৰৰ ভিতৰত অভিযুক্ত হাজিৰ হ’ব লাগিব CID কাৰ্যালয়ত

তীব্ৰগতিত আগুৱাইছে জুবিন গাৰ্গৰ মৃত্যু তদন্ত, ৬ অক্টোবৰৰ ভিতৰত অভিযুক্ত হাজিৰ হ’ব লাগিব CID কাৰ্যালয়ত

মই মুখ্যমন্ত্ৰী হিচাপে প্ৰতিশ্ৰুতি দিছো, শ্যামকানু, সিদ্ধাৰ্থৰ দৰে ব্যক্তিৰ ওচৰত শিৰনত নকৰো, এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰতহে শিৰনত কৰিব

মই মুখ্যমন্ত্ৰী হিচাপে প্ৰতিশ্ৰুতি দিছো, শ্যামকানু, সিদ্ধাৰ্থৰ দৰে ব্যক্তিৰ ওচৰত শিৰনত নকৰো, এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰতহে শিৰনত কৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.