• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰাছত এই সকলো সামগ্ৰী কিনিনেই সলনি হ’ব অৰ্থভাগ্য, সমগ্ৰ বছৰ থাকিব মা লক্ষ্মীৰ আশীৰ্বাদ

ধনতেৰাছত এই সকলো সামগ্ৰী কিনিনেই সলনি হ’ব অৰ্থভাগ্য, সমগ্ৰ বছৰ থাকিব মা লক্ষ্মীৰ আশীৰ্বাদ

1 year ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

17 seconds ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

43 minutes ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

1 hour ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

2 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

2 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

2 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

2 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

3 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

3 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

4 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

4 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰাছত এই সকলো সামগ্ৰী কিনিনেই সলনি হ’ব অৰ্থভাগ্য, সমগ্ৰ বছৰ থাকিব মা লক্ষ্মীৰ আশীৰ্বাদ

ধনতেৰাছত এই সকলো সামগ্ৰী কিনিনেই সলনি হ’ব অৰ্থভাগ্য, সমগ্ৰ বছৰ থাকিব মা লক্ষ্মীৰ আশীৰ্বাদ

editor by editor
October 25, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ধনতেৰাছত এই সকলো সামগ্ৰী কিনিনেই সলনি হ’ব অৰ্থভাগ্য, সমগ্ৰ বছৰ থাকিব মা লক্ষ্মীৰ আশীৰ্বাদ
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্মুখত আনন্দৰ উৎসৱ দীপাৱলি৷ তাৰ পূৰ্বে ধনতেৰাছ উৎসৱ৷ ভূত চতুৰ্দশীৰ ঠিক পূৰ্বে কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত পালন কৰা হয় ধনতেৰাছ৷ এই দিনত বেছ কিছু সামগ্ৰী ক্ৰয় কৰিবলৈ সমগ্ৰ বছৰ সৌভাগ্যই বিৰাজ কৰিব বুলি শাস্ত্ৰত উল্লেখ আছে৷ বিশেষকৈ সোন, ৰূপৰ দোকানত উপচি পৰিব ভিৰ৷ বৰ্তমান সোনৰ দাম আকাশলংঘী৷ হালধীয়া ধাতুত হাত দিবলৈকে ভয় কৰে এতিয়া সাধাৰণ জনতাই৷ সলনি ধনতেৰাছত কম খৰচত কি কি সামগ্ৰী ক্ৰয় কৰিলে ভাগ্যোদয় হ’ব? জানি থওক সবিশেষ৷

ঝাড়ু

বহুতেই বিশ্বাস কৰে যে ধনতেৰাছৰ দিনা ঘৰত ঝাড়ু অনা উচিত৷ কথিত আছে যে ধনতেৰাছৰ দিনা ঘৰত ঝাঢ়ু আনক সংসাৰত সুখ সমৃদ্ধি দ্বিগুণ হ’ব৷ অলক্ষীক বিদায় দি ঘৰলৈ লক্ষ্মী আহিব৷ প্ৰকৃততে ঝাড়ু পৰিচ্ছন্নতাৰ প্ৰতীক বুলি ধৰা হয়৷ ঘৰ পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিলেহে লক্ষ্মী দেৱী আহে বুলি বিশ্বাস৷ সেয়ে ঝাড়ু ক্ৰয় কৰাটো শুভ বুলি ধাৰণা কৰা হয়৷

পিতলৰ পাত্ৰ

পিতল হৈছে মা লক্ষ্মীৰ প্ৰিয় ধাতু৷ ইয়াৰোপৰি পিতলৰ ব্যৱহাৰ নানান ধৰণে উপকাৰী৷ সেয়ে ধনতেৰাছৰ দিনা পিতলৰ পাত্ৰ ক্ৰয় কৰা শুভ বুলি ধাৰণা কৰা হয়৷ এই দিনটোত অন্যান্য ধাতুৰ বাচনো কিনিব পাৰে৷

মাটি আৰু ধাতব মূৰ্তি

পাঁচটা উপাদানৰ প্ৰতীক হৈছে মাটিৰ মূৰ্তি৷ সেয়ে মাটিৰ মূৰ্তি দি পূজা কৰিলে ঘৰত ধন, সমৃদ্ধি আৰু সুখ আহে বুলি বিশ্বাস কৰা হয়৷ মাটিৰ মূৰ্তিৰ ওপৰিও ধনতেৰাছত ঘৰত ৮ধাতু আৰু সোন-ৰূপেৰে তৈয়াৰী প্ৰতিমাও আনিব পাৰে৷

পান

মা লক্ষ্মীৰ পান পছন্দৰ৷ সেয়ে ৫খন পান কিনি দেৱীক নিবেদন কৰা শুভ বুলি গণ্য কৰা হয়৷ ইয়াৰোপৰি সমগ্ৰ বছৰ অৰ্থভাগ্য থাকে৷ সুখ সমৃদ্ধি বাঢ়ে৷

ধন

সমগ্ৰ বছৰ দেৱী লক্ষ্মী আৰু ধনকুবেৰৰ আশীৰ্বাদ পাব, ধনতেৰাছত উভয়কে ধন নিবেদন কৰিব পাৰে৷ ইয়াৰ ফলত অৰ্থৰ অভাৱ নহয়৷ দেৱী লক্ষ্মীৰ আশীৰ্বাদ সৰ্বদা বৰ্ষিত হ’ব৷

কড়ি

প্ৰাচীনকালৰ পৰা কড়িক অৰ্থ হিচাপে বিবেচনা কৰি ব্যৱসায় বাণিজ্য কৰিব পাৰে৷ প্ৰকৃততে কড়ি হৈছে সম্পদৰ প্ৰতীক৷ সেয়ে ধনতেৰাছত দেৱী লক্ষ্মীক কড়ি নিবেদন কৰিলে সুফল পোৱা যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?
জীৱনশৈলী

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
Next Post
ইণ্ডোনেছিয়াত নিষিদ্ধ হ’ল আইফোন-১৬ৰ ব্যৱহাৰ, কাৰণ কি? উদ্যোগমন্ত্ৰীয়ে জনালে ডাঙৰ তথ্য

ইণ্ডোনেছিয়াত নিষিদ্ধ হ’ল আইফোন-১৬ৰ ব্যৱহাৰ, কাৰণ কি? উদ্যোগমন্ত্ৰীয়ে জনালে ডাঙৰ তথ্য

কালীপূজাৰ পাছতেই মাৰ্গী শনি! সোনৰ দৰে উজ্বলিব ৫ৰাশিৰ কপাল, অৰ্থ-খ্যাতি উপচি পৰিব কাৰ কাৰ জীৱনত?

কালীপূজাৰ পাছতেই মাৰ্গী শনি! সোনৰ দৰে উজ্বলিব ৫ৰাশিৰ কপাল, অৰ্থ-খ্যাতি উপচি পৰিব কাৰ কাৰ জীৱনত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.