• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোলাপ-জলে চিৰদিনৰ বাবে নিৰ্মূল কৰে এই সমস্যা…

গোলাপ-জলে চিৰদিনৰ বাবে নিৰ্মূল কৰে এই সমস্যা…

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

গোলাপ-জলে চিৰদিনৰ বাবে নিৰ্মূল কৰে এই সমস্যা…

editor by editor
November 17, 2022
in স্বাস্থ্য
0
গোলাপ-জলে চিৰদিনৰ বাবে নিৰ্মূল কৰে এই সমস্যা…
0
SHARES
26.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ লাহে লাহে শীতকালৰ আগমন ঘটিছে৷ শীতকালত বহুতৰে ছাল তথা চুলিৰ সমস্যাই দেখা দিয়ে৷ অলপ সচেতন নহ’লে শীতকালত আপোনাৰ সৌন্দৰ্য ম্লান পৰিব পাৰে৷ শীতকালত ছাল-তথা চুলিৰ বাবে বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰোঁ যদিও সৌন্দৰ্য ৰক্ষা গোলাপ-জলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ আহকচোন গোলাপ-জলৰ উপকাৰিতাৰ বিষয়ে কিছু জানি লওঁ—

আপুনি যদি দীৰ্ঘদিনীয়া উফিৰ সমস্যাত ভুগি আছে তেন্তে এতিয়াৰে পৰা আপুনি চুলিত গোলাপ-জল সানক। গোলাপ-জল প্ৰয়োগেৰে আপুনি উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে৷

মুখখন পৰিষ্কাৰ আৰু উজ্জ্বল কৰিবলৈ গোলাপৰ জল প্ৰয়োগ কৰা হয়।  প্ৰায়সংখ্যক মহিলাই গোলাপৰ জলৰ পৰা উপকৃত হৈছে। কিন্তু গোলাপৰ জল কেৱল মুখৰ বাবেই নহয় চুলিৰ বাবেও অতি উপকাৰী। ইয়াক প্ৰয়োগ কৰিলে চুলিবোৰ অতি উজ্জ্বল, মিহি আৰু শক্তিশালী হয়। ইয়াৰ বাহিৰেও চুলিত গোলাপ জল প্ৰয়োগ কৰাৰ আন বহুতো লাভালাভ আছে।

চুলিত গোলাপৰ জল প্ৰয়োগ কৰাৰ পাছৰ আপোনাৰ মূৰৰ ছাল আৰু চুলি সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে। আনকি আপোনাৰ উফিৰ সমস্যা থাকিলেও, আপুনি ব্যৱহাৰ কৰিব পাৰে গোলাপৰ জল । ই উফি আঁতৰাই চুলি শক্তিশালী কৰে।

গোলাপ জলত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে, যাৰ ফলত ই মূৰৰ ছালক অক্সিডেটিভ চাপৰ পৰা সুৰক্ষিত কৰে। ইয়াৰ পৰা আপুনি চুলি সৰাৰ পৰা পৰিত্ৰাণ পাব ।

মূৰৰ ছালত গোলাপ জল প্ৰয়োগ কৰি ৰক্তসঞ্চালন সঠিকভাৱে কৰা হয়, যাৰ ফলত চুলিৰ বিকাশ ভাল হয়। যদি আপুনি আপোনাৰ চুলি দীঘল কৰিব বিচাৰে, তেন্তে আপুনি ইয়াৰ বাবে গোলাপ-জল ব্যৱহাৰ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ
জীৱনশৈলী

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

February 21, 2026
প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা
জীৱনশৈলী

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

February 4, 2026
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

January 29, 2026
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

January 24, 2026
Next Post
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

'হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী', হাৰ্টথ্ৰ'বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি...

গুজৰাটত মোদী-শ্বাহক নালাগে, এইজন যুৱনেতাই অকলেই ভেটিব কংগ্রেছ-আপক

গুজৰাটত মোদী-শ্বাহক নালাগে, এইজন যুৱনেতাই অকলেই ভেটিব কংগ্রেছ-আপক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.