স্মাৰ্ট মিটাৰক লৈ অসন্তুষ্ট কণ্ঠশিল্পী দীপলিনা ডেকা৷
স্মাৰ্টমিটাৰক লৈ এইবাৰ মুকলিকৈ বেয়া পোৱাৰ কথা জনাইছে দীপলিনাই৷
স্মাৰ্টমিটাৰক লৈ কি কি কৈছে দীপলিনাই?
‘স্মাৰ্ট মিটাৰৰ বিষয়টো চৰকাৰে অলপ চাব লাগে৷’
‘স্মাৰ্ট মিটাৰৰ বিল কেতিয়াবা বেছি আহে কেতিয়াবা কম আহে৷’
‘মোৰেই নহয়, অসমৰ ৰাইজৰেই এই বিষয়টোক লৈ অসুবিধা হৈছে৷’
‘প্ৰত্যেক সাধাৰণ ৰাইজৰ আপত্তি যেতিয়া কিবা খেলিমেলি থাকিবও পাৰে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ