• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকাৱহ দুৰ্ঘটনাত নিশা নিহত ছাত্ৰ সন্থাৰ জিলা সাঃসম্পাদক স্বৰাজ শংকৰ গগৈ

শোকাৱহ দুৰ্ঘটনাত নিশা নিহত ছাত্ৰ সন্থাৰ জিলা সাঃসম্পাদক স্বৰাজ শংকৰ গগৈ

2 years ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

4 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

4 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

5 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

6 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

6 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

7 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

8 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

9 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

9 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

10 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

11 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শোকাৱহ দুৰ্ঘটনাত নিশা নিহত ছাত্ৰ সন্থাৰ জিলা সাঃসম্পাদক স্বৰাজ শংকৰ গগৈ

editor by editor
March 22, 2024
in অসম
0
শোকাৱহ দুৰ্ঘটনাত নিশা নিহত ছাত্ৰ সন্থাৰ জিলা সাঃসম্পাদক স্বৰাজ শংকৰ গগৈ
0
SHARES
138
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শোকাৱহ দুৰ্ঘটনাত নিশা নিহত ছাত্ৰ সন্থাৰ জিলা সাঃসম্পাদক স্বৰাজ শংকৰ গগৈ

লক্ষিমপুৰ জিলাৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কালি বৃহস্পতিবাৰে নিশা এক ভয়ংকৰ দুৰ্ঘটনাত পতিত। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, ঠাইতে প্ৰাণ হেৰুৱাই সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে।

আজি শুকুৰবাৰে পুৱাহে ৩২ বছৰীয়া বলিষ্ঠ কণ্ঠৰ ছাত্ৰ সন্থাৰ নেতাগৰাকীৰ মৃত্যুৰ খবৰ চাৰিওফালে বিয়পে পৰে। লখিমপুৰৰ কণা নদীত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো। এখন চাৰিচকীয়া বাহনৰ সৈতে সংঘটিত হয় দুৰ্ঘটনাটো।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নিয়ন্ত্ৰণ হেৰুৱাই দ-খাৱৈত বাগৰি পৰে ছাত্ৰনেতাগৰাকীৰ চাৰিচকীয়া বাহনখন। লখিমপুৰৰ পৰা ঢকুৱাখনাৰ ঘৰলৈ গৈ থকা অৱস্থাতে কণা নদীত দুৰ্ঘটনাত পতিত স্বৰাজৰ বাহনৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamroad accidentStudent UnionStudent Union Leader
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
Next Post
দেৱীক সন্তষ্ট কৰাৰ নামত মাক-ভয়েককেই …জ্যেষ্ঠ পুত্ৰক আটক আৰক্ষীৰ

দেৱীক সন্তষ্ট কৰাৰ নামত মাক-ভয়েককেই ...জ্যেষ্ঠ পুত্ৰক আটক আৰক্ষীৰ

ISROৰ পুনৰ সফলতা, দেশৰ প্ৰথম ৰিইউজুৱেল ‘পুষ্পক’ বাহনৰ সফল পৰীক্ষণ

ISROৰ পুনৰ সফলতা, দেশৰ প্ৰথম ৰিইউজুৱেল 'পুষ্পক' বাহনৰ সফল পৰীক্ষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.