• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ন্যায়াধীশৰ বাংলোত জুই লগাত পোহৰলৈ আহে নগদ ধনৰ পাহাৰ

ন্যায়াধীশৰ বাংলোত জুই লগাত পোহৰলৈ আহে নগদ ধনৰ পাহাৰ

1 year ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

3 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

4 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

4 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

5 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

6 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

6 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

7 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

7 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

8 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

8 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

9 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ন্যায়াধীশৰ বাংলোত জুই লগাত পোহৰলৈ আহে নগদ ধনৰ পাহাৰ

editor by editor
March 21, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ন্যায়াধীশৰ বাংলোত জুই লগাত পোহৰলৈ আহে নগদ ধনৰ পাহাৰ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ন্যায়াধীশৰ বাংলোত জুই লগাত পোহৰলৈ আহে নগদ ধনৰ পাহাৰ

কেঁচু খান্দোতে সাপ ওলোৱাৰ লেখিয়া কাণ্ড সংঘটিত হয় এগৰাকী ন্যায়াধীশৰ লগত। যি দেখি এতিয়া হতবাক সকলো। দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ সৈতে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ অফিচিয়েল বাংলোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ব্যাপক হুলস্থুলৰ সৃষ্টি হয়। লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। কিন্তু জুই নিৰ্বাপনৰ লগতে অগ্নিনিৰ্বাপত বাহিনীৰ হাতত লাগে টকাৰ পাহাৰ।

জুই নিৰ্বাপনৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীয়ে ন্যায়াধীশৰ বাংলোৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে। এই খবৰ পোৱাৰ লগে লগে চাৰিওফালে এক বৃহৎ হুলস্থুলৰ সৃষ্টি হয়। এজন ন্যায়াধীশৰ ঘৰৰ পৰা এই পৰিমাণৰ ধন উদ্ধাৰে দেশৰ ন্যায়িক ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পেলাব বুলি আশংকা কৰিছে ন্যায়াধীশৰ এটা অংশই।

সূত্ৰ অনুসৰি দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ পৰিয়ালৰ লোকে তেওঁৰ চৰকাৰী বাংলোত অগ্নিকাণ্ডৰ বিষয়ে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰিছিল। সেই সময়ত ন্যায়াধীশ ভাৰ্মা দিল্লীত নাছিল। এই খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰিবলৈ দ্ৰুতগতিত উপস্থিত হয় ঘটনাস্থলীত।

খবৰ লাভ কৰি আৰক্ষীও আহি উপস্থিত হয় ঘটনাস্থলীত। কিন্তু জুই নিৰ্বাপন কৰাৰ সময়তে অগ্নিনিৰ্বাপক বাহিনীয়ে বাংলোটোৰ এটা কোঠাৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে।

ইমান বৃহৎ পৰিমাণৰ ধন উদ্ধাৰৰ পাছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকল যথেষ্ট স্তম্ভিত হৈ পৰে। লগে লগে ঘটনাসন্দৰ্ভে উচ্চ কৰ্তৃপক্ষক অৱগত কৰে। এই খবৰে দিল্লী প্ৰশাসনৰ সৰ্বোচ্চ স্তৰত উপনীত হয়। তাৰ পৰাই এই খবৰ লাভ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না।

মুখ্য ন্যায়াধীশে খৰধৰকৈ কলেজিয়ামৰ এখন সভাৰ আয়োজন কৰি মুখ্য ন্যায়াধীশকে ধৰি পাঁচজনীয়া কলেজিয়ামে ততাতৈয়াকৈ সিদ্ধান্ত লয় যে ন্যায়াধীশ ভাৰ্মাক তৎকালীনভাৱে এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা উচিত। ২০২১ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি হৈছিল ন্যায়াধীশ যশৱন্ত ভাৰ্মা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhi high courtDelhi High Court Judge . Money CorruptionIndian Judicial
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
Next Post
বিশ্বৰ প্ৰথমখন কৃত্তিম বুদ্ধিমত্তাৰ বাতৰি কাকত, প্ৰতিটো বাতৰি লিখিলে AI-য়ে

বিশ্বৰ প্ৰথমখন কৃত্তিম বুদ্ধিমত্তাৰ বাতৰি কাকত, প্ৰতিটো বাতৰি লিখিলে AI-য়ে

শিলচৰ এন আই টিত অধ্যাপকৰ বিৰুদ্ধে ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী, গুৰুতৰ অভিযোগ

শিলচৰ এন আই টিত অধ্যাপকৰ বিৰুদ্ধে ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী, গুৰুতৰ অভিযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.