• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলিত সপ্তাহ আৰম্ভ হৈছে কেইবাটাও শুভ যোগেৰে, এই ৪ৰাশিয়ে কটাব অত্যন্ত সু-সময়

চলিত সপ্তাহ আৰম্ভ হৈছে কেইবাটাও শুভ যোগেৰে, এই ৪ৰাশিয়ে কটাব অত্যন্ত সু-সময়

3 months ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

39 minutes ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 hour ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 hour ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

2 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

3 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

3 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

4 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

5 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

22 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

22 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

23 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চলিত সপ্তাহ আৰম্ভ হৈছে কেইবাটাও শুভ যোগেৰে, এই ৪ৰাশিয়ে কটাব অত্যন্ত সু-সময়

চলিত সপ্তাহ আৰম্ভ হৈছে কেইবাটাও শুভ যোগেৰে, এই ৪ৰাশিয়ে কটাব অত্যন্ত সু-সময়

editor by editor
December 8, 2025
in জীৱনশৈলী
0
চলিত সপ্তাহ আৰম্ভ হৈছে কেইবাটাও শুভ যোগেৰে, এই ৪ৰাশিয়ে কটাব অত্যন্ত সু-সময়
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিচেম্বৰৰ নতুন সপ্তাহ আৰম্ভ হৈছে ৮ ডিচেম্বৰত অৰ্থাৎ আজি৷ ১৪ ডিচেম্বৰলৈতে এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ চলন বিশেষভাৱে অনুকুল হৈ থাকিব চাৰি জীৱন৷ জ্যোতিষবিদে জনাইছে যে আৰ্থিক উন্নতিৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, আনকি কৰ্মজীৱনত থকা পুৰণি বাধাও দূৰ হৈ নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে৷ কোন কোন ৰাশিৰ শুভ সময়? জানি থওক তালিকাত কোন কোন আছে?

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে এই সপ্তাহ যেন কৰ্মোদ্যমৰ নৱজাগৰণ৷ অৰ্থলাভৰ পৰিষ্কাৰ ইংগিত পোৱা গৈছে৷ কম দূৰত্বৰ যাত্ৰাৰ যোগ আছে৷ পৰিয়ালত কোনো শুভ অনুষ্ঠান আয়োজনৰো সম্ভাৱনা আছে৷ চাকৰি আৰু ব্যৱসায়ত যিসমূহ বাধা আছিল সেইসমূহ দূৰ হব৷ নতুন সুযোগ সন্মুখত খুলিব৷ স্বাস্থ্য সম্পৰ্কে সতৰ্কতা অৱলম্বন কৰা জৰুৰি৷ বিশেষকৈ খোৱাবোৱাৰ ক্ষেত্ৰত৷ এই সময়ত খাদ্যদ্ৰব্য দান কৰিলে শুভফল লাভ কৰিব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ বাবে এই সপ্তাহত অৰ্থভাগ্য উভতিব৷ আৰ্থিক চাপ কমিব, পুৰণি দুশ্চিন্তা দূৰ হব৷ কৰ্মক্ষেত্ৰত স্থবিৰতা কাটি যাব আৰু সহকৰ্মী বা বন্ধুৰ সহযোগিতা দূৰ হব৷ শাৰীৰিকভাৱে ফিট থাকিবলৈ হলে নিয়ম শৃংখলা বজায় ৰখা জৰুৰী৷ অৰ্থ বা খাদ্যদ্ৰব্য দানে ইতিবাচক এনাৰ্জি আনি দিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ বাবে ই সফলতাৰ সপ্তাহ৷ ৰৈ থকা গুৰুত্বপূৰ্ণ কামসমূহ সম্পন্ন হব৷ অৰ্থলাভৰ সম্ভাৱনাও আছে৷ ছাত্ৰ ছাত্ৰীসকলে সাফল্য লাভ কৰিব৷ সন্মান বা পদোন্নতিৰ যোগ আছে৷ বাহিৰত কৰোবালৈ যাবলগীয়া থাকিলে উপকাৰী হব পাৰে৷ খাদ্য বা শস্য দান কৰিলে সৌভাগ্যৰ পথ আৰু মসৃণ হ’ব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে অৰ্থলাভৰ সময়৷ আয় বাঢ়িব৷ আৰ্থিক স্থিতি শক্তিশালী হব৷ দাম্পত্যত সম্পৰ্কৰ ভুল বুজাবুজি এৰাই চলিবলৈ বাক্য সংযম জৰুৰী৷ খাদ্যভাষত সতৰ্কতা ৰাখি চলিলে স্বাস্থ্যৰ উন্নতি হব৷ কৰ্মজীৱনত থকা জটিলতা দূৰ হব৷ অৰ্থদানত সৌভাগ্য আৰু বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি
জীৱনশৈলী

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
Next Post
৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?

৯০ বছৰীয়া ওপজা দিনটো পালন কৰা নহ’ল ধৰ্মেন্দ্ৰৰ, ওপজা দিনত স্বামীক সোঁৱৰি কি লিখিলে ড্ৰিমগাৰ্ল হেমামালিনীয়ে?

৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.