• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃতকৰ সংখ্যা ৫৭ লৈ বৃদ্ধি, ৬৭ গৰাকী বৰ্তমানেও সন্ধানহীন, ৩২ হাজাৰ লোকক স্থানান্তৰিত

মৃতকৰ সংখ্যা ৫৭ লৈ বৃদ্ধি, ৬৭ গৰাকী বৰ্তমানেও সন্ধানহীন, ৩২ হাজাৰ লোকক স্থানান্তৰিত

2 years ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

3 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

3 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

3 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

5 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

6 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

7 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

7 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

7 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

8 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

9 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

10 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মৃতকৰ সংখ্যা ৫৭ লৈ বৃদ্ধি, ৬৭ গৰাকী বৰ্তমানেও সন্ধানহীন, ৩২ হাজাৰ লোকক স্থানান্তৰিত

editor by editor
May 5, 2024
in বিশ্ব
0
মৃতকৰ সংখ্যা ৫৭ লৈ বৃদ্ধি, ৬৭ গৰাকী বৰ্তমানেও সন্ধানহীন, ৩২ হাজাৰ লোকক স্থানান্তৰিত
0
SHARES
841
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৃতকৰ সংখ্যা ৫৭ লৈ বৃদ্ধি, ৬৭ গৰাকী বৰ্তমানেও সন্ধানহীন, ৩২ হাজাৰ লোকক স্থানান্তৰিত

ব্ৰলিজিলৰ পৰিস্থিতি এতিয়াও ভাললৈ অহা নাই। ৰিঅ’ গ্ৰেণ্ডে ডু চুলৰ নাগৰিক সুৰক্ষা কৰ্তৃপক্ষই জনোৱা মতে, এতিয়াও ৬৭ জন লোক নিৰুদ্দেশ হৈ আছে। ৩২ হাজাৰৰো অধিক লোক স্থানান্তৰিত হৈছে। ৰাজ্যখনৰ ৪৯৭খন চহৰৰ দুই তৃতীয়াংশ চহৰৰ এই ধুমুহাই ক্ষতিগ্ৰস্ত কৰিছে। বানপানীয়ে বহু অঞ্চলৰ পথ আৰু দলং ধ্বংস কৰিছে।

ব্ৰাজিলৰ দক্ষিণৰ ৰিঅ’ গ্ৰেণ্ডে ড’ ছুল ৰাজ্যত হোৱা মুষলধাৰ বৰষুণৰ ফলত মৃত্যুৰ সংখ্যা ৫৭লৈ বৃদ্ধি পাইছে। উৰুগুৱে আৰু আৰ্জেণ্টিনাৰ সীমান্তৱৰ্তী ৰাজ্য ৰিঅ’ গ্ৰেণ্ডে ডু ছুলৰ নাগৰিক সুৰক্ষা কৰ্তৃপক্ষই জনোৱা মতে, এতিয়াও ৬৭ জন লোক নিৰুদ্দেশ হৈ আছে।

ৰাজ্যখনৰ ৪৯৭খন চহৰৰ দুই তৃতীয়াংশ চহৰৰ এই ধুমুহাই ক্ষতিগ্ৰস্ত কৰিছে। বানপানীয়ে বহু অঞ্চলৰ পথ আৰু দলং ধ্বংস কৰে। ভূমিস্খলনৰ ফলত এটা সৰু জলবিদ্যুৎ শক্তি কেন্দ্ৰৰ এটা বান্ধৰ আংশিক ক্ষতি হয়। বেণ্টো গনছালভেছ চহৰৰ দ্বিতীয়টো মথাউৰিও ভাঙি যোৱাৰ আশংকা আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

ৰিঅ’ গ্ৰেণ্ডে ড’ ছুলৰ ৰাজধানী পৰ্টো আলেগ্ৰেৰ গুয়াইবা হ্ৰদত পানী বৃদ্ধি পাই ৰাস্তা-ঘাট বানপানীত ডুব গৈছে। পৰ্টো আলেগ্ৰেৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে অনিৰ্দিষ্টকাললৈ সকলো বিমান সেৱা বন্ধ কৰি দিছে। ৰাজ্যখনৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা ছয়ত্ৰিশ ঘন্টাত ৰিঅ’ গ্ৰেণ্ডে ড’ ছুলৰ উত্তৰ আৰু উত্তৰ-পূব অঞ্চলত বৰষুণৰ সম্ভাৱনা আছে। অৱশ্যে বৰষুণৰ পৰিমাণ পূৰ্বতকৈ কমি আহিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: brazilBrazil FloodweatherWeather Report
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান
বিশ্ব

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

March 17, 2026
Next Post
হাঁহি থকাৰ মাজতে হঠাতে কান্দি দিলে ববী দেউলে, ছানী দেউলৰো সেমেকি উঠিল চকু

হাঁহি থকাৰ মাজতে হঠাতে কান্দি দিলে ববী দেউলে, ছানী দেউলৰো সেমেকি উঠিল চকু

অতিকে শোকাৱহ, গণেশ মন্দিৰ দৰ্শনৰ বাবে গৈছিল পৰিয়াল, পাছে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পৰিয়ালৰ ৬ জনে

অতিকে শোকাৱহ, গণেশ মন্দিৰ দৰ্শনৰ বাবে গৈছিল পৰিয়াল, পাছে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পৰিয়ালৰ ৬ জনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.