• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

10 months ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

3 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

4 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

5 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

6 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

6 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

6 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

7 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

8 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

9 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

9 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

10 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?

editor by editor
December 8, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৫ লাখতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে কেন্দ্ৰৰ পোৰ্টেলত, সকলোতকৈ বেছি সম্পত্তি কোন ৰাজ্যৰ?
0
SHARES
167
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫.১৭ লাখ ৱাকফ সম্পত্তি কেন্দ্ৰৰ উমিদ পৰ্টেলৰ নথিভুক্ত কৰা হৈছে৷ তাৰমাজতেই দুই লাখতকৈ বেছি সম্পত্তিত অনুমোদনো পোৱা গৈছে৷ এই তথ্য জনাইছে কেন্দ্ৰীয় সংখ্যালঘু বিষয়ক মন্ত্ৰণালয়ে৷ ইয়াৰোপৰি কিছু আবেদনত তথ্য পৰীক্ষণৰ পাছত বাতিলো কৰি দিয়া হৈছে৷

ছুপ্ৰিম কৰ্টে জনাইছে যে ৱাকফ সম্পত্তি কেন্দ্ৰৰ পোৰ্টেলত নথিভুক্ত কৰাটো বাঞ্ছনীয়৷ ইয়াৰবাবে বিগত ৬ জুনত উমিদ নামৰ স্বতন্ত্ৰ পোৰ্টেল খুলিব চৰকাৰে৷ ৱাকফ সম্পত্তিৰ নথিভুক্তিকৰণৰ বাবে ছমাহ সময় দিয়া হৈছিল৷ ৬ ডিচেম্বৰ আছিল ইয়াৰ শেষ দিন৷ মন্ত্ৰী কিৰেণ ৰিজেজুৱে বিগত সপ্তাহত শেষ দিনটোৰ কথা উনুকিয়াইয়ো দিছিল৷ এই সময়সীমা আৰু বৃদ্ধি কৰিব নোৱাৰিব বুলিও জনাইছিল মন্ত্ৰী কিৰেণ ৰিজেজুৱে৷ তাৰপিছতেই সোমবাৰে ৱাকফ পৰ্টেলৰ তথ্য আৰু পৰিসংখ্যা প্ৰকাশ কৰা হৈছে৷

কেন্দ্ৰীয় মন্ত্ৰণালয়ে জনাইছে যে ৫ লাখ ১৭ হাজাৰ ৪০ টা ৱাকফ সম্পত্তি পৰ্টেলত নথিভুক্ত কৰা হৈছে৷ তাৰমাজত ২ লাখ ১৬ হাজাৰ ৯০৫ টা সম্পত্তিত অনুমোদনো দিয়া হৈছে৷ সকলোতকৈ বেছি ৱাকফ সম্পত্তি নথিভুক্ত হৈছে উত্তৰপ্ৰদেশৰ পৰা৷ ইয়াৰে ৯২,৮৩০ ৰ পৰা ৮৬,৩৪৫ ছুন্নি আৰু ৬৪৮৫ ছিয়া। ইয়াৰোপৰি মহাৰাষ্ট্ৰৰ পৰা ৬২, ৯৩৯টা, কৰ্ণাটকৰ পৰা ৫৮৩২৮ টা আৰু পশ্চিমবংগৰ পৰা ২৩, ০৮৬ টা ৱাকফ সম্পত্তি কেন্দ্ৰৰ পোৰ্টেলত নথিভুক্ত কৰা হৈছে৷

ৱাকফ সংক্ৰান্তিয় ২লাখ ১৩ হাজাৰ ৯৪১টা সম্পত্তি এতিয়াও অনুমোদনৰ অপেক্ষাত আছে৷ তথ্য পৰীক্ষাৰ সময়ত বাতিল কৰি দিয়া হৈছে ১০ হাজাৰ ৮৬৯ খন আবেদন৷ কেন্দ্ৰৰ পৰা দিয়া বিবৃত্তিত কোৱা হৈছে যে ৱাকফ কৰ্মসূচী সম্পন্ন কৰাৰ বাবে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত প্ৰশিক্ষণ, ৱাৰ্কচপো চলিছে৷ কেনেকৈ পৰ্টেলত এই সংক্ৰান্তিয় তথ্য নথিভুক্ত কৰিব লাগিব সেয়া হাতেকলমে শিকাইয়ো দিয়া হৈছে৷ প্ৰযুক্তি বিশেষজ্ঞ আৰু প্ৰশাসনিক দলে দেশ জুৰি সাতটাকৈ আঞ্চলিক বৈঠকো আয়োজন কৰিছিল৷ আৰম্ভ কৰা হৈছিল বিশেষ হেল্পলাইন নম্বৰ৷

ৱাকফ সংশোধনী বিলৰ পক্ষে লোকসভাত ২৮৮টা ভোট পৰিছিল৷ বিপক্ষে পৰিছিল ২৩২ টা ভোট৷ অন্যদিশে ৰাজ্যসভাত ১২৮ জন সাংসদে এই বিলৰ পক্ষে ভোট দিয়ে আৰু বিপক্ষে ভোট পৰে ৯৫টা৷ সংসদৰ উভয় কক্ষত এই সংশোধিত বিল পাছ হোৱাৰ সময়ত বিগত ৫ এপ্ৰিলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ সন্মতিক্ৰমে সেয়া আইনতো পৰিণত হয়৷ তাৰপিছতেই এই গোচৰ ছুপ্ৰিম কৰ্টলৈ যায় আদালতে জনাই যে সংসদত পাছ হোৱা আইনক অসাংবিধানিক বুলিব নোৱাৰি৷ সেই আইনৰ দুটা ধাৰাক লৈ আপত্তি জনাই শীৰ্ষ আদালতে৷ প্ৰথমতে সংশোধিত আইনত কোৱা হৈছিল, কোনো সম্পত্তি ৱাকফ নে চৰকাৰী সেয়া জিলাশাসক বা সম পদমৰ্যাদাৰ কোনো অধিকাৰীয়ে ঠিক কৰিব পাৰে৷ আদালতে ধাৰণা কৰিছে যে এই সিদ্ধান্ত জিলাশাসকে লব নোৱাৰে৷ এয়া আদালতৰ কাম৷ দ্বিতীয়তে এই আইনত কোৱা হৈছে যে যিয়ে ৱাকফত দান কৰিব তেওঁ অন্তত পাঁচ বছৰ পূৰ্বে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ প্ৰমাণ দিব পাৰিব৷ কিন্তু এয়া কাৰ্যকৰ কৰাৰ কোনো নিয়ম চৰকাৰে বনোৱা নাই৷  এই দুই ধাৰা স্থগিত ৰখা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?
বিনোদন

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
Next Post
২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

২০২৬ত অৰ্থহানি নিশ্চিত, ৰাহুৰ ডাবল গোচৰে ৩ ৰাশিক পথলৈ আনিব

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, হনুমানৰ আশীৰ্বাদত উপকৃত হ’ব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.