• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হয়তো এয়াই শেষ ! চি এছ কেৰ অধিনায়ক পদ এৰিলে ধোনীয়ে

হয়তো এয়াই শেষ ! চি এছ কেৰ অধিনায়ক পদ এৰিলে ধোনীয়ে

2 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

1 hour ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

2 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

2 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

3 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

4 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

4 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

5 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

5 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

6 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

6 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

হয়তো এয়াই শেষ ! চি এছ কেৰ অধিনায়ক পদ এৰিলে ধোনীয়ে

editor by editor
March 21, 2024
in ক্ৰীড়া
0
হয়তো এয়াই শেষ ! চি এছ কেৰ অধিনায়ক পদ এৰিলে ধোনীয়ে
0
SHARES
124
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আই পি এলৰ পৰা সকলোতকৈ ডাঙৰ খবৰ, চি এছ কেৰ অধিনায়ক পদ এৰিলে ধোনীয়ে

চলিত আই পি এলৰ পৰা আহিল সকলোতকৈ ডাঙৰ খবৰ। ২০২৪ ৰ আই পি এল আৰম্ভ হবলৈ মাজত আৰু মাথো কেইটামান ঘণ্টা বাকি থকা অৱস্থাত আহিল এক চাঞ্চল্যকৰ খবৰ।

অনুৰাগীক নিৰাশ কৰি চেন্নাই ছুপাৰ কিংগছ দলটোৰ অধিনায়কত্ব এৰিলে মহেন্দ্ৰ সিং ধোনীয়ে। আৰম্ভণিৰে পৰা দলটোৰ কেপ্টেইন হৈ থকা ধোনীয়ে এইবাৰ ল’লে এই বিশেষ সিদ্ধান্ত।

হয়তো এয়াই হব ধোনীৰ শেষৰখন আই পি এল। ইতিমধ্যে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় সকলো ক্ৰিকেটক বিদায় দিছে ধোনীয়ে। অৱসৰৰ পাছত কেৱল খেলিছিল আই পি এল।

এতিয়া ধোনীৰ ঠাইত চি এছ কে দলটোত অধিনায়কৰ স্থানত দেখা যাব দক্ষ বলাৰ ৰুতুৰাজ গাইকোৱাড় (Ruturaj Gaikwad)ক।

আই পি এলৰ আনুষ্ঠানিক সামাজিক মাধ্যম যোগে সদৰি কৰা হৈছে এই খবৰ। ইয়াৰ পূৰ্বে ২০২২ চনতো দলৰ অধিনায়কত্ব এৰি দিছিল ধোনীয়ে। সেইবাৰ ৰবীন্দ্ৰ জদেজাই দলৰ গুৰি বঠা ধৰিছিল, পাছে দলটোৰ প্ৰদৰ্শন বেয়া হোৱাত চিজনটোৰ মাজতে পুনৰ নিজৰ হাতলৈ নিছিল অধিনায়কত্বৰ ৰছী।

তাৰ পাছতে এইবাৰ ২০২৪ৰ ছিজনৰ আৰম্ভণীতে দলৰ অধিনায়ক পদ এৰাৰ কথা ঘোষণা এম এছ ধোনীৰ। অৱশ্যে অধিনায়ক পদ এৰিলেও দলৰ লগত থাকিব ধোনী। তাৰ মাজতে অনুৰাগীৰ আশা পূৰ্বৰবাৰৰ দৰে এইবাৰো পুনৰ অধিনায়ক হিচাপে দেখা পাব প্ৰিয় খেলুৱৈগৰাকীক।

উল্লেখ্য যে, ধোনীৰ নেতৃত্বতে চেন্নাই ছুপাৰ কিংগছে এবাৰ দুবাৰ নহয়, সৰ্বমুঠ ৫ বাৰকৈ আই পি এলৰ খিতাপ দখল কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CSKDhoniiplms dhoni
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত
ক্ৰীড়া

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

April 9, 2026
পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত
ক্ৰীড়া

পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

April 8, 2026
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট
বিনোদন

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

April 7, 2026
IPL 2026: মেচ জয়লাভৰ পিছত ৰিয়ানৰ উদযাপনক লৈ কিয় ইমান চৰ্চা?
ক্ৰীড়া

IPL 2026: মেচ জয়লাভৰ পিছত ৰিয়ানৰ উদযাপনক লৈ কিয় ইমান চৰ্চা?

April 5, 2026
Next Post
সমুখত বিধানসভা নিৰ্বাচন, কি হ’ব এতিয়া পৰৱৰ্তী পদক্ষেপ, নে গ্ৰেপ্তাৰৰ পাছত এতিয়া পদত্যাগহে কৰিব লাগিব

সমুখত বিধানসভা নিৰ্বাচন, কি হ'ব এতিয়া পৰৱৰ্তী পদক্ষেপ, নে গ্ৰেপ্তাৰৰ পাছত এতিয়া পদত্যাগহে কৰিব লাগিব

শোকাৱহ দুৰ্ঘটনাত নিশা নিহত ছাত্ৰ সন্থাৰ জিলা সাঃসম্পাদক স্বৰাজ শংকৰ গগৈ

শোকাৱহ দুৰ্ঘটনাত নিশা নিহত ছাত্ৰ সন্থাৰ জিলা সাঃসম্পাদক স্বৰাজ শংকৰ গগৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.