• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতিয়াৰে পৰা আৰম্ভ হ’ব পিতৃপক্ষ? মহালয়াত সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণ কৰিব পাৰিবনে?

কেতিয়াৰে পৰা আৰম্ভ হ’ব পিতৃপক্ষ? মহালয়াত সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণ কৰিব পাৰিবনে?

1 year ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

38 minutes ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

15 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

16 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

16 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

17 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

17 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

18 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

19 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

19 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

20 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

20 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেতিয়াৰে পৰা আৰম্ভ হ’ব পিতৃপক্ষ? মহালয়াত সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণ কৰিব পাৰিবনে?

কেতিয়াৰে পৰা আৰম্ভ হ’ব পিতৃপক্ষ? মহালয়াত সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণ কৰিব পাৰিবনে?

editor by editor
August 25, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
কেতিয়াৰে পৰা আৰম্ভ হ’ব পিতৃপক্ষ? মহালয়াত সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণ কৰিব পাৰিবনে?
0
SHARES
447
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সনাতন ধৰ্ম প্ৰয়াত পূৰ্বপুৰুষক শ্ৰদ্ধা জনোৱাৰ ৰীতি প্ৰচলিত আছে৷ পিতৃপুৰুষ প্ৰসন্ন হলে সৌভাগ্য লাভ কৰা হয় বুলি প্ৰচলিত বিশ্বাস৷ আহিন মাহৰ কৃষ্ণপক্ষ পিতৃপক্ষ হিচাপে পালিত হয়৷ এই সময়ত পিতৃ তৰ্পণৰ বাবে সকলোতকৈ উপযুক্ত৷ সৰ্বপিতৃ অমাবস্যা বা মহালয়াত পিতৃপুৰুষৰ অৱসান হয়৷ ইয়াৰ পাছৰ দিনা অৰ্থাৎ আহিনৰ শুক্লা প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হয় দেৱীপক্ষ৷

কেতিয়া আৰম্ভ হ’ব পিতৃপক্ষ?

এই বছৰ পিতৃপক্ষ আৰম্ভ হব আগন্তুক ৭ ছেপ্টেম্বৰ দেওবাৰৰ পৰা৷ পিতৃপক্ষ চলিব ২১ ছেপ্টেম্বৰ পৰ্যন্ত৷ কোনো পুৰোহিত ব্ৰাহ্মণৰ সহায় লৈ তৰ্পণ কৰা হয়৷ তৰ্পণৰ পাছতেই ব্ৰাহ্মণক ভোজন কৰাই দক্ষিণা দিয়া হয়৷ দৰিদ্ৰক দান কৰাৰ ৰীতিও প্ৰচলিত আছে৷ তৰ্পণ বা শ্ৰাদ্ধৰ পাছত কাউৰী আৰু কুকুৰক খাদ্য খুওৱা হয়৷ সম্ভৱ হলে গংগাৰ ধাৰত গৈ তৰ্পণ কৰা উচিত৷ গংগালৈ যোৱা সম্ভৱ নহলে ঘৰত গংগাজল দি তৰ্পণৰ কাম কৰক৷

কেতিয়া হ’ব তৰ্পণ?

  • পূৰ্ণিমাৰ শ্ৰাদ্ধঃ ৭ ছেপ্টেম্বৰ ২০২৫ দেওবাৰ
  • প্ৰতিপদ শ্ৰাদ্ধঃ ৮ ছেপ্টেম্বৰ ২০২৫ সোমবাৰ
  • দ্বিতীয়া শ্ৰাদ্ধঃ ৯ ছেপ্টেম্বৰ ২০২৫ মঙ্গলবাৰ
  • তৃতীয়া শ্ৰাদ্ধঃ ১০ ছেপ্টেম্বৰ ২০২৫ বুধবাৰ
  • পঞ্চমী শ্ৰাদ্ধঃ ১১ ছেপ্টেম্বৰ ২০২৫ বৃহস্পতিবাৰ
  • ষষ্ঠী শ্ৰাদ্ধঃ ১২ ছেপ্টেম্বৰ ২০২৫ শুকুৰবাৰ
  • সপ্তমী শ্ৰাদ্ধঃ ১৩ ছেপ্টেম্বৰ ২০২৫ শনিবাৰ
  • অষ্টমী শ্ৰাদ্ধঃ ১৪ ছেপ্টেম্বৰ ২০২৫ দেওবাৰ
  • নৱমী শ্ৰাদ্ধঃ ১৫ ছেপ্টেম্বৰ ২০২৫ সোমবাৰ
  • দশমী শ্ৰাদ্ধঃ ১৬ ছেপ্টেম্বৰ মঙ্গলবাৰ
  • একাদশী শ্ৰাদ্ধঃ ১৭ ছেপ্টেম্বৰ ২০২৫ বুধবাৰ
  • দ্বাদশী শ্ৰাদ্ধঃ ১৮ ছেপ্টেম্বৰ ২০২৫ বৃহস্পতিবাৰ
  • ত্ৰয়োদশী শ্ৰাদ্ধঃ ১৯ ছেপ্টেম্বৰ ২০২৫ শুকুৰবাৰ
  • চতুৰ্দশী শ্ৰাদ্ধঃ ২০ ছেপ্টেম্বৰ ২০২৫ শনিবাৰ
  • সৰ্বপিতৃ অমাবস্যাঃ ২১ ছেপ্টেম্বৰ ২০২৫ দেওবাৰ

মহালয়াত সূৰ্যগ্ৰহণ

আগন্তুক ২১ ছেপ্টেম্বৰত সৰ্বপিতৃ অমাবস্যা বা মহালয়াত হব সূৰ্যগ্ৰহণ৷ এই বছৰৰ শেষ শেষ সূৰ্যগ্ৰহণেই হব সৰ্বপিতৃ অমাবস্যাত৷ সূৰ্য গ্ৰহণ আমাৰ দেশত নিশা হব সেয়ে ভাৰতৰ পৰা এই গ্ৰহণ দেখা নাযাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

September 9, 2026
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
Next Post
ধনলক্ষ্মী যোগত লক্ষ্মীলাভ, লক্ষ্মী-গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিৰ জাতকে

ধনলক্ষ্মী যোগত লক্ষ্মীলাভ, লক্ষ্মী-গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিৰ জাতকে

পূজাৰ পাছতেই বৃহস্পতিৰ ঘৰলৈ আহিব শনি, দীপাৱলিত উজ্বলিব এই ৩ৰাশিৰ ভাগ্য

পূজাৰ পাছতেই বৃহস্পতিৰ ঘৰলৈ আহিব শনি, দীপাৱলিত উজ্বলিব এই ৩ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.