• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত বৃদ্ধি পাবলৈ ধৰিছে মগজু খোৱা এমিবাৰ সংক্ৰমণ, ২২ লৈ বৃদ্ধি নিহতৰ সংখ্যা

দেশত বৃদ্ধি পাবলৈ ধৰিছে মগজু খোৱা এমিবাৰ সংক্ৰমণ, ২২ লৈ বৃদ্ধি নিহতৰ সংখ্যা

2 years ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

17 minutes ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

54 minutes ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

1 hour ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

2 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

2 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

2 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

3 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

4 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

4 hours ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

5 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

5 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দেশত বৃদ্ধি পাবলৈ ধৰিছে মগজু খোৱা এমিবাৰ সংক্ৰমণ, ২২ লৈ বৃদ্ধি নিহতৰ সংখ্যা

editor by editor
July 6, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
দেশত বৃদ্ধি পাবলৈ ধৰিছে মগজু খোৱা এমিবাৰ সংক্ৰমণ, ২২ লৈ বৃদ্ধি নিহতৰ সংখ্যা
0
SHARES
441
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত বৃদ্ধি পাবলৈ ধৰিছে মগজু খোৱা এমিবাৰ সংক্ৰমণ, ২২ লৈ বৃদ্ধি নিহতৰ সংখ্যা

দেশত দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে এমিবাৰ সংক্ৰমণ। মগজু খোৱা এই ৰোগবিধক লৈ এতিয়া চিন্তাত চিকিৎসা বিজ্ঞানি। বৰ্তমানলৈ ৰোগবিধৰ নাই কোনো ঔষধ তথা প্ৰতিকাৰ। বৰ্তমানেও সংক্ৰমণ বহু কেইগৰাকী। এতিয়ালৈকে প্ৰাণ হেৰুৱালে ২২ গৰাকী লোকে।

সদ্যহতে কেৰালাৰ কোঝিকোডত এই মগজু খোৱা এমিবাই ১৪ বছৰীয়া এটি কিশোৰৰ প্ৰাণ কাঢ়ি নিয়ে। কিশোৰটি এটা সৰু পুখুৰীত গা ধুবলৈ গৈছিল তাৰ পিছতে এমিবা ৰোগত সংক্ৰমিত হয়। এই ৰোগক Amiebic meningoencephalitis (PAM) বুলি জনা যায়, যিটো Naegleria fowleri নামৰ এবিধ এমিবাৰ দ্বাৰা হয়।

এই এমিবা মানৱ শৰীৰত পানীৰ জৰিয়তে প্ৰৱেশ কৰে। যেতিয়া পানীৰ যোগেদি শৰীৰত উপস্থিত হয় তেতিয়া মাত্ৰ চাৰি দিনৰ ভিতৰতে ই মানুহৰ স্নায়ুতন্ত্ৰ অৰ্থাৎ মগজুত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।

১৪ দিনৰ ভিতৰত ই মগজুত ফুলি উঠে যাৰ ফলত ৰোগীৰ মৃত্যু হয়। এইবাৰ কেৰালাত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা এইটো তৃতীয়টো ঘটনা। কিন্তু ইয়াৰ পূৰ্বেও দেশৰ বিভিন্ন চিকিৎসালয়ত এমিবিক মেনিনজো এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।

কেন্দ্ৰীয় চৰকাৰৰ সংহত ৰোগ চোৱাচিতা কাৰ্যসূচী (আইডিএছপি) অনুসৰি কেৰালাৰ পৰা হাৰিয়ানা আৰু চণ্ডীগড়লৈকে এতিয়ালৈকে ২২ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে ২০২১ চনৰ পিছত ৬ জন লোকৰ মৃত্যু হৈছে। ২০১৬ চনত কেৰালাত প্ৰথমটো ৰোগী পোহৰলৈ আহিছিল। তেতিয়াৰ পৰা ইয়াত আঠজন ৰোগী পোৱা গৈছে আৰু আটাইকেইজনৰ মৃত্যু হৈছে।

নতুন দিল্লীস্থিত ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)ৰ তথ্য অনুসৰি ২০১৯ বৰ্ষলৈকে দেশত এই ৰোগৰ ১৭জন ৰোগী ধৰা পৰিছিল। ২০১৯ চনৰ ২৬ মে’ত হাৰিয়ানাৰ এটি আঠ মহীয়া শিশু এই ৰোগত আক্ৰান্ত ধৰা পৰিছিল।

এতিয়ালৈকে এই ৰোগ প্ৰতিৰোধৰ বাবে কোনো ঔষধ বা ভেকচিন উপলব্ধ নহয়। ইয়াৰ পিছতো ভাৰতত এতিয়ালৈকে ৭ জন ৰোগীক মৃত্যুৰ পৰা ৰক্ষা কৰা হৈছে। ইয়াৰ বাবে বিভিন্ন ধৰণৰ এন্টিবায়টিক দি চিকিৎসা কৰা হয়, যাৰ বাবে সময়মতে ৰোগ ধৰা পেলোৱাটো অতি প্ৰয়োজনীয়।

মূৰৰ বিষ, জ্বৰ, বমি আদি ইয়াৰ প্ৰাৰম্ভিক লক্ষণ, তাৰ পিছত ডিঙিৰ জঠৰতা, বিভ্ৰান্তি দৃষ্টি, ভ্ৰম বকা আৰু শেষত ক’মা। এনে লক্ষণ দেখা দিয়াৰ ১৪ৰ পৰা ১৮ দিনৰ ভিতৰত ৰোগীৰ মৃত্যু হ’ব পাৰে।

এই ৰোগ মাটিত খেলা-ধুলা কৰিলে মাটিৰ জৰিয়তে, নদী বা পুখুৰীত গা ধুলে নাক আৰু মুখৰ মাজেৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰে। ই স্নায়ুৰ জৰিয়তে মগজুলৈ যায়, যাৰ ফলত মগজুৰ কলাবোৰ ফুলি উঠে আৰু তাৰ পিছত এই কলাবোৰ ধ্বংস হ’বলৈ আৰম্ভ কৰে। অৱশ্যে এই ৰোগ কৰ’ণাৰ দৰে এজনৰ পৰা আন এজনলৈ বিয়পি নাযায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmiebicAmiebic meningoencephalitisAmoebainfectionVirus
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
ঘৰত ভুলতো নাৰাখিব এইকেইবিধ বিশেষ মূৰ্তি, অন্যথা ভালৰ সলনি বেয়া প্ৰভাৱ পৰিব জীৱনত

ঘৰত ভুলতো নাৰাখিব এইকেইবিধ বিশেষ মূৰ্তি, অন্যথা ভালৰ সলনি বেয়া প্ৰভাৱ পৰিব জীৱনত

ৰাহুলৰ মন্তব্যত তোলপাৰ সদন! এজন শ্বহীদ অগ্নিবীৰৰ পৰিয়ালক কিমান আৰ্থিক সাহায্য দিয়ে কেন্দ্ৰই?

ৰাহুলৰ মন্তব্যত তোলপাৰ সদন! এজন শ্বহীদ অগ্নিবীৰৰ পৰিয়ালক কিমান আৰ্থিক সাহায্য দিয়ে কেন্দ্ৰই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.