• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্পত্তিৰ বাবেই জন্মদাত্ৰীৰ ওপৰত অমানবিকতা কন্যাৰ, ভিডিঅ’ দেখি শিয়ৰি উঠিব আপুনি

সম্পত্তিৰ বাবেই জন্মদাত্ৰীৰ ওপৰত অমানবিকতা কন্যাৰ, ভিডিঅ’ দেখি শিয়ৰি উঠিব আপুনি

1 year ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

19 minutes ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

30 minutes ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

59 minutes ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

1 hour ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

3 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

4 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

5 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

5 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

6 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

7 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সম্পত্তিৰ বাবেই জন্মদাত্ৰীৰ ওপৰত অমানবিকতা কন্যাৰ, ভিডিঅ’ দেখি শিয়ৰি উঠিব আপুনি

editor by editor
March 2, 2025
in বিবিধ, ভাৰত
0
সম্পত্তিৰ বাবেই জন্মদাত্ৰীৰ ওপৰত অমানবিকতা কন্যাৰ, ভিডিঅ’ দেখি শিয়ৰি উঠিব আপুনি
0
SHARES
553
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্পত্তিৰ বাবেই জন্মদাত্ৰীৰ ওপৰত অমানবিকতা কন্যাৰ, ভিডিঅ’ দেখি শিয়ৰি উঠিব আপুনি

হাৰিয়ানাৰ হিছাৰৰ পৰা পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ভিডিঅ’, য’ত এগৰাকী বৃদ্ধ মাতৃৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছে কন্যাই। মাতৃৰ ওপৰত কৰা অত্যাচাৰৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

য’ত এগৰাকী কন্যাই জন্মদাত্ৰী মাতৃক চৰ মাৰিছে, দাঁতেৰে কামুৰিছে আৰু বৃদ্ধাগৰাকীৰ চুলি টানিছে। মাৰপিট কৰাৰ উপৰিও কন্যাই কৈছে, মই তোৰ তেজ খাই পেলাম।

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে মাতৃৰ ওপৰত অত্যাচাৰ চলোৱা মহিলাগৰাকীৰ ভাতৃয়ে আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰিছে, য’ত লিখিছে যে তেওঁৰ মাতৃক পণবন্দী কৰি ৰাখিছে বিবাহিত ভগ্নীয়ে। ইয়াৰ মূলতে কেৱল সম্পত্তি। সম্পত্তি হস্তান্তৰ কৰিবলৈ মানসিক আৰু শাৰীৰিকভাৱে হাৰাশাস্তি কৰিছে মাতৃৰ ওপৰত।

দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তিনি মিনিটৰ এই ভিডিঅ’টো হিছাৰৰ আজাদ নগৰৰ বুলি জানিব পৰা গৈছে। অভিযুক্ত মহিলাগৰাকীৰ নাম ৰীতা। কান্দি থকা, বিষত ছটফটই থকা মাতৃৰ নাম নিৰ্মলা দেৱী।

ভাইৰেল ভিডিঅ’ত দেখা অনুসৰি অভিযুক্ত ৰীতাই মাতৃক প্ৰথমে মাৰিছে, চৰিয়াইছে। কামুৰিও দিছে। তাৰ পাছত চুলিত ধৰি বিচনাৰ পৰা তললৈ পেলাই দিয়ে। মাতৃয়ে কান্দি কাটি কন্যাৰ ওচৰত ৰেহাই দিয়াৰ বাবে দয়া ভিক্ষা কৰি থাকে, কিন্তু কন্যা ৰীতাই মাতৃক ৰেহাই দিয়াৰ সলনি অধিক অত্যাচাৰ কৰি থকা দেখা যায়।

ৰীতাৰ ভাতৃ অমৰদ্বীপ সিঙে তেওঁৰ এজাহাৰত উল্লেখ কৰিছে যে দুবছৰ পূৰ্বে তেওঁৰ ভগ্নীয়ে সমীপৰ এখন গাঁৱত বাস কৰা যুৱকক বিয়া কৰাইছিল যদিও কিছু সময়ৰ পিছত মাতৃগৃহলৈ উভতি আহে। লগতে কয় যে ইয়াৰ পিছৰে পৰা ভগ্নীয়ে স্বামীৰ সৈতে মিলি সম্পত্তিৰ বাবে মাকক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Daughter Torture motherviral photoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!
প্ৰযুক্তি

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
Next Post
‘মোৰ অবিহনে প্ৰেমিকা অকলশৰীয়া হৈ পৰিব, সেয়ে’, দেশজুৰি তোলপাৰ লগোৱা এক ঘটনা

'মোৰ অবিহনে প্ৰেমিকা অকলশৰীয়া হৈ পৰিব, সেয়ে', দেশজুৰি তোলপাৰ লগোৱা এক ঘটনা

অতিকে শোকাৱহ, ফুলশয্যাৰ নিশা একেলগে হাৰ্ট এটেক হৈ নিহত নৱ দম্পতি

অতিকে শোকাৱহ, ফুলশয্যাৰ নিশা একেলগে হাৰ্ট এটেক হৈ নিহত নৱ দম্পতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.