• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতিয়াৰে পৰা আৰম্ভ হ’ব পিতৃপক্ষ? মহালয়াত সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণ কৰিব পাৰিবনে?

5 months ago
হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

44 minutes ago
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

2 hours ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

3 hours ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

4 hours ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

6 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

7 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

8 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

1 day ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেতিয়াৰে পৰা আৰম্ভ হ’ব পিতৃপক্ষ? মহালয়াত সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণ কৰিব পাৰিবনে?

কেতিয়াৰে পৰা আৰম্ভ হ’ব পিতৃপক্ষ? মহালয়াত সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণ কৰিব পাৰিবনে?

editor by editor
August 25, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
কেতিয়াৰে পৰা আৰম্ভ হ’ব পিতৃপক্ষ? মহালয়াত সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণ কৰিব পাৰিবনে?
0
SHARES
443
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সনাতন ধৰ্ম প্ৰয়াত পূৰ্বপুৰুষক শ্ৰদ্ধা জনোৱাৰ ৰীতি প্ৰচলিত আছে৷ পিতৃপুৰুষ প্ৰসন্ন হলে সৌভাগ্য লাভ কৰা হয় বুলি প্ৰচলিত বিশ্বাস৷ আহিন মাহৰ কৃষ্ণপক্ষ পিতৃপক্ষ হিচাপে পালিত হয়৷ এই সময়ত পিতৃ তৰ্পণৰ বাবে সকলোতকৈ উপযুক্ত৷ সৰ্বপিতৃ অমাবস্যা বা মহালয়াত পিতৃপুৰুষৰ অৱসান হয়৷ ইয়াৰ পাছৰ দিনা অৰ্থাৎ আহিনৰ শুক্লা প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হয় দেৱীপক্ষ৷

কেতিয়া আৰম্ভ হ’ব পিতৃপক্ষ?

এই বছৰ পিতৃপক্ষ আৰম্ভ হব আগন্তুক ৭ ছেপ্টেম্বৰ দেওবাৰৰ পৰা৷ পিতৃপক্ষ চলিব ২১ ছেপ্টেম্বৰ পৰ্যন্ত৷ কোনো পুৰোহিত ব্ৰাহ্মণৰ সহায় লৈ তৰ্পণ কৰা হয়৷ তৰ্পণৰ পাছতেই ব্ৰাহ্মণক ভোজন কৰাই দক্ষিণা দিয়া হয়৷ দৰিদ্ৰক দান কৰাৰ ৰীতিও প্ৰচলিত আছে৷ তৰ্পণ বা শ্ৰাদ্ধৰ পাছত কাউৰী আৰু কুকুৰক খাদ্য খুওৱা হয়৷ সম্ভৱ হলে গংগাৰ ধাৰত গৈ তৰ্পণ কৰা উচিত৷ গংগালৈ যোৱা সম্ভৱ নহলে ঘৰত গংগাজল দি তৰ্পণৰ কাম কৰক৷

কেতিয়া হ’ব তৰ্পণ?

  • পূৰ্ণিমাৰ শ্ৰাদ্ধঃ ৭ ছেপ্টেম্বৰ ২০২৫ দেওবাৰ
  • প্ৰতিপদ শ্ৰাদ্ধঃ ৮ ছেপ্টেম্বৰ ২০২৫ সোমবাৰ
  • দ্বিতীয়া শ্ৰাদ্ধঃ ৯ ছেপ্টেম্বৰ ২০২৫ মঙ্গলবাৰ
  • তৃতীয়া শ্ৰাদ্ধঃ ১০ ছেপ্টেম্বৰ ২০২৫ বুধবাৰ
  • পঞ্চমী শ্ৰাদ্ধঃ ১১ ছেপ্টেম্বৰ ২০২৫ বৃহস্পতিবাৰ
  • ষষ্ঠী শ্ৰাদ্ধঃ ১২ ছেপ্টেম্বৰ ২০২৫ শুকুৰবাৰ
  • সপ্তমী শ্ৰাদ্ধঃ ১৩ ছেপ্টেম্বৰ ২০২৫ শনিবাৰ
  • অষ্টমী শ্ৰাদ্ধঃ ১৪ ছেপ্টেম্বৰ ২০২৫ দেওবাৰ
  • নৱমী শ্ৰাদ্ধঃ ১৫ ছেপ্টেম্বৰ ২০২৫ সোমবাৰ
  • দশমী শ্ৰাদ্ধঃ ১৬ ছেপ্টেম্বৰ মঙ্গলবাৰ
  • একাদশী শ্ৰাদ্ধঃ ১৭ ছেপ্টেম্বৰ ২০২৫ বুধবাৰ
  • দ্বাদশী শ্ৰাদ্ধঃ ১৮ ছেপ্টেম্বৰ ২০২৫ বৃহস্পতিবাৰ
  • ত্ৰয়োদশী শ্ৰাদ্ধঃ ১৯ ছেপ্টেম্বৰ ২০২৫ শুকুৰবাৰ
  • চতুৰ্দশী শ্ৰাদ্ধঃ ২০ ছেপ্টেম্বৰ ২০২৫ শনিবাৰ
  • সৰ্বপিতৃ অমাবস্যাঃ ২১ ছেপ্টেম্বৰ ২০২৫ দেওবাৰ

মহালয়াত সূৰ্যগ্ৰহণ

আগন্তুক ২১ ছেপ্টেম্বৰত সৰ্বপিতৃ অমাবস্যা বা মহালয়াত হব সূৰ্যগ্ৰহণ৷ এই বছৰৰ শেষ শেষ সূৰ্যগ্ৰহণেই হব সৰ্বপিতৃ অমাবস্যাত৷ সূৰ্য গ্ৰহণ আমাৰ দেশত নিশা হব সেয়ে ভাৰতৰ পৰা এই গ্ৰহণ দেখা নাযাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?
জীৱনশৈলী

January 30, 2026
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়
জীৱনশৈলী

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

January 30, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?
জীৱনশৈলী

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

January 30, 2026
Next Post
ধনলক্ষ্মী যোগত লক্ষ্মীলাভ, লক্ষ্মী-গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিৰ জাতকে

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন