• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
KCRৰ গুৰুক চাৰ্জিকেল ষ্ট্ৰাইকছৰ প্ৰমাণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই; কোন এই KCR গুৰু?

KCRৰ গুৰুক চাৰ্জিকেল ষ্ট্ৰাইকছৰ প্ৰমাণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই; কোন এই KCR গুৰু?

4 years ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

55 minutes ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

2 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

2 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

2 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

4 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

4 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

5 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

5 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

5 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

6 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

6 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

KCRৰ গুৰুক চাৰ্জিকেল ষ্ট্ৰাইকছৰ প্ৰমাণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই; কোন এই KCR গুৰু?

editor by editor
February 14, 2022
in অসম, ভাৰত, ৰাজনীতি
0
KCRৰ গুৰুক চাৰ্জিকেল ষ্ট্ৰাইকছৰ প্ৰমাণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই; কোন এই KCR গুৰু?
0
SHARES
265
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ সৃষ্টি কৰি থৈ অহা ৰাজনৈতিক যুদ্ধ এতিয়াও মাৰ যোৱা নাই৷ বৰং এই যুদ্ধৰ চোক ক্ৰমাৎ বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে উত্তৰখণ্ডত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক অতি কঠোৰ আৰু অশালীন মন্তব্যৰে আক্ৰমণ কৰিছিল৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰা বুলি সমালোচনা কৰি ৰাহুল গান্ধীক তাচ্ছিল্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ‘আপোনাৰ পিতৃ ৰাজীৱ গান্ধী নে কোন বুলি সুধি প্ৰমাণ বিচাৰিছো নেকি?’ বুলি মন্তব্য কৰিছিল৷

ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰে দেশৰ কে’বাগৰাকীও বিৰোধী নেতাই৷ হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰাসকলৰ ভিতৰত অন্যতম হৈছে তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও৷

তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ডঃ হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰাই নহয়, মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিবলৈ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাকো দাবী কৰিছিল৷

আনকি দেওবাৰে সংবাদ মেলত সম্বোধন কৰি তেলেংগনাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীয়ে চাৰ্জিকেল ষ্ট্ৰাইকৰ বিৰুদ্ধে প্ৰশ্ন কৰাতো কিয় ভুল বুলিও প্ৰশ্ন কৰিছিল৷

ইয়াৰ পিছতে তেলেংগনাৰ মুখ্যমন্ত্ৰীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি এইবাৰ ডঃ হিমন্ত বিশ্ব শৰ্মাই চাৰ্জিকেল ষ্ট্ৰাইকৰ ভিডিঅ’গ্ৰাফিক প্ৰমাণ দিছে৷ সোমবাৰে নিজা Koo এপত ভিডিঅ’গ্ৰাফিক প্ৰমাণটো আপলোড কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লিখিছে, ‘‘মৰমৰ কে চি আৰ গুৰু, ভাৰতীয় সেনাই কৰা চাৰ্জিকেল ষ্ট্ৰাইকৰ ভিডিঅ’গ্ৰাফিক প্ৰমাণ দিছো৷’’

উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰ চৰকাৰৰ পৰা ২০১৬ আৰু ২০১৯ চনত ভাৰতীয় সেনাই পাকিস্তানী সেনাৰ বিৰুদ্ধে চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰি আহিছে৷ কিন্তু এই চাৰ্জিকেল ষ্ট্ৰাইকৰ কোনো প্ৰমাণ আজিকোপতি কেন্দ্ৰীয় চৰকাৰে দিবলৈ সক্ষম হোৱা নাই৷

কিন্তু সোমবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে এক ভিডিঅ’গ্ৰাফিক প্ৰমাণ আপলোড কৰি ইয়াৰ প্ৰমাণ ৰাজহুৱা কৰা বুলি দাবী কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam cmassam live 24axom live 24axom live 24 digitalhimanta biswa sarmaK Chandrashekhar RaoSurgical StrikesTelengana CM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
Next Post
গ্ৰেপ্তাৰ হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! ৰুজু হ’ব অপৰাধমূলক গোচৰ!

গ্ৰেপ্তাৰ হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! ৰুজু হ’ব অপৰাধমূলক গোচৰ!

জঘন্য! ৮৭ বছৰীয়া বৃ্দ্ধাক ধৰ্ষণ, লুটি নিলে নগদ ধনসহ মোবাইল ফোন

জঘন্য! ৮৭ বছৰীয়া বৃ্দ্ধাক ধৰ্ষণ, লুটি নিলে নগদ ধনসহ মোবাইল ফোন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.