• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই দুৰ্ঘটনাক সাধাৰণভাৱে ল’ব নোৱাৰি, উচিত তদন্তৰ লগতে এইকেইটা প্রশ্নৰ উত্তৰ লাগে এতিয়া সচেতন সমাজক

এই দুৰ্ঘটনাক সাধাৰণভাৱে ল’ব নোৱাৰি, উচিত তদন্তৰ লগতে এইকেইটা প্রশ্নৰ উত্তৰ লাগে এতিয়া সচেতন সমাজক

2 years ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

43 minutes ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

1 hour ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

2 hours ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

3 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

4 hours ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

4 hours ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

4 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

5 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এই দুৰ্ঘটনাক সাধাৰণভাৱে ল’ব নোৱাৰি, উচিত তদন্তৰ লগতে এইকেইটা প্রশ্নৰ উত্তৰ লাগে এতিয়া সচেতন সমাজক

editor by editor
January 3, 2024
in অসম, জীৱনশৈলী, বিবিধ
0
এই দুৰ্ঘটনাক সাধাৰণভাৱে ল’ব নোৱাৰি, উচিত তদন্তৰ লগতে এইকেইটা প্রশ্নৰ উত্তৰ লাগে এতিয়া সচেতন সমাজক
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পুৱাটো ঠিকেই আৰম্ভ হৈছিল। নৱবৰ্ষৰ উলাহতে বগীবিলৰ পাৰত এসাঁজ খাই টিলিঙা মন্দিৰত সেৱা জনাই ঘৰলৈ ঘূৰি আহিম বুলি পিকনিকৰ দলটোও উলাইছিল। কিন্তু বাটত যে এনেকৈ মৃত্যু ৰৈ আছে কোনেনো ভাৱিছিল। তেজাল পুৱাটো নিমিষতে ধুসৰ হৈ পৰিল। উছাহবোৰ শেষ হ’ল। ঘৰে ঘৰে কেৱল এতিয়া কান্দোনৰ ৰোল। বচাগাওঁ এতিয়া নিমাওমাও। মাজে মাজে কেৱল ভাহি একো একোটা উচুপনিৰ সুৰ। দেৰগাঁৱৰ সেই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ১২গৰাকীকৈ লোকৰ সৎকাৰ একেলগে কৰাৰ সিদ্ধান্ত লৈ গাওঁবাসীয়ে খৰি কাঠ সাজু কৰিছিল। বচাগাঁৱৰ চৰণীয়া পথাৰত সকলো মৃতককে একেলগে সৎকাৰ কৰাৰ কাম আৰম্ভ হৈছে।

উক্ত শোকাৱহ ঘটনাত মৃত্যু হোৱা ১২ গৰাকী লোকৰ মৃতদেহ পৰিয়ালক লোকক চমজাই দিয়াৰ পাছতেই বিশেষ পথাৰখনলৈ লৈ অনাও হৈছে। কিন্তু এই দুৰ্ঘটনাৰ কাৰণ কি? কিয় এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হ’ল? বিষয়টোক লৈ একাংশই যদি নিৰ্মাণ হৈ থকা ফৰলেনৰ কথা উত্থাপন কৰিছে, কোনোৱে আকৌ চৰকাৰক দোষাৰোপ কৰিছে। এজন সামাজিক মাধ্যম ইউজাৰকাৰী (Aparupa Borthakur) য়ে দাঙি ধৰিছে দুৰ্ঘটনাৰ সৈতে জড়িত হৈ থকা কেইবাটাও কথা।

তেওঁ প্রশ্ন কৰিছে, ‘কি ৰহস্যময় কাৰণত দাধৰা অঞ্চলৰ পৰা কাকডোঙালৈকে ৰাষ্ট্ৰীয় ঘাই পথ চাৰিলেনযুক্ত কৰোতে ষাঠিমিটাৰ বহল কৰাৰ পৰিবৰ্তে পঞ্চলিশমিটাৰ বহল কৰা হ’ল? কেচ কৰি কোনোবাই ২০০৪ চনৰ পথৰ জোখটোকে বাহাল ৰাখি কামটো যেনে তেনে শেষ কৰিবলৈ বিচৰা হৈছে কিয়? কিমান মানুহ আৰু মৰিব লাগিব?গুৱাহাটীৰ পৰা আহি থাকোতে আহল বহল ডিভাইডাৰ বোৰ দাধৰাৰ পৰা এখন ৱাল হিচাপতহে হ’লগৈ, যাৰ বাবে প্ৰায়ে পথেৰে আহি থকা গাড়ীবোৰ ডিভাইডাৰ নামৰ পথতকৈ অকমাণ ওখ ওৱালখনতে উঠে। পথ বহল কৰাৰ নামত বাগানৰ মাটিবোৰ যে অধিগ্ৰহণ কৰিছে তাৰ প্ৰমাণ হিচাপে আজি দূৰ্ঘটনাত পতিত হোৱা ট্ৰাকখন সোমাই যোৱা বাগানৰ মাজৰ খাৱৈটো ক’ৰ?

নিৰ্মাণ হোৱাৰ পিছত ৰাষ্টাৰ কাষৰ ফুটপাথ বুলিবলৈ কিমান ঠাই থাকিব লাগে, এই অঞ্চলৰ বিশেষকৈ দেৰগাওঁ অঞ্চলত পথৰ কাষত মাটি আছে নে? দেৰগাঁৱৰ এটা বিল্ডিংত দুটাকৈ বেলেগ বেলেগ বেংকৰ ব্ৰান্স আছে ,আগত পাৰ্কিং ,ফুটপাথ আছে নে? ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ…আৰু বহুত কথাৰ বাবে আজি দেৰগাওঁ অঞ্চলৰ বালিজানত হোৱা দূৰ্ঘটনাৰ উচিৎ তদন্তৰ বিশেষ প্ৰয়োজন আছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক
জীৱনশৈলী

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

March 10, 2026
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?
জীৱনশৈলী

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

March 10, 2026
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?
জীৱনশৈলী

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

March 10, 2026
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?
জীৱনশৈলী

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

March 10, 2026
Next Post
এই ধৰণৰ মানুহক সহায় কৰিবলৈ নিজেই আগুৱাই আহে স্বয়ং ঈশ্বৰ, গীতাত কি কৈছে শ্ৰী কৃষ্ণই?

এই ধৰণৰ মানুহক সহায় কৰিবলৈ নিজেই আগুৱাই আহে স্বয়ং ঈশ্বৰ, গীতাত কি কৈছে শ্ৰী কৃষ্ণই?

আজিৰ পৰাই কাৰ্যকৰী হৈছে! পিকনিকলৈ যোৱাৰ পূৰ্বেই পঢ়ি লওক বনভোজকাৰী দলৰ বাবে অহা নতুন SOP

আজিৰ পৰাই কাৰ্যকৰী হৈছে! পিকনিকলৈ যোৱাৰ পূৰ্বেই পঢ়ি লওক বনভোজকাৰী দলৰ বাবে অহা নতুন SOP

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.