• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেতা সতীশ কৌশিকৰ মৃত্যুত ৰহস্য! ঘৰত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাবিধো ঔষধ…

অভিনেতা সতীশ কৌশিকৰ মৃত্যুত ৰহস্য! ঘৰত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাবিধো ঔষধ…

3 years ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

6 minutes ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

37 minutes ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

2 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

3 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

4 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

13 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

13 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

14 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

15 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

16 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অভিনেতা সতীশ কৌশিকৰ মৃত্যুত ৰহস্য! ঘৰত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাবিধো ঔষধ…

editor by editor
March 11, 2023
in চিনেমা, ভাৰত, স্বাস্থ্য
0
অভিনেতা সতীশ কৌশিকৰ মৃত্যুত ৰহস্য! ঘৰত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাবিধো ঔষধ…
0
SHARES
30.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৯ মাৰ্চতেই আহিছিল এটা দুঃখবৰ৷ বলীউডৰ বিশিষ্ট অভিনেতা অনুপম খেৰে টুইটযোগে জনাইছিল বৰ্ষীয়ান অভিনেতা তথা পৰিচালক সতীশ কৌশিকৰ মৃত্যু৷ অনুপম খেৰে টুইটত জনোৱামতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে জনপ্ৰিয় অভিনেতাগৰাকীৰ৷ মৃত্যুৰ এদিন পূৰ্বে দিল্লীৰ এজন বন্ধুৰ ঘৰত হোলীৰ পাৰ্টি উদযাপন কৰাৰ ফটো নিজেই শ্বেয়াৰ কৰিছিল অভিনেতাজনে৷ হোলীৰ পাৰ্টি কৰি থকাৰ মাজতেই আবেলিৰ ভাগত শৰীৰত দূৰ্বলতা অনুভৱ কৰাত তেওঁক পৰিয়ালৰ লোকে হাস্পতালত ভৰ্তি কৰাবলৈ লৈ যোৱাৰ পথতেই মৃত্যু হয় অভিনেতাজনৰ৷

অভিনেতাজনে হঠাতেই মৃত্যুক সাবটি লোৱাৰ পাছতেই আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোক লৈ আৰম্ভ কৰিছে বিশেষ তদন্ত৷ দিল্লীৰ দক্ষিণ-পশ্চিম এলেকাত থকা পাৰ্টি কৰা ফ্লেটত অভিযান চলাই দিল্লী আৰক্ষীয়ে৷ সতীশ কৌশিকৰ মৃত্যুত ৰহস্যৰো গোন্ধ পাইছে দিল্লী আৰক্ষীয়ে৷ বিশেষ ফ্লেটটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাবিধো ঔষধ৷ সতীশ কৌশিকৰ মৃত্যুৰ সৈতে ঔষধ কেইবিধৰ কিবা সম্পৰ্ক আছে নেকি? আৰক্ষীয়ে বৰ্তমান সতীশ কৌশিকৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ বাবেহে অপেক্ষা কৰি আছে৷

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট অহাৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিব তদন্ত প্ৰক্ৰিয়া৷ বৰ্তমানলৈ কোনোধৰণৰ ৰিপোৰ্ট প্ৰকাশ কৰা নাই আৰক্ষীয়ে৷ চিকিৎসকে জনোৱা অনুসৰি ১৫ দিনৰ ভিতৰত চিকিৎসকে সমগ্ৰ ৰিপোৰ্ট প্ৰকাশ কৰিব৷ অভিনেতাজনৰ মৃত্যু স্বাভাৱিকনে সেই কথা অচিৰেই প্ৰকাশ কৰিব তদন্তকাৰী দলটোৱে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

March 29, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো
জীৱনশৈলী

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
Next Post
দুচিন্তাৰ দিন শেষ! এই ৫ উপায়েৰে ডায়াবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰে আপুনিও…

দুচিন্তাৰ দিন শেষ! এই ৫ উপায়েৰে ডায়াবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰে আপুনিও...

প্লাষ্টিকৰ গ্লাছত দৈনিক চাহ খাই? সাৱধান কৰ্কটকে ধৰি এইকেইটা ৰোগ হ’ব পাৰে আপোনাৰ…

প্লাষ্টিকৰ গ্লাছত দৈনিক চাহ খাই? সাৱধান কৰ্কটকে ধৰি এইকেইটা ৰোগ হ’ব পাৰে আপোনাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.