• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

3 months ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

6 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

7 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

7 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

8 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

9 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

9 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

10 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

11 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

12 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

13 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

চেনেগালৰ আক্ৰমণত বিধ্বস্ত ইৰাক

editor by editor
June 27, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড
0
SHARES
74
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফিফা বিশ্বকাপ ২০২৬ৰ গ্ৰুপ-Iৰ অন্তিমখন খেলত ফ্ৰান্স আৰু চেনেগালে নিজৰ নিজৰ মেচত দুৰ্দান্ত প্ৰদৰ্শনেৰে বৃহৎ জয় লাভ কৰিছে। আমেৰিকাৰ বষ্টনত এমবাপেৰ ফ্ৰান্সে হালাণ্ডৰ নৰৱেক ৪-১ গ’লত বিধ্বস্ত কৰি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰাৰ লগতে অন্তিম-৩২ত নিজৰ স্থান নিশ্চিত কৰে। আনহাতে, চেনেগালে ইৰাকক ৫-০ গ’লৰ বিশাল ব্যৱধানত পৰাস্ত কৰি নকআউট পৰ্যায়লৈ যোৱাৰ আশা অটুট ৰাখিছে। এতিয়া চেনেগালৰ ভাগ্য অন্য গ্ৰুপসমূহৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব, যাতে শ্ৰেষ্ঠ তৃতীয় স্থানপ্ৰাপ্ত দলসমূহৰ ভিতৰত স্থান লাভ কৰিব পাৰে।

এমবাপে-হালাণ্ডৰ দৰে তাৰকাক অতিক্ৰমী ডেম্বেলেৰ হেট্ৰিক

মেচখনৰ পূৰ্বে নৰৱেৰ তাৰকা ষ্ট্ৰাইকাৰ এৰ্লিং হালাণ্ড আৰু ফ্ৰান্সৰ কিলিয়ান এমবাপেৰ মাজৰ সাম্ভাৱ্য প্ৰতিদ্বন্দ্বিতাক লৈহে অনুৰাগীৰ মাজত যথেষ্ট চৰ্চা হৈছিল। কিন্তু সাম্প্ৰতিক সময়ৰ এই দুই তাৰকাক অতিক্ৰমী মেচখনত সকলোৰে দৃষ্টি কাঢ়ি ল’বলৈ সক্ষম হয় ফ্ৰান্সৰ তাৰকা উইংগাৰ উছমান ডেম্বেলেয়ে।

ডেম্বেলেয়ে প্ৰথমাৰ্ধৰ ৭ম, ২০তম আৰু ৩২তম মিনিটত গ’ল কৰি এক অনবদ্য হেট্ৰিকৰ অধিকাৰী হয় আৰু মেচখনৰ প্ৰথমাৰ্ধতে ফ্ৰান্সক শক্তিশালী অগ্ৰগতি প্ৰদান কৰে। নৰৱেৰ হৈ ২১তম মিনিটত থিঅ’ আছগাৰ্ডে এটা গ’ল কৰি প্ৰত্যাৱৰ্তনৰ চেষ্টা চলালেও ফ্ৰান্সে সমগ্ৰ খেলখনত আধিপত্য বজাই ৰাখে। খেলৰ ইনজুৰি টাইমৰ (৯০+৪ মিনিট) সময়ত ডিজাইৰে ডুৱেই চতুৰ্থ গ’লটো দি ফ্ৰান্সৰ ৪-১ গ’লৰ জয় নিশ্চিত কৰে। এই জয়ৰ পিছতে ফ্ৰান্সে গ্ৰুপ-Iৰ শীৰ্ষস্থান অধিকাৰ কৰি অন্তিম-৩২ পৰ্যায়ত প্ৰৱেশ কৰে। আনহাতে, নৰৱেই এতিয়া নকআউট পৰ্যায়ত আইভৰী কষ্টৰ সন্মুখীন হ’ব।

চেনেগালৰ আক্ৰমণত বিধ্বস্ত ইৰাক

গ্ৰুপ-Iৰ আন এখন মেচত চেনেগালে ইৰাকক ৫-০ গলত বিধ্বস্ত কৰি অন্তিম-৩২ৰ আশা সজীৱ কৰি ৰাখিছে। কেৱল জয়েই নহয় পৰৱৰ্তী ৰাউণ্ডলৈ যোৱাৰ বাবে চেনেগালক প্ৰয়োজন আছিল এক বৃহৎ জয়ৰ। সেয়ে আফ্ৰিকান দলটোৱে এই লক্ষ্য আগত লৈয়ে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক শৈলীৰে খেল আৰম্ভ কৰে। মেচখনৰ ৪ৰ্থ মিনিটততে চেনেগালৰ হৈ হাবিব দিয়াৰাই এটা গ’লেৰে অগ্ৰগতি প্ৰদান কৰে।

ইৰাকৰ সমস্যা ১৩তম মিনিটত আৰু বৃদ্ধি যায়, যেতিয়া ৰেবিন ছুলাকাক ৰেড কাৰ্ড দেখুৱাই খেলপথাৰৰ পৰা বাহিৰ কৰি দিয়া হয়। প্ৰথমাৰ্ধত চেনেগাল মাত্ৰ ১-০ গ’লত আগবাঢ়ি থাকিলেও দ্বিতীয়াৰ্ধত দলটোৱে আৰু অধিক দুৰ্দান্ত ৰূপ লয়। চেনেগালৰ হৈ ইছমাইলা চাৰে ৫৬তম মিনিটত দ্বিতীয় গ’লটো কৰে। ইয়াৰ পিছত পাপে গুৱেই ৫৯তম আৰু ৭১তম মিনিটত দুটা গ’ল দিয়ে। ৮২তম মিনিটত ইলিমান এনদিয়ায়েই পঞ্চম গ’লটো দি ইৰাকৰ পৰাজয় নিশ্চিত কৰে। চেনেগালে ৫-০ গ’লৰ বিশাল জয়ে গ’লৰ ব্যৱধান যথেষ্ট উন্নত কৰাৰ লগতে নকআউট পৰ্যায়লৈ যোৱাৰ আশা জীয়াই ৰাখিবলৈ সক্ষম হয়। অৱশ্যে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশৰ বাবে এতিয়াও চেনেগালে অন্য গ্ৰুপৰ দলসমূহৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।
গ্ৰুপ-Iৰ চূড়ান্ত ফলাফল
ফ্ৰান্সে তিনিওখন খেলতে দৃষ্টিনন্দন প্ৰদৰ্শন আগবঢ়াই গ্ৰুপ পৰ্যায়ৰ শীৰ্ষস্থান দখল কৰিছে। আনহাতে, হালাণ্ডৰ নৰৱেই দুখন মেচত জয়লাভেৰে গ্ৰুপ Iৰ দ্বিতীয় স্থানত আছে। এই দুয়োটা দলে অন্তিম-৩২ স্থান লাভ কৰাৰ বিপৰীতে ইৰাকৰ বিৰুদ্ধে বৃহৎ জয়ৰ সুবাদত চেনেগাল তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে চেনেগালৰ নকআউট পৰ্যায়লৈ যোৱাৰ ভাগ্য এতিয়া অন্য গ্ৰুপসমূহৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক
অসম

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

September 18, 2026
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!
বিনোদন

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

September 18, 2026
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

September 18, 2026
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী
জীৱনশৈলী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

September 17, 2026
Next Post
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ'ল ডাঃ মাহৰাঙৰ!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.